1 ULB গ্রীষ্ম কালত বৰফ, আৰু শস্য দোৱাৰ সময়ত বৃষ্টি যেনে, সেইদৰে অজ্ঞানীয়ে সন্মান পোৱাৰ যোগ্য নহয়। BSB BSB: Like snow in summer and rain at harvest, honor does not befit a fool.
2 ULB যিদৰে ঘৰ চিৰিকাই জাপ মাৰি মাৰি খোৱা বস্তু গিলি ক্ষিপ্র গতিত উৰি যায়, সেইদৰে অকাৰণে দিয়া শাও প্রজ্বলিত নহয়। BSB BSB: Like a fluttering sparrow or darting swallow, an undeserved curse does not come to rest.
3 ULB ঘোঁৰাৰ বাবে চাবুক আৰু গাধৰ বাবে লাগাম, আৰু অজ্ঞানীসকলৰ পিঠিৰ বাবে চেকনী। BSB BSB: A whip for the horse, a bridle for the donkey, and a rod for the backs of fools!
5 ULB অজ্ঞানীক উত্তৰ দিয়া আৰু তেওঁৰ অজ্ঞানতাত সহযোগ কৰা; সেয়ে তেওঁ নিজৰ দৃষ্টিত জ্ঞানী বোধ নকৰিব। BSB BSB: Answer a fool according to his folly, lest he become wise in his own eyes.
6 ULB যি জনে অজ্ঞানী লোকৰ হাতত বাৰ্ত্তা পঠিয়াই, তেওঁ নিজৰ ভৰি নিজে কাটি পেলায়, আৰু অত্যাচাৰ ভোগ কৰে। BSB BSB: Like cutting off one’s own feet or drinking violence is the sending of a message by the hand of a fool.
7 ULB যঠৰ ৰুগীৰ ভৰি যিদৰে তললৈ ওলমি থাকে, অজ্ঞানীসকলৰ মুখত নীতিবাক্যও সেইদৰে। BSB BSB: Like lame legs hanging limp is a proverb in the mouth of a fool.
8 ULB ফিঙ্গাত শিল বন্ধা যেনে, অজ্ঞানীক সন্মান দিয়াও তেনে। BSB BSB: Like binding a stone into a sling is the giving of honor to a fool.
9 ULB মতলীয়াৰ হাতত বিন্ধা কাঁইট যেনে, অজ্ঞানীৰ মুখত নীতিবাক্যও তেনে। BSB BSB: Like a thorn that goes into the hand of a drunkard is a proverb in the mouth of a fool.
10 ULB ধনুৰ্দ্ধৰে যিদৰে সকলোকে আঘাত কৰে, কোনো এজনে অজ্ঞানী, বা বাটৰুৱাক মজুৰি কৰোৱাও তেনে। BSB BSB: Like an archer who wounds at random is he who hires a fool or passerby.
11 ULB অজ্ঞানীয়ে পুনৰায় অজ্ঞানতাৰ কাম কৰে, যিদৰে কুকুৰে নিজৰ বমি পুনৰায় খায়। BSB BSB: As a dog returns to its vomit, so a fool repeats his folly.
12 ULB নিজকে নিজে জ্ঞানী বুলি ভবা মানুহ তুমি দেখিছা নে? তেওঁতকৈ অজ্ঞানীৰ বাবে বহুতো আশা আছে। BSB BSB: Do you see a man who is wise in his own eyes? There is more hope for a fool than for him.
13 ULB এলেহুৱা ব্যক্তিয়ে কয়, “বাটত এটা সিংহ আছে! মুকলি ঠাইৰ মাজত এটা সিংহ আছে।” BSB BSB: The slacker says, “A lion is in the road! A fierce lion roams the public square!”
14 ULB দুৱাৰ যেনেকৈ কবজাত ঘুৰে, এলেহুৱা ব্যক্তিও তেনেকৈ নিজৰ শুৱাপাটিত বাগৰে। BSB BSB: As a door turns on its hinges, so the slacker turns on his bed.
