1 ULB যীচু আৰু তেওঁৰ শিষ্য সকল যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্ব্বতৰ বৈৎফগীলৈ আহিল, তেতিয়া যীচুৱে দুজন শিষ্যক এই কথা কৈ পঠিয়ালে, BSB BSB: As they approached Jerusalem and came to Bethphage on the Mount of Olives, Jesus sent out two disciples,
2 ULB "তোমালোক সন্মুখৰ গাওঁখনলৈ যোৱা; তাতে বান্ধি থোৱা গাধ এজনী পোৱালীয়ে সৈতে পাবা; সেই দুটা মোৰ বাবে খুলি আনাগৈ। BSB BSB: saying to them, “Go into the village ahead of you, and at once you will find a donkey tied there, with her colt beside her. Untie them and bring them to Me.
3 ULB যদি তোমালোকক কোনোবাই কিবা কয়, তেন্তে তোমালোকে কবা,"প্ৰভুৰ এই দুটাৰ প্ৰয়োজন আছে, তাতে তেওঁ লগে লগেই তোমাক দি পঠাব।" BSB BSB: If anyone questions you, tell him that the Lord needs them, and he will send them right away.”
4 ULB যি বচন ভাববাদীৰ দ্বাৰাই কোৱা হৈছিল, এইটো সম্পূর্ণ হওঁক, BSB BSB: This took place to fulfill what was spoken through the prophet:
5 ULB "তোমালোকে চিয়োন-জীয়ৰীক কোৱা, চোৱা, তোমাৰ ৰজা তোমাৰ ওচৰলৈ আহিছে, তেওঁ নম্ৰ হৈ, গাধৰ ওপৰত বহি, অৰ্থাৎ গাধ পোৱালিৰ ওপৰত উঠি৷" BSB BSB: “Say to the Daughter of Zion, ‘See, your King comes to you, gentle and riding on a donkey, on a colt, the foal of a donkey.’”
6 ULB সেই বচন সিদ্ধ হবলৈ এয়ে ঘটিল; তেতিয়া শিষ্য সকলে গৈ যীচুৱে দিয়া আদেশ অনুসৰি আদেশ দিয়াৰ দৰেই কৰি, BSB BSB: So the disciples went and did as Jesus had directed them.
7 ULB গাধজনী আৰু পোৱালিটো আনিলে, সিহঁতৰ পিঠিত তেওঁলোকৰ কাপোৰ পাৰি দিলে, তেওঁ তাৰ ওপৰত বহিল। BSB BSB: They brought the donkey and the colt and laid their cloaks on them, and Jesus sat on them.
8 ULB আৰু লোকসমূহৰ অধিক ভাগে নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিলে; আনসকলে গছৰ ডালকে কাটি কাটি, বাটত পাৰি দিলে; BSB BSB: A massive crowd spread their cloaks on the road, while others cut branches from the trees and spread them on the road.
9 ULB আৰু তেওঁৰ আগে-পাছে যোৱা লোকসমূহে ৰিঙিয়াই ক’লে,"জয়! জয়! দায়ুদৰ বংশৰ সন্তান৷" যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য; উৰ্দ্ধলোকত জয়ধ্বনি হওঁক!" BSB BSB: The crowds that went ahead of Him and those that followed were shouting: “Hosanna to the Son of David!” “Blessed is He who comes in the name of the Lord!” “Hosanna in the highest!”
10 ULB যেতিয়া যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে, লোকসকল উৎফুল্লিত হৈ কবলৈ ধৰিলে "এই জন কোন?" BSB BSB: When Jesus had entered Jerusalem, the whole city was stirred and asked, “Who is this?”
11 ULB তাতে লোক সকলে ক’লে, "এওঁ গালীলৰ নাচৰতৰ পৰা অহা ভাৱবাদী যীচু।" BSB BSB: The crowds replied, “This is Jesus, the prophet from Nazareth in Galilee.”
12 ULB পাছত যীচু ঈশ্বৰৰ মন্দিৰত সোমাল, তাত যি সকলে মন্দিৰৰ ভিতৰত বেচা-কিনা কৰে, তেওঁলোকক বাহিৰ কৰিলে আৰু ধন সলোৱা সকলৰ মেজ আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে। BSB BSB: Then Jesus entered the temple courts and drove out all who were buying and selling there. He overturned the tables of the money changers and the seats of those selling doves.
