1 ULB যি মানুহে বাৰে বাৰে অনুযোগ পায়ো নিজৰ ডিঙি ঠৰ কৰে, সুস্থ হ’ব নোৱাৰাকৈ তেওঁ হঠাতে ভগ্ন হ’ব। BSB BSB: A man who remains stiff-necked after much reproof will suddenly be shattered beyond recovery.
2 ULB সৎ কাৰ্য কৰা লোক যেতিয়া বৃদ্ধি পায়, তেতিয়া লোকসকল আনন্দ কৰে। কিন্তু যেতিয়া এজন দুষ্টলোক শাসনকৰ্ত্তা হয়, তেতিয়া লোকসকল বিৰক্তি পায়। BSB BSB: When the righteous flourish, the people rejoice, but when the wicked rule, the people groan.
3 ULB যি কোনোৱে প্ৰজ্ঞাক ভাল পায়, তেওঁ নিজৰ পিতৃক আনন্দিত কৰে; কিন্তু যি কোনোৱে বেশ্যাসকলৰ সৈতে সঙ্গী হয়, তেওঁ নিজৰ ধন-সম্পত্তি অপব্যয় কৰে। BSB BSB: A man who loves wisdom brings joy to his father, but a companion of prostitutes squanders his wealth.
4 ULB ৰজাই ন্যায় বিচাৰ কৰাৰ দ্বাৰাই দেশ প্রতিষ্ঠা কৰে; কিন্তু যিজনে উপহাৰ দাবী কৰে, তেওঁ দেশ নষ্ট কৰে। BSB BSB: By justice a king brings stability to the land, but a man who exacts tribute demolishes it.
5 ULB যি মানুহে নিজৰ চুবুৰীয়াক তোষামোদ কৰে, তেওঁ নিজৰ ভৰিলৈ জাল পাতে। BSB BSB: A man who flatters his neighbor spreads a net for his feet.
6 ULB দুষ্ট লোক নিজৰ পাপৰ দ্বাৰাই ফান্দত পৰে; কিন্তু সৎ কাৰ্য কৰা জনে হৰ্ষিত মনেৰে গীত গায়। BSB BSB: An evil man is caught by his own sin, but a righteous one sings and rejoices.
7 ULB ন্যায় কাৰ্য কৰা লোকে দৰিদ্র লোকৰ হৈ উকালতি কৰে; কিন্তু দুষ্ট লোকে সেই জ্ঞানৰ কথা বুজি নাপায়। BSB BSB: The righteous consider the cause of the poor, but the wicked have no regard for such concerns.
8 ULB নিন্দক লোকে নগৰত জুই জ্বলাই; কিন্তু যি সকল জ্ঞানী তেওঁলোক ক্ৰোধৰ পৰা আঁতৰি থাকে। BSB BSB: Mockers inflame a city, but the wise turn away anger.
9 ULB যেতিয়া অজ্ঞানী লোকৰ লগত জ্ঞানী লোকৰ বিবাদ হয়, তেওঁ ক্রোধিত হৈ হাঁহে, আৰু কোনো শান্তি লাভ নকৰে। BSB BSB: If a wise man goes to court with a fool, there will be raving and laughing with no resolution.
10 ULB নিৰ্দ্দোষী লোকক ৰক্তপাতকাৰী সকলে ঘিণ কৰে; কিন্তু সৰল লোকসকলৰ প্রাণ বিচাৰি ফুৰে। BSB BSB: Men of bloodshed hate a blameless man, but the upright care for his life.
11 ULB অজ্ঞানী লোকে নিজৰ মনৰ সকলো ভাব প্ৰকাশ কৰে; কিন্তু জ্ঞানী লোকে নিজৰ মনৰ ভাব দমন কৰি শান্ত হৈ থাকে। BSB BSB: A fool vents all his anger, but a wise man holds it back.
12 ULB যি শাসনকৰ্ত্তাই মিছা কথালৈ মনোযোগ দিয়ে, তেওঁৰ সকলো কৰ্মচাৰী দুষ্ট প্রকৃতিৰ হয়। BSB BSB: If a ruler listens to lies, all his officials will be wicked.
13 ULB দৰিদ্ৰ আৰু অত্যাচাৰী লোক দুয়ো একেলগ হয়; আৰু যিহোৱাই দুয়ো জনৰ চকুত পোহৰ দিয়ে। BSB BSB: The poor man and the oppressor have this in common: The LORD gives light to the eyes of both.
