1 ULB কোনো লোকে খেদি নগলেও দুষ্টলোক দৌৰি পলায়; কিন্তু ন্যায় কাৰ্য কৰা সকল যুৱা সিংহৰ দৰে সাহসী হয়। BSB BSB: The wicked flee when no one pursues, but the righteous are as bold as a lion.
2 ULB দেশৰ আইন উলঙ্ঘনৰ বাবে দেশত অনেক শাসনকৰ্ত্তা হয়; কিন্তু জ্ঞানী আৰু বিবেচনা কৰা লোকৰ দ্বাৰাই শাসন চিৰস্থায়ী হয়। BSB BSB: A land in rebellion has many rulers, but a man of understanding and knowledge maintains order.
3 ULB যিজন দৰিদ্ৰ লোকে দৰিদ্রক উপদ্ৰৱ কৰে, তেওঁ খাদ্য নষ্ট কৰা বৰষুণৰ দৰে। BSB BSB: A destitute leader who oppresses the poor is like a driving rain that leaves no food.
4 ULB যিজনে বিধান ত্যাগ কৰে, তেওঁ দুষ্টলোকক প্ৰশংসা কৰে, কিন্তু যিজনে বিধান পালন কৰা তেওঁ তেওঁলোকৰ বিৰোধে যুঁজ কৰে। BSB BSB: Those who forsake the law praise the wicked, but those who keep the law resist them.
5 ULB দুষ্ট লোকে ন্যায়বিচাৰ নুবুজে; কিন্তু যিজনে যিহোৱাক বিচাৰে তেওঁ সকলো বুজি পায়। BSB BSB: Evil men do not understand justice, but those who seek the LORD comprehend fully.
6 ULB কুটিল পথত চলা ধনী মানুহতকৈ, ন্যায়পৰায়ণতাত চলা দৰিদ্ৰ লোকেই শ্ৰেষ্ঠ। BSB BSB: Better a poor man who walks with integrity than a rich man whose ways are perverse.
7 ULB যি জনে বিধান পালন কৰে, তেওঁ সুবিবেচনা থকা সন্তানৰ দৰে; কিন্তু যি জনৰ ভোজনবিলাসী সঙ্গী থাকে, তেওঁ নিজৰ পিতৃক লাজ দিয়ে। BSB BSB: A discerning son keeps the law, but a companion of gluttons disgraces his father.
8 ULB যি কোনোৱে অধিক সুত লোৱাৰ দ্বাৰাই নিজৰ ভবিষ্যতলৈ সম্পত্তি সাঁচে, দৰিদ্র লোকক দয়া কৰা লোকৰ বাবে তেওঁ সেই ধন সাঁচিব। BSB BSB: He who increases his wealth by interest and usury lays it up for one who is kind to the poor.
9 ULB কোনোৱে যদি বিধানৰ কথা শুনাৰ পৰা আঁতৰি থাকে, এনেকি তেওঁৰ প্ৰাৰ্থনাও ঘৃণিত হয়। BSB BSB: Whoever turns his ear away from hearing the law, even his prayer is detestable.
10 ULB যি কোনোৱে ন্যায়পৰায়ণ লোকক কুপথত চলিবলৈ বিভ্রান্ত কৰে, তেওঁ নিজে খনা গাঁতত তেওঁ নিজে পৰিব; কিন্তু নিৰ্দ্দোষীলোকে ভাল উত্তৰাধিকাৰী লাভ কৰে। BSB BSB: He who leads the upright along the path of evil will fall into his own pit, but the blameless will inherit what is good.
11 ULB ধনী লোক নিজৰ দৃষ্টিত জ্ঞানী হ’ব পাৰে; কিন্তু বিবেচনা শক্তি থকা দৰিদ্ৰ লোকে তেওঁক বিচাৰি উলিয়াব। BSB BSB: A rich man is wise in his own eyes, but a poor man with discernment sees through him.
12 ULB ন্যায় কাৰ্য কৰা লোক যেতিয়া জয়ী হয়, তেতিয়া তাত মহাগৌৰৱ হয়, কিন্তু যেতিয়া দুষ্ট লোকে উন্নতি কৰে, তেতিয়া লোকসকলে নিজকে লুকুৱাই থাকে। BSB BSB: When the righteous triumph, there is great glory, but when the wicked rise, men hide themselves.
13 ULB যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব; কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে তেওঁ দয়া পাব। BSB BSB: He who conceals his sins will not prosper, but whoever confesses and renounces them will find mercy.
14 ULB যিজনে সদায় গভীৰ ভক্তিৰে জীৱন যাপন কৰে, তেওঁ সুখি হয়; কিন্তু যিকোনোৱে নিজৰ হৃদয় কঠিন কৰে, তেওঁ সমস্যাত পৰিব। BSB BSB: Blessed is the man who is always reverent, but he who hardens his heart falls into trouble.
