1 ULB মই যিহোৱাক প্ৰেম কৰোঁ, কিয়নো তেওঁ মোৰ স্বৰ আৰু কাকুতি শুনিলে। BSB BSB: I love the LORD, for He has heard my voice—my appeal for mercy.
2 ULB তেওঁ মোৰ কথালৈ কাণ পাতিলে, সেয়েহে মই জীয়াই থকা দিনলৈকে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিম। BSB BSB: Because He has inclined His ear to me, I will call on Him as long as I live.
3 ULB মই মৃত্যুৰ জৰীত বান্ধ খাই পৰিছিলো, চিয়োলৰ যাতনাৰ সন্মুখীন হৈছিলো, মই দুখ-কষ্ট পাইছিলো; BSB BSB: The ropes of death entangled me; the anguish of Sheol overcame me; I was confronted by trouble and sorrow.
4 ULB তেতিয়া মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ, “হে যিহোৱা, মই মিনতি কৰিছোঁ, তুমি মোৰ প্ৰাণ ৰক্ষা কৰা!” BSB BSB: Then I called on the name of the LORD: “O LORD, deliver my soul!”
5 ULB যিহোৱা দয়াময় আৰু ধার্মিক; বাস্তৱিক আমাৰ ঈশ্বৰ স্নেহময়। BSB BSB: The LORD is gracious and righteous; our God is full of compassion.
6 ULB যিহোৱাই অমায়িক লোকক ৰক্ষা কৰে; মই অসহায় হোৱাত তেওঁ মোক উদ্ধাৰ কৰিলে। BSB BSB: The LORD preserves the simplehearted; I was helpless, and He saved me.
7 ULB হে মোৰ প্রাণ, তোমাৰ বিশ্ৰাম-স্থানলৈ উভটি যোৱা, কিয়নো যিহোৱাই তোমাক প্ৰচুৰ মঙ্গল কৰিলে। BSB BSB: Return to your rest, O my soul, for the LORD has been good to you.
8 ULB কাৰণ তুমিয়েই মৃত্যুৰ পৰা প্ৰাণ, চকুলোৰ পৰা মোৰ চকু, উজুটি খোৱাৰ পৰা মোৰ ভৰি ৰক্ষা কৰিলা। BSB BSB: For You have delivered my soul from death, my eyes from tears, my feet from stumbling.
9 ULB মই জীৱিতসকলৰ দেশত যিহোৱাৰ সাক্ষাতে অহা-যোৱা কৰিম। BSB BSB: I will walk before the LORD in the land of the living.
10 ULB যেতিয়া মই কৈছিলো, “মই অতিশয় উৎপীড়িত হৈছো” তেতিয়াও মই বিশ্বাসত আছিলো। BSB BSB: I believed, therefore I said, “I am greatly afflicted.”
11 ULB মই উদ্বেগ কৰি কৈছিলোঁ, “সকলো মানুহ মিছলীয়া।” BSB BSB: In my alarm I said, “All men are liars!”
12 ULB যিহোৱাই মোলৈ কৰা সকলো মঙ্গলৰ পৰিবর্তে মই তেওঁক কি দিম? BSB BSB: How can I repay the LORD for all His goodness to me?
13 ULB মই পৰিত্ৰাণৰ পানপাত্ৰ তুলি ধৰিম, আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম; BSB BSB: I will lift the cup of salvation and call on the name of the LORD.
14 ULB মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম; তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম। BSB BSB: I will fulfill my vows to the LORD in the presence of all His people.
15 ULB যিহোৱাৰ দৃষ্টিত তেওঁৰ বিশ্বাসীসকলৰ মৃত্যু বহুমূল্য। BSB BSB: Precious in the sight of the LORD is the death of His saints.
16 ULB হে যিহোৱা, সচাঁকৈয়ে মই তোমাৰ দাস হওঁ; মই তোমাৰ দাস, তোমাৰেই দাসীৰ পুত্ৰ; তুমিয়েই মোৰ বন্ধনবোৰ মুকলি কৰিলা। BSB BSB: Truly, O LORD, I am Your servant; I am Your servant, the son of Your maidservant; You have broken my bonds.
17 ULB মই তোমাৰ উদ্দেশ্যে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম; মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম। BSB BSB: I will offer to You a sacrifice of thanksgiving and call on the name of the LORD.
18 ULB মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম; তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম। BSB BSB: I will fulfill my vows to the LORD in the presence of all His people,
19 ULB হে যিৰূচালেম, তোমাৰেই মাজত, যিহোৱাৰ গৃহৰ চোতাল কেইখনত, মই সেই সকলো পূর্ণ কৰিম। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! BSB BSB: in the courts of the LORD’s house, in your midst, O Jerusalem. Hallelujah!
Select verses for actions: Enter goes to them and Escape comes back.