Psalm 121 121 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব? BSB BSB: A song of ascents. I lift up my eyes to the hills. From where does my help come?
2 ULB যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব। BSB BSB: My help comes from the LORD, the Maker of heaven and earth.
3 ULB তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব; তোমাৰ ৰখীয়াজনা টোপনি নাযাব। BSB BSB: He will not allow your foot to slip; your Protector will not slumber.
4 ULB চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে, তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব। BSB BSB: Behold, the Protector of Israel will neither slumber nor sleep.
5 ULB যিহোৱা তোমাৰ ৰক্ষক; যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ। BSB BSB: The LORD is your keeper; the LORD is the shade on your right hand.
6 ULB দিনত সূৰ্য্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব। BSB BSB: The sun will not strike you by day, nor the moon by night.
7 ULB যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব; তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব। BSB BSB: The LORD will guard you from all evil; He will preserve your soul.
8 ULB যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব। BSB BSB: The LORD will watch over your coming and going, both now and forevermore.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 121
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 121, and keep Opened free for readers who can’t pay.