1 ULB যিহুদাৰ ৰজা হিস্কিয়াৰ লোকসমূহে সংগ্ৰহ কৰা চলোমনৰ নীতিবাক্য এইবোৰ। BSB BSB: These are additional proverbs of Solomon, which were copied by the men of Hezekiah king of Judah:
3 ULB উচ্চতাৰ কাৰণে আকাশ, আৰু গভীৰতাৰ কাৰণে পৃথিৱী যিদৰে। সেইদৰে ৰজাসকলৰ হৃদয় অনুসন্ধান কৰা নাযায়। BSB BSB: As the heavens are high and the earth is deep, so the hearts of kings cannot be searched.
4 ULB ৰূপৰ পৰা ধাতুমল দূৰ কৰা; ধাতুৰ কাম কৰা জনে তেওঁৰ শিল্পকাৰ্যত ৰূপ ব্যৱহাৰ কৰিব পাৰে; BSB BSB: Remove the dross from the silver, and a vessel for a silversmith will come forth.
5 ULB তাৰ উপৰিও ৰজাৰ সন্মুখৰ পৰা দুষ্টক দূৰ কৰা; ন্যায় কাৰ্য কৰাৰ দ্বাৰাই তেওঁৰ সিংহাসন স্থাপিত হব। BSB BSB: Remove the wicked from the king’s presence, and his throne will be established in righteousness.
6 ULB ৰজাৰ সন্মুখত নিজকে নিজে প্রশংসা নকৰিবা; আৰু মহান লোকৰ বাবে ৰখা ঠাইত তুমি থিয় নহ’বা। BSB BSB: Do not exalt yourself in the presence of the king, and do not stand in the place of great men;
7 ULB উচ্চপদস্থ ব্যক্তিৰ উপস্থিতিত অপদস্থ হোৱাতকৈ, “ইয়ালৈ আঁহা”, এই বুলি তেওঁ তোমাক কোৱা ভাল। তোমাৰ সাক্ষ্য কি আছিল BSB BSB: for it is better to be told, “Come up here!” than to be demoted in the presence of the prince. Even what you have seen with your own eyes,
8 ULB বিচাৰলৈ বেগাই উপস্থিত নহ’বা; কাৰণ যেতিয়া তোমাৰ চুবুৰীয়াই তোমাক লাজ দিব। তেতিয়া শেষত তুমি কি কৰিবা? BSB BSB: do not bring hastily to court. Otherwise, what will you do in the end when your neighbor puts you to shame?
9 ULB তোমাৰ আৰু চুবুৰীয়া মাজৰ বিবাদ নিজেই বিচাৰ কৰা, কিন্তু আন জনৰ গুপুত কথা প্ৰকাশ নকৰিবা; BSB BSB: Argue your case with your neighbor without betraying another’s confidence,
10 ULB তোমাৰ কথা যিজনে শুনে তেওঁ তোমাক লাজত পেলাব, আৰু দুষ্ট লোকে তোমাৰ বিষয়ে গোচৰ দিলে গুপুতে নাথাকিব। BSB BSB: lest he who hears you bring shame upon you, and your infamy never go away.
11 ULB ভাল কথা কোৱাটো ৰূপত খটোৱা সোণৰ আপেলৰ দৰে, BSB BSB: A word fitly spoken is like apples of gold in settings of silver.
12 ULB শুদ্ধ সোণেৰে গঢ়া সোণৰ আঙঠি বা অলঙ্কাৰ যেনে, জ্ঞানী লোকৰ অনুযোগ শুনা কাণো তেনে। BSB BSB: Like an earring of gold or an ornament of fine gold is a wise man’s rebuke to a listening ear.
13 ULB শস্য দোৱাৰ সময়ত হিমৰ চেঁচা যেনে, বিশ্বাসী বাৰ্ত্তাবাহক পঠোৱা সকলৰ বাবে তেনে; তেওঁ তেওঁৰ মালিকৰ আত্মা সতেজ কৰে; BSB BSB: Like the cold of snow in the time of harvest is a trustworthy messenger to those who send him; he refreshes the soul of his masters.
14 ULB বৰষুণ নোহোৱাকৈ মেঘ আৰু বতাহ যেনে, যিজনে মিছাকৈয়ে দান দিছোঁ বুলি অহঙ্কাৰ কৰে। BSB BSB: Like clouds and wind without rain is the man who boasts of gifts never given.
