Psalm 110 110 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB যিহোৱাই মোৰ প্ৰভুক ক’লে, “যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ, তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।” BSB BSB: A Psalm of David. The LORD said to my Lord: “Sit at My right hand until I make Your enemies a footstool for Your feet.”
2 ULB যিহোৱাই চিয়োনৰ পৰা তোমাৰ শক্তিশালী ৰাজদণ্ড প্রেৰণ কৰিব, তেওঁ ক’ব, “তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজত্ব কৰা।” BSB BSB: The LORD extends Your mighty scepter from Zion: “Rule in the midst of Your enemies.”
3 ULB যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে, পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব; ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ঁৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব। BSB BSB: Your people shall be willing on Your day of battle. Arrayed in holy splendor, from the womb of the dawn, to You belongs the dew of Your youth.
4 ULB “তুমি মল্কীচেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হ’বা।” যিহোৱাই এই শপত খালে; তেওঁ নিজৰ মন সলনি নকৰিব। BSB BSB: The LORD has sworn and will not change His mind: “You are a priest forever in the order of Melchizedek.”
5 ULB যিহোৱা তোমাৰ সোঁহাতে আছে; ক্ৰোধৰ দিনত তেওঁ ৰজাসকলক চূর্ণ কৰিব। BSB BSB: The Lord is at Your right hand; He will crush kings in the day of His wrath.
6 ULB তেওঁ জাতিসমূহৰ মাজত বিচাৰ নিষ্পত্তি কৰিব, তেওঁ মৰা শৱেৰে দেশ পৰিপূৰ্ণ কৰিব; তেওঁ বিশাল পৃথিৱীত ৰজাসকলৰ মূৰ গুড়ি কৰিব। BSB BSB: He will judge the nations, heaping up the dead; He will crush the leaders far and wide.
7 ULB তেওঁ পথৰ দাঁতিত থকা জুৰিৰ জল পান কৰিব; তাতে সতেজ হৈ শেষত বিজয়ৰ শিৰ তুলি ধৰিব। BSB BSB: He will drink from the brook by the road; therefore He will lift up His head.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 110
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 110, and keep Opened free for readers who can’t pay.