Psalm 12 12 Psalms Book 1 Assamese Unlocked Literal Bible 1 ULB হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল; বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল। BSB BSB: For the choirmaster. According to Sheminith. A Psalm of David. Help, O LORD, for the godly are no more; the faithful have vanished from among men.
2 ULB মানুহে মানুহৰ ওচৰত মিছা কথা কয়; তেওঁলোকে তৈলমোদী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়। BSB BSB: They lie to one another; they speak with flattering lips and a double heart.
3 ULB তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়; BSB BSB: May the LORD cut off all flattering lips and every boastful tongue.
4 ULB সেই সকলে কয়, “আমাৰ জিবাৰেই আমি জয় কৰিম; আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই, কোন আমাৰ ওপৰত প্রভু হ’ব?” BSB BSB: They say, “With our tongues we will prevail. We own our lips—who can be our master?”
5 ULB যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।” BSB BSB: “For the cause of the oppressed and for the groaning of the needy, I will now arise,” says the LORD. “I will bring safety to him who yearns.”
6 ULB যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ। সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ; সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ। BSB BSB: The words of the LORD are flawless, like silver refined in a furnace, like gold purified sevenfold.
7 ULB হে যিহোৱা, তুমিয়েই আমাক নিৰাপদে ৰাখিবা। এই কালৰ লোকসকলৰ হাতৰ পৰা চিৰকাল আমাক ৰক্ষা কৰিবা। BSB BSB: You, O LORD, will keep us; You will forever guard us from this generation.
8 ULB লোকসকলৰ মাজত যেতিয়া দুষ্টতা আদৰণীয় হয়, দুষ্টবোৰে তেতিয়া বিনা বাধায় চাৰিওফালে ঘূৰি ফুৰে। BSB BSB: The wicked wander freely, and vileness is exalted among men.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 12
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 12, and keep Opened free for readers who can’t pay.