Psalm 11 11 Psalms Book 1 Assamese Unlocked Literal Bible 1 ULB মই যিহোৱাতে আশ্ৰয় লৈছোঁ। তোমালোকে কেনেকৈ মোক ক’ব পাৰা, “পক্ষীৰ দৰে উৰি পৰ্ব্বতলৈ পলাই যোৱা?” BSB BSB: For the choirmaster. Of David. In the LORD I take refuge. How then can you say to me: “Flee like a bird to your mountain!
2 ULB কিয়নো চোৱা! শুদ্ধ অন্তৰৰ লোকক আন্ধাৰৰ পৰা আহত কৰিবৰ কাৰণে দুষ্টবোৰে নিজৰ ধনু ভিৰাই লৈছে, তেওঁলোকে তাত কাঁড় লগাইছে। BSB BSB: For behold, the wicked bend their bows. They set their arrow on the string to shoot from the shadows at the upright in heart.
3 ULB যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয়, তেন্তে ধার্মিকসকলে কি কৰিব পাৰিব? BSB BSB: If the foundations are destroyed, what can the righteous do?”
4 ULB কিন্তু যিহোৱা, তেওঁৰ পবিত্ৰ মন্দিৰত আছে; তেওঁৰ সিংহাসন স্বর্গতে আছে। তেওঁ মানুহলৈ চাই থাকে, তেওঁৰ চকুৱে মনুহক পৰীক্ষা কৰে। BSB BSB: The LORD is in His holy temple; the LORD is on His heavenly throne. His eyes are watching closely; they examine the sons of men.
5 ULB যিহোৱাই ধার্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে; কিন্তু যিসকল দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে। BSB BSB: The LORD tests the righteous and the wicked; His soul hates the lover of violence.
6 ULB তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব; তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব। BSB BSB: On the wicked He will rain down fiery coals and sulfur; a scorching wind will be their portion.
7 ULB যিহোৱা ধার্মিক, আৰু ধার্মিকতা তেওঁ ভাল পায়; সৎ লোকে তেওঁৰ মুখ দেখা পাব। BSB BSB: For the LORD is righteous; He loves justice. The upright will see His face.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 11
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 11, and keep Opened free for readers who can’t pay.