1 ULB যীচুৱে উত্তৰ দিলে, আৰু দৃ্ষ্টান্তৰে তেওঁলোকৰ লগত কথা পাতি ক’লে যে, BSB BSB: Once again, Jesus spoke to them in parables:
2 ULB "স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যি জনে তেওঁৰ পুতেকৰ বিয়াৰ ভোজ পাতি, BSB BSB: “The kingdom of heaven is like a king who prepared a wedding banquet for his son.
3 ULB এই ভোজলৈ নিমন্ত্ৰণ কৰিবলৈ তেওঁৰ দাসবোৰক পঠাই দিলে, কিন্তু নিমন্ত্ৰিত সকল আহিবলৈ মন নকৰিলে। BSB BSB: He sent his servants to call those he had invited to the banquet, but they refused to come.
4 ULB পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, "যি সকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱা গৈ, "চোৱা, মই ভোজ যুগুত কৰিলোঁ; মোৰ বলধ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো সম্পূর্ণ হ’ল; তোমালোকে বিয়াৰ ভোজলৈ আহা।" BSB BSB: Again, he sent other servants and said, ‘Tell those who have been invited that I have prepared my dinner. My oxen and fattened cattle have been killed, and everything is ready. Come to the wedding banquet.’
5 ULB কিন্তু তেওঁলোকে অৱহেলা কৰি কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহা-বেপাৰলৈ ওলাই গ’ল। BSB BSB: But they paid no attention and went away, one to his field, another to his business.
6 ULB আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি, অপমান কৰি বধ কৰিলে। BSB BSB: The rest seized his servants, mistreated them, and killed them.
7 ULB তাতে ৰজাৰ খং উঠি, তেওঁৰ সৈন্য সকলক পঠিয়াই, সেই নৰবধীবোৰক সংহাৰ কৰি, সিহঁতৰ নগৰ খন পুৰি পেলালে। BSB BSB: The king was enraged, and he sent his troops to destroy those murderers and burn their city.
8 ULB তেতিয়া তেওঁৰ দাসবোৰক ক’লে, বিয়াৰ ভোজ যুগুত হৈ আছে, কিন্তু নিমন্ত্ৰিত সকল যোগ্য নাছিল; BSB BSB: Then he said to his servants, ‘The wedding banquet is ready, but those I invited were not worthy.
9 ULB এই কাৰণে তোমালোকে ৰাজপথৰ চাৰিআালিলৈ গৈ যিমান মানুহ পোৱা, সেই আটাই লোককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰাগৈ। BSB BSB: Go therefore to the crossroads and invite to the banquet as many as you can find.’
10 ULB তেতিয়া সেই দাসবোৰে বাটলৈ ওলাই গৈ, ভাল বেয়া যিমান মানুহ পালে, সেই সকলোকে গোটাই আনিলে; তাতে আলহী সকলৰ বিয়া-ঘৰ ভৰি পৰিল। BSB BSB: So the servants went out into the streets and gathered everyone they could find, both evil and good, and the wedding hall was filled with guests.
11 ULB কিন্তু ৰজাই আলহী সকলক চাবলৈ ভিতৰলৈ আহোতে বিয়া কাপোৰ নিপিন্ধা এজন মানুহ দেখি সুধিলে, BSB BSB: But when the king came in to see the guests, he spotted a man who was not dressed in wedding clothes.
12 ULB "হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি নো ইয়াত কেনেকৈ সোমালা? তেতিয়া তেওঁ অবাক হ’ল; BSB BSB: ‘Friend,’ he asked, ‘how did you get in here without wedding clothes?’ But the man was speechless.
13 ULB তেতিয়া ৰজাই তেওঁৰ দাস সকলক ক’লে, 'ইয়াক হাত-ভৰি বান্ধি, বাহিৰৰ আন্ধাৰত পেলাই দিয়া; তাতে ক্ৰন্দন আৰু দাত কৰচনি হ’ব'। BSB BSB: Then the king told the servants, ‘Tie him hand and foot, and throw him into the outer darkness, where there will be weeping and gnashing of teeth.’
