1 ULB যি জনে অনুশাসন ভাল পায়, তেওঁ জ্ঞানকো ভাল পায়; কিন্তু যি জনে অনুযোগ ঘিণ কৰে, তেওঁ নিৰ্বোধ। BSB BSB: Whoever loves discipline loves knowledge, but he who hates correction is stupid.
2 ULB শুদ্ধ লোকে যিহোৱাৰ পৰা অনুগ্ৰহ পায়; কিন্তু যিজনে দুষ্ট কৰ্মৰ পৰিকল্পনা কৰে, তেওঁক দোষাৰোপ কৰা হয়। BSB BSB: The good man obtains favor from the LORD, but the LORD condemns a man who devises evil.
3 ULB কোনো লোক দুষ্টতাৰ দ্বাৰাই সংস্থাপিত নহয়; কিন্তু সত্যতাত চলা জনৰ মুল লৰচৰ নহব। BSB BSB: A man cannot be established through wickedness, but the righteous cannot be uprooted.
4 ULB গুণৱতী ভাৰ্যা স্বামীৰ মুকুটৰ দৰে; কিন্তু লাজ দিওঁতা মহিলাৰ অস্থি ক্ষয়কাৰি ৰোগ যেন হয়। BSB BSB: A wife of noble character is her husband’s crown, but she who causes shame is like decay in his bones.
5 ULB সত্যতাত চলা জনৰ পৰিকল্পনা ন্যায় হয়; কিন্তু দুষ্টলোকৰ উপদেশ প্রতাৰণাপূৰ্ণ। BSB BSB: The plans of the righteous are just, but the counsel of the wicked leads to deceit.
6 ULB দুষ্টলোকৰ কথাবোৰ ৰক্তপাত কৰিবলৈ খাপ দিয়াৰ দৰে হয়; কিন্তু ন্যায় কৰাসকলৰ কথাই তেওঁলোকক সুৰক্ষিত কৰে। BSB BSB: The words of the wicked lie in wait for blood, but the speech of the upright rescues them.
7 ULB দুষ্টলোকক বিনষ্ট কৰা হয় আৰু তেওঁলোক নাইকিয়া হয়; কিন্তু যিসকল লোকে সত্যতাত চলে, তেওঁলোকৰ ঘৰ থিৰে থাকে। BSB BSB: The wicked are overthrown and perish, but the house of the righteous will stand.
8 ULB মানুহে নিজৰ প্রজ্ঞা অনুসাৰে প্ৰশংসা পায়; কিন্তু কুটিল কাৰ্য কৰা লোক ঘৃণনীয় হয়। BSB BSB: A man is praised according to his wisdom, but a twisted mind is despised.
9 ULB গুৰুত্বহীন পদত থকাতকৈ কেৱল দাস হোৱাই ভাল; খাবলৈ নাই কিন্তু নিজৰ গুৰুত্বকলৈ অহঙ্কাৰ কৰে। BSB BSB: Better to be lightly esteemed yet have a servant, than to be self-important but lack food.
11 ULB যিজনে নিজৰ মাটিত চহায়, তেওঁ জোৰাওকৈ আহাৰ পায়; কিন্তু যিজনে মূল্যহীন অভিপ্রায়ৰ অনুগামী হয়, তেওঁ জ্ঞান শূন্য। BSB BSB: The one who works his land will have plenty of food, but whoever chases fantasies lacks judgment.
12 ULB দুষ্টলোকে আনৰ পৰা চুৰ কৰা বস্তুৰ প্রতি পাপীলোকে আকাঙ্ক্ষা কৰে; কিন্তু সত্যতাত চলা জনৰ ফল নিজৰ পৰাই আহে। BSB BSB: The wicked desire the plunder of evil men, but the root of the righteous flourishes.
13 ULB পাপী জনক তেওঁৰ কুকথাই ফান্দত পেলাই; কিন্তু সত্যতাত চলাজন সঙ্কটৰ পৰা ৰক্ষা পায়। BSB BSB: An evil man is trapped by his rebellious speech, but a righteous man escapes from trouble.
