1 ULB ইস্ৰায়েলৰ সন্তানসকলে মোচি আৰু হাৰোণৰ অধীনত নিজ সৈন্যদল অনুসাৰে মিচৰ দেশৰ পৰা ওলাই আহোঁতে, তেওঁলোকে যি যি যাত্ৰা কৰিছিল, সেই সকলো যাত্ৰাৰ বিৱৰণ এই। BSB BSB: These are the journeys of the Israelites when they came out of the land of Egypt by their divisions under the leadership of Moses and Aaron.
3 ULB প্ৰথম মাহত, প্ৰথম মাহৰ পঞ্চদশ দিনা ইস্ৰায়েলৰ সন্তানসকলে ৰামিচেচৰ পৰা যাত্ৰা কৰি নিস্তাৰ-পৰ্ব্বৰ পাছদিনা আটাই মিচৰীয়া লোকৰ সাক্ষাতে যিহোৱাৰ পৰাক্ৰমী বাহুৰে ওলাই গ’ল। BSB BSB: On the fifteenth day of the first month, on the day after the Passover, the Israelites set out from Rameses. They marched out defiantly in full view of all the Egyptians,
4 ULB তেতিয়া মিচৰীয়াসকলে, যিহোৱাই তেওঁলোকৰ মাজত বধ কৰা তেওঁলোকৰ প্ৰথমে ওপজাবোৰৰ মৰা শৱ পুতি আছিল, আৰু যিহোৱাই তেওঁলোকৰ দেৱতাবোৰকো দণ্ড দিছিল। BSB BSB: who were burying all their firstborn, whom the LORD had struck down among them; for the LORD had executed judgment against their gods.
5 ULB ৰামিচেচৰ পৰা যাত্ৰা কৰি, ইস্ৰায়েলৰ সন্তানসকলে চুক্কোতত ছাউনি পাতিলে। BSB BSB: The Israelites set out from Rameses and camped at Succoth.
6 ULB আৰু চুক্কোতৰ পৰা যাত্ৰা কৰি, মৰুভূমিৰ দাঁতিত থকা এথমত ছাউনি পাতিলে। BSB BSB: They set out from Succoth and camped at Etham, on the edge of the wilderness.
7 ULB আৰু এথমৰ পৰা যাত্ৰা কৰি, বাল-চফোনৰ আগত থকা পীহহীৰোতলৈ ঘূৰি আহি মিগ্দোলৰ সন্মুখত ছাউনি পাতিলে। BSB BSB: They set out from Etham and turned back to Pi-hahiroth, opposite Baal-zephon, and they camped near Migdol.
8 ULB তেতিয়া হহীৰোতৰ সন্মুখৰ পৰা যাত্ৰা কৰি, সমুদ্ৰৰ মাজেদি গৈ মৰুভূমিত সোমাল আৰু এথন অৰণ্যত তিন দিনৰ বাট যাত্ৰা কৰি, মাৰাত ছাউনি পাতিলে। BSB BSB: They set out from Pi-hahiroth and crossed through the sea, into the wilderness, and they journeyed three days into the Wilderness of Etham and camped at Marah.
9 ULB আৰু মাৰাৰ পৰা যাত্ৰা কৰি, এলীম পালে; এলীমত বাৰটা জলৰ ভূমূক আৰু ষাঠী জোপা খাজুৰ গছ আছিল; তেওঁলোকে সেই ঠাইত ছাউনি পাতিলে। BSB BSB: They set out from Marah and came to Elim, where there were twelve springs and seventy palm trees, and they camped there.
10 ULB পাছত এলীমৰ পৰা যাত্ৰা কৰি, চুফ সাগৰৰ ওচৰত ছাউনি পাতিলে। BSB BSB: They set out from Elim and camped by the Red Sea.
11 ULB আৰু চুফ সাগৰৰ পৰা যাত্ৰা কৰি, ছিন অৰণ্যত ছাউনি পাতিলে। BSB BSB: They set out from the Red Sea and camped in the Desert of Sin.
12 ULB পাছত ছিন মৰুভূমিৰ পৰা যাত্ৰা কৰি দফকাত ছাউনি পাতিলে। BSB BSB: They set out from the Desert of Sin and camped at Dophkah.
