Psalm 122 122 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB মই আনন্দিত হ’লো, যেতিয়া লোকসকলে মোক ক’লে, “ব’লা, আমি যিহোৱাৰ গৃহলৈ যাওঁ।” BSB BSB: A song of ascents. Of David. I was glad when they said to me, “Let us go to the house of the LORD.”
2 ULB হে যিৰূচালেম, আমি তোমাৰ দুৱাৰবোৰৰ ভিতৰত ভৰি থৈ থিয় হৈ আছোঁ। BSB BSB: Our feet are standing in your gates, O Jerusalem.
3 ULB সেই যিৰূচালেমক একেলগে সুদৃঢ়ভাৱে সংযুক্ত কৰা এটি নগৰ হিচাবে গঢ়ি তোলা হৈছে। BSB BSB: Jerusalem is built up as a city united together,
4 ULB সকলো জনগোষ্ঠী সেই ঠাইলৈ উঠি যায়, তেওঁলোক যিহোৱাৰ লোকসকলৰ জনগোষ্ঠী; তেওঁলোকে ইস্ৰায়েল জাতিৰ বাবে দিয়া আজ্ঞা অনুসাৰে যিহোৱাৰ নামৰ ধন্যবাদ কৰিবলৈ উঠি যায়। BSB BSB: where the tribes go up, the tribes of the LORD, as a testimony for Israel, to give thanks to the name of the LORD.
5 ULB কিয়নো সেই ঠাইত বিচাৰৰ বাবে সিংহাসনবোৰ আছে, দায়ুদৰ বংশৰ সিংহাসনবোৰ স্থাপিত আছে। BSB BSB: For there the thrones of judgment stand, the thrones of the house of David.
6 ULB তোমালোকে যিৰূচালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা; “যিসকলে যিৰূচালেমক ভাল পায়, তেওঁলোক উন্নত হওঁক। BSB BSB: Pray for the peace of Jerusalem: “May those who love you prosper.
7 ULB তোমালোকৰ প্রাচীৰবোৰৰ ভিতৰত শান্তি হওঁক, আৰু তোমালোকৰ উচ্চ অট্টালিকাবোৰ নিৰাপদে থাকক।” BSB BSB: May there be peace within your walls, and prosperity inside your fortresses.”
8 ULB মোৰ কুটুম্ব আৰু বন্ধুসকলৰ অর্থে মই ক’ম, “যিৰূচালেমৰ মাজত শান্তি থাকক।” BSB BSB: For the sake of my brothers and friends, I will say, “Peace be within you.”
9 ULB আমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ সেই ঠাইত আছে বাবেই মই তোমাৰ মঙ্গল বিচাৰিম। BSB BSB: For the sake of the house of the LORD our God, I will seek your prosperity.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 122
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 122, and keep Opened free for readers who can’t pay.