13 ULB যীচুৱে তেওঁলোকক ক’লে, "এইটো লিখা আছে, 'মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ কোৱা হ’ব, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিছা।" BSB BSB: And He declared to them, “It is written: ‘My house will be called a house of prayer.’ But you are making it ‘a den of robbers.’”
14 ULB তেতিয়া অন্ধ আৰু খোৰা সকল ধৰ্ম্মধামলৈ আহিল আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে। BSB BSB: The blind and the lame came to Him at the temple, and He healed them.
15 ULB কিন্তু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁ কৰা আচৰিত কৰ্মবোৰ দেখি আৰু যেতিয়া ল'ৰাবোৰে মন্দিৰত চিঞৰি "জয়! জয়! দা্য়ূদৰ বংশৰ সন্তান", এই বুলি কোৱা শুনি তেওঁলোক ক্ষোভিত হ'ল৷ BSB BSB: But the chief priests and scribes were indignant when they saw the wonders He performed and the children shouting in the temple courts, “Hosanna to the Son of David!”
16 ULB তেতিয়া তেওঁলোকে যীচুক ক’লে, "লোক সকলে কি কৈছে তুমি শুনিছা নে?" যীচুৱে তেওঁলোকক ক'লে, "হয়! তোমালোকে কেতিয়াও পঢ়া নাই নে, 'তুমি শিশু আৰু কেচুৱাবোৰৰ মুখৰ পৰা স্তুতি সস্পূৰ্ণ কৰিলা?' BSB BSB: “Do You hear what these children are saying?” they asked. “Yes,” Jesus answered. “Have you never read: ‘From the mouths of children and infants You have ordained praise’?”
17 ULB পাছত তেওঁ তেওঁলোকক এৰি নগৰৰ পৰা ওলাই বৈথনিয়া গাঁৱলৈ গ'ল আৰু ৰাতিতো তাতেই থাকিল। BSB BSB: Then He left them and went out of the city to Bethany, where He spent the night.
19 ULB এনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখা পালে আৰু তেওঁ ওচৰলৈ গ'ল, কিন্তু পাতৰ বাহিৰে একো নোপোৱাত, তেওঁ ক’লে, "এতিয়াৰ পৰা এই গছত কেতিয়াও ফল নধৰক"। লগে লগেই সেই ডিমৰু জোপা শুকাই গ'ল৷ BSB BSB: Seeing a fig tree by the road, He went up to it but found nothing on it except leaves. “May you never bear fruit again!” He said. And immediately the tree withered.
20 ULB যেতিয়া শিষ্য সকলে সেই গছ জোপাৰ অৱস্থা দেখা পালে, তেতিয়া তেওঁলোকে বিস্ময় মানি ক’লে, "এই ডিমৰু গছ জোপা অকস্মাৎ কেনেকৈ শুকাই গ’ল?" BSB BSB: When the disciples saw this, they marveled and asked, “How did the fig tree wither so quickly?”
21 ULB যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, "মই তোমালোকক সচাঁকৈ কওঁ, তোমালোকে যদি ভয় নকৰি বিশ্বাস কৰা তেন্তে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয় কিন্তু এই পৰ্ব্বতটোক যদি কোৱা, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, তেতিয়া সিওঁ হ’ব। BSB BSB: “Truly I tell you,” Jesus replied, “if you have faith and do not doubt, not only will you do what was done to the fig tree, but even if you say to this mountain, ‘Be lifted up and thrown into the sea,’ it will happen.
22 ULB তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা।" BSB BSB: If you believe, you will receive whatever you ask for in prayer.”
23 ULB যীচু মন্দিৰলৈ আহি উপদেশ দি থকাৰ সময়ত, প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে, "তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? এই ক্ষমতা তোমাক কোনে দিলে?" BSB BSB: When Jesus returned to the temple courts and began to teach, the chief priests and elders of the people came up to Him. “By what authority are You doing these things?” they asked. “And who gave You this authority?”
24 ULB যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, "ময়ো তোমালোকক এই কথা সোধোঁ; যদি তোমালোকে মোক কোৱা, তেন্তে ময়ো, কি ক্ষমতাৰে এইবোৰ কৰিছোঁ, তাক তোমালোকক কম। BSB BSB: “I will also ask you one question,” Jesus replied, “and if you answer Me, I will tell you by what authority I am doing these things.
