Psalm 114 114 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল, যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল, BSB BSB: When Israel departed from Egypt, the house of Jacob from a people of foreign tongue,
2 ULB তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান, ইস্ৰয়েল হ’ল তেওঁৰ ৰাজ্য। BSB BSB: Judah became God’s sanctuary, Israel His dominion.
3 ULB সমুদ্ৰই (চূফ সাগৰ) তাকে দেখি পলায়ন কৰিলে; যৰ্দন নদী উজাই গ’ল। BSB BSB: The sea observed and fled; the Jordan turned back;
4 ULB পর্বতবোৰে মতা ভেড়াৰ নিচিনাকৈ, পাহাৰবোৰে ভেড়া পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে। BSB BSB: the mountains skipped like rams, the hills like lambs.
5 ULB হে সমুদ্ৰ, তোমাৰ কি হ’ল? কিয় তুমি পলাই গ’লা? হে যর্দন, কিয় তুমি উজাই গ’লা? BSB BSB: Why was it, O sea, that you fled, O Jordan, that you turned back,
6 ULB হে পৰ্বতসমূহ, কিয় তোমালোকে মতা ভেড়াৰ দৰে জপিয়াঁবলৈ ধৰিলা? হে পাহাৰসমূহ, কিয় তোমালোকে ভেড়া পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা? BSB BSB: O mountains, that you skipped like rams, O hills, like lambs?
7 ULB হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা, যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা। BSB BSB: Tremble, O earth, at the presence of the Lord, at the presence of the God of Jacob,
8 ULB তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে, চকমকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে। BSB BSB: who turned the rock into a pool, the flint into a fountain of water!
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 114
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 114, and keep Opened free for readers who can’t pay.