13 ULB আৰু দফকাৰ পৰা যাত্ৰা কৰি, আলূচত ছাউনি পাতিলে। BSB BSB: They set out from Dophkah and camped at Alush.
14 ULB আৰু আলূচৰ পৰা যাত্ৰা কৰি, ৰফীদীমত ছাউনি পাতিলে; সেই ঠাইত লোকসকলৰ খাবলৈ পানী নাছিল। BSB BSB: They set out from Alush and camped at Rephidim, where there was no water for the people to drink.
15 ULB পাছত তেওঁলোকে ৰফীদীমৰ পৰা যাত্ৰা কৰি, চীনয় মৰুভূমিত ছাউনি পাতিলে। BSB BSB: They set out from Rephidim and camped in the Wilderness of Sinai.
16 ULB আৰু চীনয় মৰুভূমিৰ পৰা যাত্ৰা কৰি, কিব্ৰোৎহত্তাবাত ছাউনি পাতিলে। BSB BSB: They set out from the Wilderness of Sinai and camped at Kibroth-hattaavah.
17 ULB আৰু কিব্ৰোৎহত্তাবাৰ পৰা যাত্ৰা কৰি, হচেৰোতত ছাউনি পাতিলে। BSB BSB: They set out from Kibroth-hattaavah and camped at Hazeroth.
18 ULB আৰু হচেৰোতৰ পৰা যাত্ৰা কৰি, ৰিৎমাত ছাউনি পাতিলে। BSB BSB: They set out from Hazeroth and camped at Rithmah.
19 ULB আৰু ৰিৎমাৰ পৰা যাত্ৰা কৰি, ৰিম্মোন-পেৰচত ছাউনি পাতিলে। BSB BSB: They set out from Rithmah and camped at Rimmon-perez.
20 ULB আৰু ৰিম্মোন-পেৰেচৰ পৰা যাত্ৰা কৰি, লিবনাত ছাউনি পাতিলে। BSB BSB: They set out from Rimmon-perez and camped at Libnah.
21 ULB আৰু লিবনাৰ পৰা যাত্ৰা কৰি, ৰিচ্ছাত ছাউনি পাতিলে। BSB BSB: They set out from Libnah and camped at Rissah.
22 ULB আৰু ৰিচ্ছাৰ পৰা যাত্ৰা কৰি, কহেলাথাত ছাউনি পাতিলে। BSB BSB: They set out from Rissah and camped at Kehelathah.
23 ULB আৰু কহেলাথাৰ পৰা যাত্ৰা কৰি, চেফৰ পৰ্ব্বতত ছাউনি পাতিলে। BSB BSB: They set out from Kehelathah and camped at Mount Shepher.
24 ULB পাছত তেওঁলোকে চেফৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, হৰাদাত ছাউনি পাতিলে। BSB BSB: They set out from Mount Shepher and camped at Haradah.
25 ULB আৰু হৰাদাৰ পৰা যাত্ৰা কৰি, মখেলোতত ছাউনি পাতিলে। BSB BSB: They set out from Haradah and camped at Makheloth.
26 ULB আৰু মখেলোতৰ পৰা যাত্ৰা কৰি, তহতত ছাউনি পাতিলে। BSB BSB: They set out from Makheloth and camped at Tahath.
27 ULB আৰু তহতৰ পৰা যাত্ৰা কৰি, তেৰহত ছাউনি পাতিলে। BSB BSB: They set out from Tahath and camped at Terah.
28 ULB আৰু তেৰহৰ পৰা যাত্ৰা কৰি, মিৎকাত ছাউনি পাতিলে। BSB BSB: They set out from Terah and camped at Mithkah.
29 ULB আৰু মিৎকাৰ পৰা যাত্ৰা কৰি, হতমোনাত ছাউনি পাতিলে। BSB BSB: They set out from Mithkah and camped at Hashmonah.
30 ULB আৰু হচমোনাৰ পৰা যাত্ৰা কৰি, মোচেৰোতত ছাউনি পাতিলে। BSB BSB: They set out from Hashmonah and camped at Moseroth.
31 ULB আৰু মোচেৰোতৰ পৰা যাত্ৰা কৰি, বনেই-যাকনত ছাউনি পাতিলে। BSB BSB: They set out from Moseroth and camped at Bene-jaakan.