14 ULB কিয়নো নিমন্ত্ৰিত লোক অনেক, কিন্তু মনোনিত লোক তাকৰ।" BSB BSB: For many are called, but few are chosen.”
15 ULB তাৰ পাছত ফৰীচী সকল গ'ল, আৰু কেনেকৈ যীচুক তেওঁ নিজে কোৱা কথাত বন্দী কৰিব পাৰে, সেই বিষয়ত পৰিকল্পনা কৰিব ধৰিলে৷ BSB BSB: Then the Pharisees went out and conspired to trap Jesus in His words.
16 ULB এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদিয়া মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক তেওঁৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক ক'লে, "হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথ দেখুৱাইছে, কোনো ব্যক্তিৰ সৈতে পক্ষপাতিত্বও নকৰে। BSB BSB: They sent their disciples to Him along with the Herodians. “Teacher,” they said, “we know that You are honest and that You teach the way of God in accordance with the truth. You seek favor from no one, because You pay no attention to external appearance.
17 ULB গতিকে আমাক কওঁকচোন, 'চীজাৰক কৰ দিয়া ন্যায় সঙ্গত হয় নে নহয়'? এই বিষয়ে আপুনি কি ভাৱে, চীজাৰক কৰ দিব পায় নে নাপায়?" BSB BSB: So tell us what You think: Is it lawful to pay taxes to Caesar or not?”
18 ULB যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, "হে কপটীয়া সকল, কিয় মোক পৰীক্ষা কৰিছা? BSB BSB: But Jesus knew their evil intent and said, “You hypocrites, why are you testing Me?
19 ULB কৰ দিয়া ধন মোক দেখুওৱা৷" তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি এটা আনিলে। BSB BSB: Show Me the coin used for the tax.” And they brought Him a denarius.
20 ULB যীচুৱে তেওঁলোকক সুধিলে, "এই প্ৰতিমূৰ্ত্তি আৰু নাম কাৰ?" BSB BSB: “Whose image is this,” He asked, “and whose inscription?”
21 ULB তেতিয়া তেওঁলোকে তেওঁক ক’লে, "চীজাৰৰ"৷ তেতিয়া যীচুৱে তেওঁলোকক ক'লে, "তেন্তে যি চীজাৰৰ, সেয়া চীজাৰক দিয়া আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়া।" BSB BSB: “Caesar’s,” they answered. So Jesus told them, “Give to Caesar what is Caesar’s, and to God what is God’s.”
22 ULB এই কথা শুনি তেওঁলোকে বিস্ময় মানিলে৷ পাছত তেওঁলোকে তেওঁক এৰি গুচি গ’ল। BSB BSB: And when they heard this, they were amazed. So they left Him and went away.
24 ULB "হে গুৰু মোচিয়ে ক'লে, কোনো মানুহ যদি সন্তান নোহোৱাকৈ মৰে, তেন্তে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰাই ককায়েকলৈ বংশ উৎপন্ন কৰিব। BSB BSB: “Teacher,” they said, “Moses declared that if a man dies without having children, his brother is to marry the widow and raise up offspring for him.
25 ULB আমাৰ ইয়াত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া কৰালে আৰু সন্তান নোহোৱাকৈ মৰি, তেওঁৰ তিৰোতাক ভায়েকলৈ এৰি গ’ল। BSB BSB: Now there were seven brothers among us. The first one married and died without having children. So he left his wife to his brother.
26 ULB পাছত দ্বিতীয়, তৃতীয় আদি কৰি সাতো জন ভাই একেদৰে কৰিলে আৰু মৰিল। BSB BSB: The same thing happened to the second and third brothers, down to the seventh.
27 ULB সকলোৰে পাছত সেই তিৰোতা জনী মৰিল। BSB BSB: And last of all, the woman died.
28 ULB তেন্তে পুনৰুত্থানত তেওঁ সেই সাত জনৰ ভিতৰত কোন জনৰ পত্নী হব? কিয়নো সকলোৱে তেওঁক বিয়া কৰাইছিল।" BSB BSB: In the resurrection, then, whose wife will she be of the seven? For all of them were married to her.”