15 ULB গৰ্জ্জনকাৰী সিংহ আৰু আক্রমণকাৰী ভালুক যেনে, দৰিদ্র লোকৰ ওপৰত দুষ্ট শাসনকৰ্ত্তাও তেনে। BSB BSB: Like a roaring lion or a charging bear is a wicked ruler over a helpless people.
16 ULB বিবেচনা শক্তি নথকা শাসনকৰৰ্ত্তা অত্যাচাৰী হয়; কিন্তু যিজনে অসাধুতাক ঘিণ কৰে, তেওঁ দীৰ্ঘজীৱি হয়। BSB BSB: A leader who lacks judgment is also a great oppressor, but he who hates dishonest profit will prolong his days.
17 ULB যদি কোনো মানুহ আনৰ ৰক্তপাতত দোষীসাব্যস্ত হয়, তেওঁ মৃত্যুলৈকে পলাই ফুৰে; আৰু কোনেও তেওঁক সহায় নকৰিব। BSB BSB: A man burdened by bloodguilt will flee into the Pit; let no one support him.
18 ULB যি কোনোৱে শুদ্ধ পথত চলে, তেওঁ ৰক্ষা পাব, কিন্তু যিজনে কুটিল পথত চলে; তেওঁ হঠাৎ পতিত হব। BSB BSB: He who walks with integrity will be kept safe, but whoever is perverse in his ways will suddenly fall.
19 ULB যি কোনোৱে নিজৰ মাটিত কাম কৰে, তেওঁ জোৰাওকৈ আহাৰ পাব; কিন্তু যিজন নিষ্কৰ্মা লোকৰ অনুগামী হয়, তেওঁৰ প্রচোৰ পৰিমানে অভাৱ হয়। BSB BSB: The one who works his land will have plenty of food, but whoever chases fantasies will have his fill of poverty.
20 ULB বিশ্বাসী লোকে বহুতো আশীৰ্ব্বাদ পাব; কিন্তু যিজন শীঘ্রে ধনী হয়, তেওঁ দণ্ড নোপোৱাকৈ নাথাকিব। BSB BSB: A faithful man will abound with blessings, but one eager to be rich will not go unpunished.
21 ULB পক্ষপাত কৰা ভাল নহয়; কিন্তু এডোখৰ ৰুটিৰ বাবেও মানুহে ভুল কৰে। BSB BSB: To show partiality is not good, yet a man will do wrong for a piece of bread.
22 ULB কৃপণ লোকে ধনী হ’বলৈ খৰ কৰে; কিন্তু তেওঁ নাজানে যে, দৰিদ্ৰতা তেওঁলৈ আহি আছে। BSB BSB: A stingy man hastens after wealth and does not know that poverty awaits him.
23 ULB কথাৰে খোচামোদ কৰা লোকতকৈ, কোনো এজনক অনুযোগ কৰা জনে পৰৱৰ্তি সময়ত অধিক অনুগ্ৰহ পায়। BSB BSB: He who rebukes a man will later find more favor than one who flatters with his tongue.
24 ULB যি কোনোৱে নিজৰ পিতৃ আৰু মাতৃৰ ধন-সম্পত্তি অপহৰণ কৰি কয়, “এয়া পাপ নহয়,” তেওঁ বিনাশকাৰীৰ সঙ্গী হয়। BSB BSB: He who robs his father or mother, saying, “It is not wrong,” is a companion to the man who destroys.
25 ULB লুভীয়া স্বভাৱৰ লোকে বিবাদ উৎপন্ন কৰে; কিন্তু যিহোৱাত ভাৰসা কৰা লোকৰ উন্নতি হয়। BSB BSB: A greedy man stirs up strife, but he who trusts in the LORD will prosper.
26 ULB যিজনে নিজৰ হৃদয়ত ভাৰসা কৰে, তেওঁ অজ্ঞানী হ’য়; কিন্তু যি মানুহে প্ৰজ্ঞাৰ পথত চলে, তেওঁ বিপদৰ পৰা ৰক্ষা পায়। BSB BSB: He who trusts in himself is a fool, but one who walks in wisdom will be safe.
27 ULB যি মানুহে দৰিদ্ৰক দান কৰে, তেওঁৰ অভাৱ নহব; কিন্তু যি কোনোৱে তেওঁলোকলৈ চকু মুদে, তেওঁ অধিক শাও পাব। BSB BSB: Whoever gives to the poor will not be in need, but he who hides his eyes will receive many curses.
28 ULB দুষ্টলোকৰ উন্নতি হলে, মানুহে নিজকে লুকাই ৰাখে; কিন্তু দুষ্টলোক নষ্ট হলে,ন্যয় কাৰ্য কৰা লোকৰ বৃদ্ধি হ’ব। BSB BSB: When the wicked come to power, people hide themselves; but when they perish, the righteous flourish.
Select verses for actions: Enter goes to them and Escape comes back.