25 ULB বাপ্তিস্ম দিওঁতা যোহন- তেওঁ কৰ পৰা আহিছে? স্বৰ্গৰ পৰা নে মানুহৰ পৰা?" তাতে তেওঁলোকে পৰস্পৰে আলোচনা কৰি ক'লে, আমি যদি কওঁ স্বৰ্গৰ পৰা, তেওঁ আমাক ক'ব, তেন্তে কিয় তেওঁত বিশ্বাস নকৰিলা? BSB BSB: What was the source of John’s baptism? Was it from heaven or from men?” They deliberated among themselves and said, “If we say, ‘From heaven,’ He will ask, ‘Why then did you not believe him?’
26 ULB কিন্তু আমি যদি কওঁ 'মানুহৰ পৰা', তেন্তে লোক সকললৈ আমাৰ ভয় লাগে; কিয়নো সকলোৱে যোহনক ভাৱবাদী বুলি মানে।" BSB BSB: But if we say, ‘From men,’ we are afraid of the people, for they all regard John as a prophet.”
27 ULB পাছত তেওঁলোকে যীচুক উত্তৰ দি ক’লে, "আমি নাজানো।" তেতিয়া তেৱোঁ তেওঁলোকক ক’লে, "তেন্তে কি ক্ষমতাৰে এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।" BSB BSB: So they answered, “We do not know.” And Jesus replied, “Neither will I tell you by what authority I am doing these things.
28 ULB কিন্তু তোমালোকে কি ভাবা? এজন মানুহৰ দুজন পুতেক আছিল; তেওঁ প্ৰথমজনৰ ওচৰলৈ গৈ ক’লে, 'বোপা তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰাগৈ।' BSB BSB: But what do you think? There was a man who had two sons. He went to the first one and said, ‘Son, go and work today in the vineyard.’
29 ULB তাতে সি পিতাকক উত্তৰ দিলে, মই নাযাওঁ; কিন্তু পাছত মনত অনুশোচনা কৰি গ’ল। BSB BSB: ‘I will not,’ he replied. But later he changed his mind and went.
30 ULB দ্বিতীয়জনৰ ওচৰলৈকো গৈ, সেই একে কথাকে ক’লে। তাতে তেওঁ উত্তৰ দিলে, "মই যাম পিতা; পিতা তেওঁ নগ'ল। BSB BSB: Then the man went to the second son and told him the same thing. ‘I will, sir,’ he said. But he did not go.
31 ULB এই দুয়োৰো মাজত পিতাকৰ ইচ্ছা কোনজনে পালন কৰিলে? তেওঁলোকে ক’লে, প্ৰথমজনে। "যীচুৱে তেওঁলোকক ক’লে, "মই তোমালোকক সঁচাকৈ কওঁ, কৰ সংগ্রহকৰী আৰু বেশ্যাবোৰে তোমালোকৰ আগেয়ে ঈশ্বৰৰ ৰাজ্যত সোমাব। BSB BSB: Which of the two did the will of his father?” “The first,” they answered. Jesus said to them, “Truly I tell you, the tax collectors and prostitutes are entering the kingdom of God before you.
32 ULB কিয়নো যোহন ধৰ্ম্মপথে তোমালোকৰ ওচৰলৈ আহিল, তথাপি তোমালোকে তেওঁত বিশ্বাস নকৰিলা; কিন্তু কৰ সংগ্রহকৰী আৰু বেশ্যাবোৰে তেওঁত বিশ্বাস কৰিলে; তোমালোকে তাক দেখিও, পাছত বিশ্বাস কৰিবলৈকো অনুতাপ নকৰিলা। BSB BSB: For John came to you in the way of righteousness, and you did not believe him, but the tax collectors and prostitutes did. And even after you saw this, you did not repent and believe him.
33 ULB আৰু এটা দৃষ্টান্ত শুনা। এজন মানুহ আছিল; তেওঁ দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দি, মাজত পেৰাশাল পাতি, টঙিও সাজিলে; পাছত তেওঁ খেতিয়ক সকলৰ হাতত গতাই দি, আন দেশলৈ গ’ল। BSB BSB: Listen to another parable: There was a landowner who planted a vineyard. He put a wall around it, dug a winepress in it, and built a tower. Then he rented it out to some tenants and went away on a journey.
