2 ULB আন জতিবোৰে কিয় ক’ব, “ক’ত আছে তেওঁলোকৰ ঈশ্বৰ?” BSB BSB: Why should the nations say, “Where is their God?”
3 ULB আমাৰ ঈশ্বৰ হ’লে স্বৰ্গত আছে; তেওঁ যিহকে ইচ্ছা কৰে, তাকে কৰে। BSB BSB: Our God is in heaven; He does as He pleases.
5 ULB সেইবোৰৰ মুখ আছে, কিন্তু কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে; BSB BSB: They have mouths, but cannot speak; they have eyes, but cannot see;
6 ULB কাণ আছে, কিন্তু নুশুনে; নাক আছে, কিন্তু ঘ্ৰাণ ল’ব নোৱাৰে; BSB BSB: they have ears, but cannot hear; they have noses, but cannot smell;
7 ULB হাত আছে, কিন্তু চুব নোৱাৰে; ভৰি আছে, কিন্তু খোজ কাঢ়িব নোৱাৰে; কন্ঠই একো মাত উলিয়াব নোৱাৰে। BSB BSB: they have hands, but cannot feel; they have feet, but cannot walk; they cannot even clear their throats.
8 ULB যিসকলে সেইবোৰক নিৰ্ম্মান কৰে আৰু সেইবোৰত নির্ভৰ কৰে, তেওঁলোক সেইবোৰৰ নিচিনাই। BSB BSB: Those who make them become like them, as do all who trust in them.
9 ULB হে ইস্ৰায়েল, যিহোৱাত ভাৰসা কৰা! তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল। BSB BSB: O Israel, trust in the LORD! He is their help and shield.
10 ULB হে হাৰোণৰ বংশ, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল। BSB BSB: O house of Aaron, trust in the LORD! He is their help and shield.
11 ULB হে যিহোৱাৰ ভয়কাৰীসকল, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল। BSB BSB: You who fear the LORD, trust in the LORD! He is their help and shield.
12 ULB যিহোৱাই আমাক সোঁৱৰণ কৰিলে, সেইবাবে তেওঁ আমাক আশীৰ্ব্বাদ কৰিব; ইস্ৰায়েলৰ বংশক আশীৰ্ব্বাদ কৰিব; হাৰোণৰ বংশক আশীর্ব্বাদ কৰিব; BSB BSB: The LORD is mindful of us; He will bless us. He will bless the house of Israel; He will bless the house of Aaron;
13 ULB যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোক সকলোকে তেওঁ আশীর্ব্বাদ কৰিব, সৰু কি বৰ সকলোকে আশীৰ্ব্বাদ কৰিব। BSB BSB: He will bless those who fear the LORD—small and great alike.
14 ULB যিহোৱাই তোমালোকক বৃদ্ধি কৰক; তোমালোকক আৰু তোমালোকৰ সন্তানসকলক বৃদ্ধি কৰক। BSB BSB: May the LORD give you increase, both you and your children.
15 ULB যিহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ স্ৰজনকৰ্ত্তা, তেওঁ তোমালোকক আশীৰ্ব্বাদ কৰক। BSB BSB: May you be blessed by the LORD, the Maker of heaven and earth.
16 ULB স্বৰ্গ হৈছে যিহোৱাৰেই স্বৰ্গ; কিন্তু পৃথিৱীখন হ’লে তেওঁ মনুষ্যক দিলে। BSB BSB: The highest heavens belong to the LORD, but the earth He has given to mankind.
17 ULB মৃতলোকে যিহোৱাৰ প্রশংসা নকৰে; যিসকলে নিস্তব্ধ স্থানলৈ নামি যায়, তেওঁলোক কোনেও তেওঁৰ স্তুতি নকৰে। BSB BSB: It is not the dead who praise the LORD, nor any who descend into silence.
18 ULB কিন্তু আমি হ’লে যিহোৱাৰ ধন্যবাদ কৰিম, এতিয়াৰ পৰা অনন্ত কাল পর্যন্ত কৰিম। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। BSB BSB: But it is we who will bless the LORD, both now and forevermore. Hallelujah!
Select verses for actions: Enter goes to them and Escape comes back.