32 ULB আৰু বনেই-যাকনৰ পৰা যাত্ৰা কৰি, হোৰহগ্গিদগদত ছাউনি পাতিলে। BSB BSB: They set out from Bene-jaakan and camped at Hor-haggidgad.
33 ULB আৰু হোৰহগ্গিদগদৰ পৰা যাত্ৰা কৰি, যটবাথাত ছাউনি পাতিলে। BSB BSB: They set out from Hor-haggidgad and camped at Jotbathah.
34 ULB আৰু যটবাথাৰ পৰা যাত্ৰা কৰি, অব্ৰোণাত ছাউনি পাতিলে। BSB BSB: They set out from Jotbathah and camped at Abronah.
35 ULB আৰু অব্ৰোণাৰ পৰা যাত্ৰা কৰি, ইচিয়োন-গেবৰত ছাউনি পাতিলে। BSB BSB: They set out from Abronah and camped at Ezion-geber.
36 ULB আৰু ইচিয়োন-গেবৰৰ পৰা যাত্ৰা কৰি, ছিন মৰুভূমিত থকা কাদেচত ছাউনি পাতিলে। BSB BSB: They set out from Ezion-geber and camped at Kadesh in the Wilderness of Zin.
37 ULB আৰু কাদেচৰ পৰা যাত্ৰা কৰি, ইদোম দেশৰ কাষত থকা হোৰ পৰ্ব্বতত ছাউনি পাতিলে। BSB BSB: They set out from Kadesh and camped at Mount Hor, on the outskirts of the land of Edom.
38 ULB এই সময়ত হাৰোণ পুৰোহিত যিহোৱাৰ আজ্ঞা অনুসাৰে হোৰ পৰ্ব্বতত উঠি, মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তানসকল ওলাই অহাৰ চল্লিশ বছৰৰ পঞ্চম মাহৰ প্ৰথম দিনা সেই ঠাইতে মৰিল। BSB BSB: At the LORD’s command, Aaron the priest climbed Mount Hor and died there on the first day of the fifth month, in the fortieth year after the Israelites had come out of the land of Egypt.
39 ULB হোৰ পৰ্ব্বতত হাৰোণ মৰা সময়ত, তেওঁৰ এশ তেইশ বছৰ বয়স হৈছিল। BSB BSB: Aaron was 123 years old when he died on Mount Hor.
40 ULB আৰু কনানৰ দক্ষিণ মৰুভূমিত থকা অৰাদৰ কনানীয়া ৰজাই ইস্ৰায়েলৰ সন্তানসকল অহা সম্বাদ পালে। BSB BSB: Now the Canaanite king of Arad, who lived in the Negev in the land of Canaan, heard that the Israelites were coming.
41 ULB পাছত তেওঁলোকে হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, চল্মোনাত ছাউনি পাতিলে। BSB BSB: And the Israelites set out from Mount Hor and camped at Zalmonah.
42 ULB আৰু চল্মোনাৰ পৰা যাত্ৰা কৰি, পুনোনত ছাউনি পাতিলে। BSB BSB: They set out from Zalmonah and camped at Punon.
43 ULB আৰু পুনোনৰ পৰা যাত্ৰা কৰি, ওবোতত ছাউনি পাতিলে। BSB BSB: They set out from Punon and camped at Oboth.
44 ULB আৰু ওবোতৰ পৰা যাত্ৰা কৰি, মোৱাবৰ সীমাৰ ওচৰত থকা ইয়ে-অবাৰীমত ছাউনি পাতিলে। BSB BSB: They set out from Oboth and camped at Iye-abarim on the border of Moab.
45 ULB আৰু ইয়ীমৰ পৰা যাত্ৰা কৰি, দীবোন-গাদত ছাউনি পাতিলে। BSB BSB: They set out from Iyim and camped at Dibon-gad.
46 ULB আৰু দীবোন-গাদৰ পৰা যাত্ৰা কৰি, অল্মোনদিব্লাথয়িমত ছাউনি পাতিলে। BSB BSB: They set out from Dibon-gad and camped at Almon-diblathaim.