34 ULB যেতিয়া দ্ৰাক্ষাগুটি চপোৱাৰ বতৰ ওচৰ হ’ল, তেওঁ নিজৰ গুটি পাবলৈ, খেতিয়ক সকলৰ ওচৰলৈ তেওঁৰ দাসবোৰক পঠাই দিলে। BSB BSB: When the harvest time drew near, he sent his servants to the tenants to collect his share of the fruit.
35 ULB কিন্তু দ্ৰাক্ষাবাৰীৰ খেতিয়ক সকলে তেওঁৰ দাসবোৰক ধৰি, এজনক কোবালে, এজনক বধ কৰিলে, এজনক শিল দলিয়াই মাৰিলে। BSB BSB: But the tenants seized his servants. They beat one, killed another, and stoned a third.
36 ULB পুনৰায় তেওঁ আগতকৈ অধিক দাস পঠালে; তাতে সিহতকো সেই একেদৰে ব্যৱহাৰ কৰিলে। BSB BSB: Again, he sent other servants, more than the first group. But the tenants did the same to them.
37 ULB পাছত দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে 'পুত্ৰক আদৰ কৰিব বুলি', সিহঁতৰ ওচৰলৈ পঠালে। BSB BSB: Finally, he sent his son to them. ‘They will respect my son,’ he said.
38 ULB কিন্তু খেতিয়ক সকলে পুত্ৰক দেখি, পৰস্পৰে ক’লে, এওঁৱেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোহঁক, তাতে তেওঁৰ উত্তৰাধিকাৰ আমাৰ হ’ব। BSB BSB: But when the tenants saw the son, they said to one another, ‘This is the heir. Come, let us kill him and take his inheritance.’
39 ULB এই বুলি সিহতে তেওঁক ধৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰলৈ নি বধ কৰিলে। BSB BSB: So they seized him and threw him out of the vineyard and killed him.
40 ULB এনে স্থলত সেই দ্ৰাক্ষাবাৰীৰ গৰাকী জন আহিলে, সেই খেতিয়ক সকলক কি কৰিব?" BSB BSB: Therefore, when the owner of the vineyard returns, what will he do to those tenants?”
41 ULB লোক সকলে তেওঁক ক’লে, "তেওঁ সেই দুৰ্জনবোৰক নিষ্ঠুৰভাবে সংহাৰ কৰিব, আৰু যি সকলে বতৰত ফলবোৰ শোধাই দিব, এনে আন খেতিয়ক সকলৰ হাতত সেই দ্ৰাক্ষাবাৰী গতাই দিব।" BSB BSB: “He will bring those wretches to a wretched end,” they replied, “and will rent out the vineyard to other tenants who will give him his share of the fruit at harvest time.”
42 ULB যীচুৱে তেওঁলোকক ক’লে,"এই বচন তোমালোকে ধর্ম্মশাস্ত্ৰত পঢ়া নাই নে, ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল; এয়ে প্ৰভুৰ পৰা হ’ল, আৰু আমাৰ দেখাত আচৰিত?' BSB BSB: Jesus said to them, “Have you never read in the Scriptures: ‘The stone the builders rejected has become the cornerstone. This is from the Lord, and it is marvelous in our eyes’?
43 ULB এই হেতুকে মই তোমালোকক কওঁ, তোমালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হ'ব, আৰু তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হ’ব। BSB BSB: Therefore I tell you that the kingdom of God will be taken away from you and given to a people who will produce its fruit.
44 ULB এই শিলৰ ওপৰত যি কোনো পৰিব. তেওঁ ডোখৰ ডোখৰকৈ ভাগি যাব; কিন্তু যাৰ ওপৰত এই শিল পৰিব, তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব।" BSB BSB: He who falls on this stone will be broken to pieces, but he on whom it falls will be crushed.”
45 ULB তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁৰ এই দৃষ্টান্তবোৰ শুনি, তেওঁ যে তেওঁলোকৰ বিষয়ে কৈছে এই কথা বুজি পালে। BSB BSB: When the chief priests and Pharisees heard His parables, they knew that Jesus was speaking about them.
46 ULB কিন্তু তেওঁলোকে তেওঁক ধৰিবলৈ ছল বিচাৰোতে, লোক সকললৈ ভয় কৰিলে; কিয়নো লোক সকলে তেওঁক ভাববাদী বুলি মানিছিল। BSB BSB: Although they wanted to arrest Him, they were afraid of the crowds, because the people regarded Him as a prophet.