Psalm 113 113 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! হে যিহোৱাৰ দাসসকল, প্ৰশংসা কৰা, যিহোৱাৰ নামৰ প্ৰশংসা কৰা। BSB BSB: Hallelujah! Give praise, O servants of the LORD; praise the name of the LORD.
2 ULB এতিয়াৰ পৰা অনন্ত কাললৈকে যিহোৱাৰ নাম ধন্য হওক। BSB BSB: Blessed be the name of the LORD both now and forevermore.
3 ULB সূৰ্যৰ উদয়স্থানৰ পৰা অস্তস্থান পর্যন্ত যিহোৱাৰ নাম প্ৰশংসিত হওঁক। BSB BSB: From where the sun rises to where it sets, the name of the LORD is praised.
4 ULB যিহোৱা সর্বজাতিৰ ওপৰত উন্নত; তেওঁৰ গৌৰৱ আকাশ-মণ্ডলতকৈয়ো ওখ। BSB BSB: The LORD is exalted over all the nations, His glory above the heavens.
5 ULB আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোন আছে? যি জনাৰ আসন আকাশৰ ওপৰত সমাসীন, BSB BSB: Who is like the LORD our God, the One enthroned on high?
6 ULB যি জনাই নত হৈ আকাশ-মণ্ডল আৰু পৃথিৱীলৈ দৃষ্টিপাত কৰে; BSB BSB: He humbles Himself to behold the heavens and the earth.
7 ULB তেওঁ ধুলিৰ পৰা দুখীয়াক উঠায়, সাৰৰ দ’মৰ পৰা দীনহীনক তোলে, BSB BSB: He raises the poor from the dust and lifts the needy from the dump
8 ULB যাতে তেওঁ প্ৰধানসকলৰ লগত তেওঁলোকক বহুৱাব পাৰে, নিজৰ লোকসমূহৰ প্ৰধানসকলৰ লগত বহুৱাব পাৰে। BSB BSB: to seat them with nobles, with the princes of His people.
9 ULB তেওঁ বন্ধ্যা মহিলাক সন্তানসকলৰ সুখী মাতৃ কৰি পৰিয়াল দান কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! BSB BSB: He settles the barren woman in her home as a joyful mother to her children. Hallelujah!
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 113
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 113, and keep Opened free for readers who can’t pay.