14 ULB মানুহে নিজৰ কথাৰ ফলৰ দ্বাৰাই ভাল বিষয়ত পৰিপূৰ্ণ হয়; তেওঁ নিজৰ হাতেৰে কৰা কামৰ দ্বাৰাই পুৰস্কাৰ পায়। BSB BSB: By fruitful speech a man is filled with good things, and the work of his hands returns to him.
15 ULB অজ্ঞানীৰ পথ তেওঁৰ নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু জ্ঞানীজনে পৰামৰ্শ শুনে। BSB BSB: The way of a fool is right in his own eyes, but a wise man listens to counsel.
16 ULB অজ্ঞানীয়ে খন্তেকতে খং দেখুৱাই; কিন্তু যিজনে অপমান অবজ্ঞা কৰে, তেওঁ দূৰদৰ্শী হয়। BSB BSB: A fool’s anger is known at once, but a prudent man overlooks an insult.
17 ULB যিজন সত্যবাদী, তেওঁ ন্যায় কথা কয়; কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়। BSB BSB: He who speaks the truth declares what is right, but a false witness speaks deceit.
18 ULB যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে; কিন্তু জ্ঞানী লোকৰ জিবাই সুস্থতা আনে। BSB BSB: Speaking rashly is like a piercing sword, but the tongue of the wise brings healing.
19 ULB সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে; কিন্তু মিছা কোৱা জিবা ক্ষন্তেকীয়া। BSB BSB: Truthful lips endure forever, but a lying tongue lasts only a moment.
20 ULB কুকল্পনা কৰা সকলৰ মনত প্রতাৰণা থাকে; কিন্তু শান্তিৰ পৰামৰ্শ দিয়া সকলৰ আনন্দ হয়। BSB BSB: Deceit is in the hearts of those who devise evil, but the counselors of peace have joy.
21 ULB সত্যতাত চলা জনলৈ কোনো ৰোগ নাহে; কিন্তু দুষ্টলোক সমস্যাৰে পৰিপুৰ্ণ হয়। BSB BSB: No harm befalls the righteous, but the wicked are filled with trouble.
22 ULB মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া; কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক অনন্দিত কৰে। BSB BSB: Lying lips are detestable to the LORD, but those who deal faithfully are His delight.
23 ULB দূৰদৰ্শী লোকে জ্ঞান গুপুতে ৰাখে; কিন্তু অজ্ঞানীৰ মনে নিৰ্বুদ্ধিতা প্ৰকাশ কৰে। BSB BSB: A shrewd man keeps his knowledge to himself, but a foolish heart proclaims its folly.
24 ULB পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব; কিন্তু এলেহুৱা লোকক বাধ্যতাৰে পৰিশ্রম কৰিব দিয়া হ’ব। BSB BSB: The hand of the diligent will rule, but laziness ends in forced labor.
25 ULB মানুহৰ মনৰ দুচিন্তাই তেওঁৰ মূল্য কম কৰে; কিন্তু ভাল কথাই তেওঁক আনন্দিত কৰে। BSB BSB: Anxiety weighs down the heart of a man, but a good word cheers it up.
26 ULB সত্যতাত চলা জন তেওঁৰ বন্ধুৰ পথ দৰ্শক হয়; কিন্তু দুষ্টলোকৰ পথে তেওঁলোকক বিপথে নিয়ে। BSB BSB: A righteous man is cautious in friendship, but the ways of the wicked lead them astray.
27 ULB এলেহুৱাই নিজে ধৰা চিকাৰ নাৰান্ধে; কিন্তু পৰিশ্ৰমী লোকে মুল্যবান সম্পত্তি লাভ কৰে। BSB BSB: A lazy man does not roast his game, but a diligent man prizes his possession.
28 ULB যিসকলে সজ পথত চলে, তেওঁলোকে জীৱন পায়; আৰু এই পথত মৃত্যু নাই। BSB BSB: There is life in the path of righteousness, but another path leads to death.
Select verses for actions: Enter goes to them and Escape comes back.