15 ULB এলেহুৱা এজনে পাত্ৰত থকা আহাৰত হাত সুমুৱাই দি, পুনৰায় মুখলৈ আহাৰ নিবলৈ তেওঁৰ শক্তি নাথাকে। BSB BSB: The slacker buries his hand in the dish; it wearies him to bring it back to his mouth.
16 ULB বুদ্ধিমান সাতজন ব্যক্তিতকৈ এলেহুৱা লোকে নিজৰ দৃষ্টিত নিজকে জ্ঞানী বুলি ভাবে। BSB BSB: The slacker is wiser in his own eyes than seven men who answer discreetly.
17 ULB বাটৰুৱাই যেনেকৈ আনৰ বিবাদত ক্রোধীত হয় তেওঁ কুকুৰৰ কাণত ধৰা লোকৰ দৰে। BSB BSB: Like one who grabs a dog by the ears is a passerby who meddles in a quarrel not his own.
18 ULB পগলাৰ দৰে যিজনে জ্বলী থকা কাড় মাৰে, BSB BSB: Like a madman shooting firebrands and deadly arrows,
19 ULB নিজৰ চুবুৰীয়াক প্ৰতাৰণা কৰা জনো তেনে, আৰু কয়, “মই জানো ধেমালি কৰা নাই?” BSB BSB: so is the man who deceives his neighbor and says, “I was only joking!”
20 ULB যেনেকৈ খৰিৰ অভাৱত জুই নুমায় যায়, তেনেকৈ পৰচৰ্চ্চাকাৰী নহ’লে কন্দলো নহয়। BSB BSB: Without wood, a fire goes out; without gossip, a conflict ceases.
21 ULB জ্বালি থকা আঙঠাৰ বাবে কাঠকয়লা আৰু জুইৰ বাবে খৰি যেনে, বিবাদত ইন্ধন যোগাবলৈ দ্বন্দুৰা লোক তেনে। BSB BSB: Like charcoal for embers and wood for fire, so is a quarrelsome man for kindling strife.
22 ULB পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে; সেয়ে শৰীৰৰ ভিতৰলৈকে সোমাই যায়। BSB BSB: The words of a gossip are like choice morsels that go down into the inmost being.
23 ULB জ্বলন্ত ওঁঠ আৰু দুষ্টৰ হৃদয়, মাটিৰ পাত্ৰত সানি দিয়া জিলিকনিৰ দৰে। BSB BSB: Like glaze covering an earthen vessel are burning lips and a wicked heart.
24 ULB তেওঁৰ ওঁঠেৰে প্রকাশ কৰা কথা ঘিণ কৰা জনে, নিজৰ ভিতৰত তেওঁ প্রতাৰণা স্থাপন কৰে; BSB BSB: A hateful man disguises himself with his speech, but he lays up deceit in his heart.
25 ULB তেওঁ ভাল অমায়িভাবে কথা ক’ব, কিন্তু তেওঁক বিশ্বাস নকৰিবা, কাৰণ তেওঁৰ হৃদয়ত ঘিণলগীয়া বস্তু সাতটা থাকে; BSB BSB: When he speaks graciously, do not believe him, for seven abominations fill his heart.
26 ULB যদিও তেওঁৰ ঘৃণা কপটেৰে ঢকা, আৰু তেওঁৰ দুষ্টতা সমাজত প্ৰকাশিত হ’ব। BSB BSB: Though his hatred is concealed by deception, his wickedness will be exposed in the assembly.
27 ULB যি কোনোৱে খাল খানে, তেঁৱেই সেই খালত পৰিব; আৰু যি কোনোৱে শিল ঠেলি পঠায়, তেওঁলৈ সেই শিল ঘূৰি আহিব। BSB BSB: He who digs a pit will fall into it, and he who rolls a stone will have it roll back on him.
28 ULB মিছলীয়া জিভাই দমন কৰা লোকক ঘিণ কৰে, আৰু আত্মতৃপ্তিকৰ মুখে নিজলৈ বিনাশ আনে। BSB BSB: A lying tongue hates those it crushes, and a flattering mouth causes ruin.
Select verses for actions: Enter goes to them and Escape comes back.