14 ULB যদি ৰজাই সত্যতাৰে দৰিদ্ৰ লোকৰ বিচাৰ কৰে, তেওঁৰ সিংহাসন চিৰকালৰ বাবে প্রতিষ্ঠিত হ’ব। BSB BSB: A king who judges the poor with fairness—his throne will be established forever.
15 ULB চেকনী আৰু দোষাৰোপে প্ৰজ্ঞা দিয়ে; কিন্তু শাসন নকৰা সন্তানে নিজৰ মাতৃক লাজ দিয়ে। BSB BSB: A rod of correction imparts wisdom, but a child left to himself disgraces his mother.
16 ULB যেতিয়া দুষ্টলোক বৃদ্ধি হয়, তেতিয়া অপৰাধো বৃদ্ধি হয়; কিন্তু যি সকলে ন্যায় কাৰ্য কৰে, তেওঁলোকে তেওঁলোকৰ পতন দেখা পাই। BSB BSB: When the wicked thrive, rebellion increases; but the righteous will see their downfall.
17 ULB তোমাৰ সন্তানক অনুশাসন কৰা; তাতে তেওঁ তোমাক শান্তি দিব, আৰু তোমাৰ প্ৰাণক আনন্দিত কৰিব। BSB BSB: Discipline your son, and he will give you rest; he will bring delight to your soul.
18 ULB যি ঠাইত ভবিষ্য দৰ্শনৰ অভাৱ থাকে তাত লোকসকল অবাধ্য হয়; কিন্তু যিজনে বিধান পালন কৰে, তেওঁ সুখী হয়। BSB BSB: Where there is no vision, the people cast off restraint; but blessed is he who keeps the Law.
19 ULB কথাৰ দ্বাৰাই দাসক শুধৰাব নোৱাৰি; যদিও তেওঁ বুজি পায় তথাপিও তেওঁ প্রতিক্রিয়া নকৰে। BSB BSB: A servant cannot be corrected by words alone; though he understands, he will not respond.
20 ULB দ্রুতগতিত কথা কোৱা লোকক চোৱা; তেওঁতকৈ অজ্ঞানী লোকৰ অধিক আশা আছে। BSB BSB: Do you see a man who speaks in haste? There is more hope for a fool than for him.
21 ULB যি জনে নিজৰ দাসক যৌৱন কালৰে পৰা প্রশ্রয় দিয়ে, ইয়াৰ কাৰণে সেই দাসে শেষত সমস্যাত পেলাব। BSB BSB: A servant pampered from his youth will bring grief in the end.
22 ULB ক্রোধী লোকে বিবাদ সৃষ্টি কৰে, আৰু ক্ৰোধেৰে পৰিচালিত লোকে অধিক পাপ কৰে। BSB BSB: An angry man stirs up dissension, and a hot-tempered man abounds in transgression.
23 ULB মানুহৰ অহঙ্কাৰে তেওঁক নত কৰে; কিন্তু যিজনৰ নম্ৰ গুণ থাকে, তেওঁক সন্মান দিয়া হ’ব। BSB BSB: A man’s pride will bring him low, but a humble spirit will obtain honor.
24 ULB যি কোনোৱে চোৰৰ সৈতে অংশীদাৰ হয়, তেওঁ নিজৰ প্ৰাণক ঘিণ কৰে; শাও দিয়া শুনিও তেওঁ একো নকয়। BSB BSB: A partner to a thief hates his own soul; he receives the oath but does not testify.
25 ULB মানুহৰ ভয়েই তেওঁলৈ বিপদ আনে; কিন্তু যিজনে যিহোৱাত ভাৰসা কৰে, তেওঁ নিৰাপদে থাকিব। BSB BSB: The fear of man is a snare, but whoever trusts in the LORD is set securely on high.
26 ULB অনেক লোকে শাসনকৰ্ত্তাৰ অনুগ্ৰহ বিচাৰে; কিন্তু তেওঁৰ বাবে যিহোৱাৰ পৰাহে ন্যায় আহে। BSB BSB: Many seek the ruler’s favor, but a man receives justice from the LORD.
27 ULB অন্যায়কাৰী মানুহ ন্যায় কৰা লোকসকলৰ বাবে ঘৃণনীয়; কিন্তু ন্যায়পৰায়ণ লোকৰ পথ দুষ্ট লোকৰ বাবে ঘৃণনীয়। BSB BSB: An unjust man is detestable to the righteous, and one whose way is upright is detestable to the wicked.
Select verses for actions: Enter goes to them and Escape comes back.