15 ULB ধৈৰ্যেৰে শাসনকৰ্ত্তাই প্ৰত্যয় জন্মাব পাৰে, আৰু নম্র জিভাই হাড় ভাঙিব পাৰে। BSB BSB: Through patience a ruler can be persuaded, and a gentle tongue can break a bone.
16 ULB তুমি যদি মৌ বিচাৰি পোৱা, যিমান প্ৰয়োজন সিমানহে খাবা; নহ’লে মৌ অতিৰিক্ত খালে তুমি বমি কৰিবা। BSB BSB: If you find honey, eat just what you need, lest you have too much and vomit it up.
17 ULB তোমাৰ চুবুৰীয়াৰ ঘৰলৈ সঘনে নাযাবা, তেওঁ তোমালৈ আমনি পাই তোমাক ঘিণ কৰিব। BSB BSB: Seldom set foot in your neighbor’s house, lest he grow weary and hate you.
18 ULB যিজনে চুবুৰীয়াৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়ে, তেওঁ যুদ্ধত ব্যৱহাৰ কৰা গদা, বা তৰোৱাল, বা তীক্ষ্ন কাড়ৰ দৰে। BSB BSB: Like a club or sword or sharp arrow is a man who bears false witness against his neighbor.
19 ULB বেয়া দাঁত অথবা পিছল খোৱা ভৰিৰ যেনে। সঙ্কটৰ সময়ত অবিশ্বাসী লোকক বিশ্বাস কৰা তেনে; BSB BSB: Like a broken tooth or a foot out of joint is confidence in a faithless man in time of trouble.
20 ULB কোনো এজনে মনৰ বেজাৰত গীত গোৱা যেনে। জাৰ কালিত কপোৰ সোলোকাই থোৱা মানুহ; বা খাৰৰ ওপৰত দিয়া ভিনেগাৰো তেনে। BSB BSB: Like one who removes a garment on a cold day or vinegar poured on a wound is one who sings songs to a heavy heart.
21 ULB তোমাৰ শত্ৰু যদি ক্ষাধাতুৰ হয়, তেনেহ’লে তেওঁক আহাৰ খাবলৈ দিয়া; আৰু তেওঁ যদি তৃষ্ণাতুৰ হয়, তেনেহ’লে তেওঁক পানী খাবলৈ দিয়া। BSB BSB: If your enemy is hungry, give him food to eat, and if he is thirsty, give him water to drink.
22 ULB কিয়নো সেইদৰে কৰিলে, তুমি তেওঁৰ মুৰত জ্বলি থকা আঙঠা বেলচাৰে আঁতৰাই দিয়া হ’ব, আৰু যিহোৱাই তোমাক পুৰস্কাৰ দিব। BSB BSB: For in so doing, you will heap burning coals on his head, and the LORD will reward you.
23 ULB উত্তৰৰ বতাহে যেনেকৈ বৃষ্টি আনে, তেনেকৈ যিজনে গুপুত কথা কয় তেওঁৰ মুখমণ্ডল ঘৃণনীয়। BSB BSB: As the north wind brings forth rain, so a backbiting tongue brings angry looks.
24 ULB দ্বন্দুৰী মহিলাৰ সৈতে ঘৰত বাস কৰাতকৈ, ঘৰৰ ছালৰ এচুকত থকাই ভাল। BSB BSB: Better to live on a corner of the roof than to share a house with a quarrelsome wife.
25 ULB তৃষ্ণাতুৰ লোকৰ বাবে চেঁচা পানী যেনে, দূৰ দেশৰ পৰা অহা মঙ্গল সম্বাদো তেনে। BSB BSB: Like cold water to a weary soul is good news from a distant land.
26 ULB ঘোলা পানীৰ নিজৰা, বা নষ্ট হৈ যোৱা ভুমুক যেনে, দুষ্ট লোকৰ সন্মুখত ভাল মানুহো থৰক-বৰক হোৱাও তেনে। BSB BSB: Like a muddied spring or a polluted well is a righteous man who gives way to the wicked.
27 ULB অধিককৈ মৌ খোৱা ভাল নহয়, সেয়া সন্মানৰ ওপৰি সন্মান বিচৰাৰ দৰে হয়। BSB BSB: It is not good to eat too much honey or to search out one’s own glory.
28 ULB যি জনে নিজৰ মনক দমন নকৰে, তেওঁ গড় ভগা বা গড় নথকা নগৰৰ দৰে। BSB BSB: Like a city whose walls are broken down is a man who does not control his temper.
Select verses for actions: Enter goes to them and Escape comes back.