2 ULB আৰু সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, সুৰ্য্য উদয় হওঁতেই, তেওঁলোকে মৈদামলৈ গ'ল৷ BSB BSB: Very early on the first day of the week, just after sunrise, they went to the tomb.
3 ULB তেওঁলোকে নিজৰ মাজত কোৱাকুই কৰি কলে, "মৈদামৰ প্ৰৱেশ দ্ৱাৰত থকা শিলটো কোনে আমাৰ বাবে বগৰাই দিব?" BSB BSB: They were asking one another, “Who will roll away the stone from the entrance of the tomb?”
4 ULB কিয়নো সেই শিলচতা অতি ডাঙৰ আছিল; এনেতে চকু তুলি চাওঁতে তেওঁলোকে দেখিলে যে, শিলচটা বগৰাই থোৱা আছে৷ BSB BSB: But when they looked up, they saw that the stone had been rolled away, even though it was extremely large.
5 ULB তেওঁলোকে তেতিয়া মৈদামৰ ভিতৰলৈ সোমাই গ'ল আৰু বগা কাপোৰ পিন্ধা ডেকা এজনক সোঁফালে বহি থকা দেখিলে, তাতে তেওঁলোক অতি আচৰিত হ’ল। BSB BSB: When they entered the tomb, they saw a young man dressed in a white robe sitting on the right side, and they were alarmed.
6 ULB কিন্তু তেওঁ তেওঁলোকক ক’লে, "তোমালোকে ভয় নকৰিবা; তোমালোকে ক্ৰুচত হত হোৱা নাচৰতীয়া যীচুক বিচাৰিছা; তেওঁ উঠিল! তেওঁ ইয়াত নাই; চোৱা, এয়ে তেওঁক শুৱাই থোৱা ঠাই। BSB BSB: But he said to them, “Do not be alarmed. You are looking for Jesus the Nazarene, who was crucified. He has risen! He is not here! See the place where they put Him.
7 ULB কিন্তু তোমালোকে গৈ, তেওঁৰ শিষ্য সকলক আৰু পিতৰক কোৱাগৈ যে 'তেওঁ তোমালোকৰ আগেয়ে গালীললৈ যাব আৰু তাতে তেওঁ যেনেকৈ তোমালোকক কৈছিল, তেনেকৈ তোমালোকে তেওঁক দেখা পাবা।" BSB BSB: But go, tell His disciples and Peter, ‘He is going ahead of you into Galilee. There you will see Him, just as He told you.’”
8 ULB তেতিয়া তেওঁলোকে মৈদামৰ পৰা ওলাই পলাল; কিয়নো সেই সময়ত তেওঁলোক কম্পন আৰু বিস্ময়ত আছিল; তেওঁলোকে কোনো ব্যক্তিক নক’লে কিয়নো তেওঁলোকে অতি ভয় খাইছিল। BSB BSB: So the women left the tomb and ran away, trembling and bewildered. And in their fear they did not say a word to anyone.
10 ULB তেতিয়া তেওঁ গৈ শোক আৰু ক্ৰন্দন কৰি থকা যীচুৰ পুৰ্ব্বৰ সঙ্গী সকলক বাৰ্ত্তা দিলে; BSB BSB: She went and told those who had been with Him, who were mourning and weeping.
11 ULB তেতিয়া তেওঁলোকে যীচু যে জীৱিত আৰু মগ্দলীনী মৰিয়মক যে দৰ্শন দিলে সেই কথা শুনিলে কিন্তু অবিশ্বাস কৰিলে। BSB BSB: And when they heard that Jesus was alive and she had seen Him, they did not believe it.
12 ULB এই সকলো ঘটনা ঘটাৰ পাছত, যীচুৱে অন্য দুজন লোকক গাঁৱলৈ যাত্ৰা কৰি থাকোতে তেওঁ অন্য ৰূপ ধৰি, তেওঁলোকক দেখা দিলে। BSB BSB: After this, Jesus appeared in a different form to two of them as they walked along in the country.
13 ULB তাতে তেওঁলোকে গৈ অন্য শিষ্য সকলক সম্বাদ দিলে; কিন্তু তেওঁলোকে সেই কথা বিশ্বাস নকৰিলে। BSB BSB: And they went back and reported it to the rest, but they did not believe them either.
14 ULB পাছত এঘাৰ জনে ভোজনত বহি থাকোঁতে, যীচুৱে তেওঁলোকক দেখা দিলে আৰু তেওঁৰ উত্থানৰ পাছত, তেওঁক দেখা পোৱা সকলক বিশ্বাস নকৰাৰ কাৰণে তেওঁলোকৰ অবিশ্বাস আৰু কঠিন মনক গৰিহণা কৰিলে। BSB BSB: Later, as they were eating, Jesus appeared to the Eleven and rebuked them for their unbelief and hardness of heart, because they did not believe those who had seen Him after He had risen.
15 ULB আৰু যীচুৱে তেওঁলোকক ক’লে, "তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰা। BSB BSB: And He said to them, “Go into all the world and preach the gospel to every creature.
16 ULB তাতে যি জনে বিশ্বাস কৰি বাপ্তাইজিত হয়, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হ’ব৷ BSB BSB: Whoever believes and is baptized will be saved, but whoever does not believe will be condemned.
17 ULB এইবোৰ চিন বিশ্বাস কৰা সকলৰ অনুগামী হ’ব। তেওঁলোকে মোৰ নামেৰে ভুত খেদাব, নতুন নতুন ভাষাৰে কথা ক’ব; সাপক হাতেৰে তুলি ল’ব; BSB BSB: And these signs will accompany those who believe: In My name they will drive out demons; they will speak in new tongues;
18 ULB আৰু প্ৰাণ-নাশক কোনো বস্তু পান কৰিলেও তেওঁলোকৰ একো হানি নহব আৰু নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰিব৷" BSB BSB: they will pick up snakes with their hands, and if they drink any deadly poison, it will not harm them; they will lay their hands on the sick, and they will be made well.”
19 ULB এইদৰে তেওঁলোকৰ সৈতে কথা হোৱাৰ পাছত প্ৰভু যীচুক স্বৰ্গলৈ নিয়া হ’ল আৰু তেওঁ ঈশ্বৰৰ সোঁহাতে বহিল। BSB BSB: After the Lord Jesus had spoken to them, He was taken up into heaven and sat down at the right hand of God.
20 ULB পাছত তেওঁলোকে ওলাই গৈ, সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে; আৰু প্ৰভুৱে লগে লগে কাৰ্য কৰি সেই অনুগামী চিনৰ দ্বাৰাই বাক্য সপ্ৰমাণ কৰিলে। আমেন। BSB BSB: And they went out and preached everywhere, and the Lord worked through them, confirming His word by the signs that accompanied it.