29 ULB যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, "তোমালোকে ধৰ্ম্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভুল কৰিছা। BSB BSB: Jesus answered, “You are mistaken because you do not know the Scriptures or the power of God.
30 ULB কিয়নো পুনৰুত্থানত বিয়া নকৰাই, বিয়া দিয়াও নহয়; কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়। BSB BSB: In the resurrection, people will neither marry nor be given in marriage. Instead, they will be like the angels in heaven.
31 ULB মৃত সকলৰ পুনৰুত্থানৰ বিষয়ে যি বাক্য ঈশ্বৰৰ দ্বাৰাই তোমালোকক কোৱা হৈছিল বোলে, BSB BSB: But concerning the resurrection of the dead, have you not read what God said to you:
33 ULB ইয়াকে শুনি, লোক সকলে তেওঁৰ উপদেশত বিস্ময় মানিলে। BSB BSB: When the crowds heard this, they were astonished at His teaching.
34 ULB যেতিয়া ফৰীচী সকলে শুনিলে যে, যীচুৱে চদ্দূকী সকলক নিৰুত্তৰ কৰিছে, তেতিয়া তেওঁলোক এক গোট হ'ল; BSB BSB: And when the Pharisees heard that Jesus had silenced the Sadducees, they themselves gathered together.
35 ULB তেওঁলোকৰ মাজৰ এজন বিধান পণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে- BSB BSB: One of them, an expert in the law, tested Him with a question:
36 ULB "হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান?" BSB BSB: “Teacher, which commandment is the greatest in the Law?”
37 ULB যীচুৱে তেওঁক ক’লে, ''তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা৷' BSB BSB: Jesus declared, “‘Love the Lord your God with all your heart and with all your soul and with all your mind.’
38 ULB এইটোৱেই প্ৰধান আৰু প্ৰথম আজ্ঞা। BSB BSB: This is the first and greatest commandment.
39 ULB এইদৰে দ্বিতীয়টো আজ্ঞা হ'ল- 'তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা।' BSB BSB: And the second is like it: ‘Love your neighbor as yourself.’
40 ULB এই দুটা আজ্ঞাকে গোটেই বিধান আৰু ভাৱবাদী সকলে নির্ভৰ কৰে।" BSB BSB: All the Law and the Prophets hang on these two commandments.”
41 ULB ফৰীচী সকল গোট খাই থাকোঁতে, যীচুৱে তেওঁলোকক এটা প্ৰশ্ন সুধিলে, BSB BSB: While the Pharisees were assembled, Jesus questioned them:
42 ULB তেওঁ সুধিলে, "খ্ৰীষ্টৰ বিষয়ে তোমালোকৰ মনে কি ধৰে? তেওঁ কাৰ সন্তান?" তেওঁলোকে তেওঁক ক’লে, "দায়ুদৰ সন্তান।" BSB BSB: “What do you think about the Christ? Whose son is He?” “David’s,” they answered.
43 ULB যীচুৱে তেওঁলোকক ক’লে, "তেনেহলে দায়ুদে কেনেকৈ আত্মাৰ দ্বাৰাই প্ৰভু বুলিলে আৰু ক'লে, BSB BSB: Jesus said to them, “How then does David in the Spirit call Him ‘Lord’? For he says:
44 ULB প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ চৰণৰ অধিন নকৰালৈকে, মোৰ সোঁহাতে বহি থাকা৷ BSB BSB: ‘The Lord said to my Lord, “Sit at My right hand until I put Your enemies under Your feet.”’
45 ULB এতেকে দায়ুদে যদি খ্ৰীষ্টক প্ৰভু বোলে, 'তেন্তে তেওঁ কেনেকৈ তেওঁৰ সন্তান হ’ব পাৰে?" BSB BSB: So if David calls Him ‘Lord,’ how can He be David’s son?”
46 ULB কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে; আৰু সেই দিনাৰে পৰা তেওঁক কোনো কথা সুধিবলৈকো কাৰো সাহস নহ’ল। BSB BSB: No one was able to answer a word, and from that day on no one dared to question Him any further.