47 ULB আৰু অল্মোনদিব্লাথয়িমৰ পৰা যাত্ৰা কৰি, নবোৰ সন্মুখত থকা অবাৰীম পৰ্ব্বতৰ মাজত ছাউনি পাতিলে। BSB BSB: They set out from Almon-diblathaim and camped in the mountains of Abarim facing Nebo.
48 ULB আৰু অবাৰীম পৰ্ব্বতবোৰৰ পৰা যাত্ৰা কৰি, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ছাউনি পাতিলে। BSB BSB: They set out from the mountains of Abarim and camped on the plains of Moab by the Jordan across from Jericho.
49 ULB আৰু তেওঁলোকে যৰ্দ্দনৰ ওচৰত বৈৎ-যিচীমোতৰ পৰা আবেল-চিটীমলৈকে মোৱাবৰ সমথলত ছাউনি পাতিলে। BSB BSB: And there on the plains of Moab they camped by the Jordan, from Beth-jeshimoth to Abel-shittim.
50 ULB তেতিয়া যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাৰব সমথলত যিহোৱাই মোচিক ক’লে, BSB BSB: On the plains of Moab by the Jordan across from Jericho, the LORD said to Moses,
51 ULB “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘তোমালোকে যেতিয়া যৰ্দ্দন পাৰহৈ কনান দেশত সোমাবা, BSB BSB: “Speak to the Israelites and tell them: When you cross the Jordan into the land of Canaan,
52 ULB তেতিয়া তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা। আৰু তেওঁলোকৰ সকলো নক্সা কটা শিলবোৰ আৰু আটাই সাচত ঢলা প্ৰতিমাবোৰ নষ্ট কৰিবা আৰু তেওঁলোকৰ আটাই ওখ ঠাইবোৰ উচ্ছন্ন কৰিবা। BSB BSB: you must drive out before you all the inhabitants of the land, destroy all their carved images and cast idols, and demolish all their high places.
53 ULB আৰু তোমালোকে সেই দেশ অধিকাৰ কৰি, তাৰ মাজত বাস কৰিবা; কিয়নো মই আধিপত্যৰ অৰ্থে সেই দেশ তোমালোকক দিলোঁ। BSB BSB: You are to take possession of the land and settle in it, for I have given you the land to possess.
54 ULB আৰু তোমালোকে চিঠি-খেলেৰে নিজ নিজ গোষ্ঠী অনুসাৰে দেশ অধিকাৰ কৰি ল’বা; অধিকক অধিক আধিপত্য আৰু তাকৰক কম আধিপত্য দিবা; আৰু যাৰ ভাগ যি ঠাইত পৰে, তাৰ ভাগ সেই ঠাইতে হ’ব; তোমালোকে নিজ নিজ পিতৃ-ফৈদ অনুসাৰে তাক অধিকাৰ কৰি ল’বা। BSB BSB: And you are to divide the land by lot according to your clans. Give a larger inheritance to a larger clan and a smaller inheritance to a smaller one. Whatever falls to each one by lot will be his. You will receive an inheritance according to the tribes of your fathers.
55 ULB কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসীসকলক দূৰ নকৰা, তেন্তে তোমালোকে যিসকলক অৱশিষ্ট ৰাখিবা, তেওঁলোকেই তোমালোকৰ চকুত কাঁইট আৰু তোমালোকৰ গাৰ কাষত হুলস্বৰূপ হ’ব আৰু তোমালোকে নিবাস কৰা সেই দেশত তেওঁলোকে তোমালোকক ক্লেশ দিব। BSB BSB: But if you do not drive out the inhabitants of the land before you, those you allow to remain will become barbs in your eyes and thorns in your sides; they will harass you in the land where you settle.
56 ULB আৰু মই তেওঁলোকলৈ যি কৰিবৰ মন কৰিছোঁ, তাক তোমালোকলৈ কৰিম। BSB BSB: And then I will do to you what I had planned to do to them.”
Select verses for actions: Enter goes to them and Escape comes back.