Psalm 124 124 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB ইস্ৰায়েলে ইয়াকে কওঁক, “যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেতেঁন, BSB BSB: A song of ascents. Of David. If the LORD had not been on our side—let Israel now declare—
2 ULB শত্রুবোৰে যেতিয়া আমাক আক্রমণ কৰিছিল, তেতিয়া যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন, BSB BSB: if the LORD had not been on our side when men attacked us,
3 ULB তেন্তে তেওঁলোকে আমাৰ বিৰুদ্ধে ক্ৰোধত জ্বলি উঠি আমাক জীয়াই জীয়াই গ্ৰাস কৰিলেহেঁতেন, BSB BSB: when their anger flared against us, then they would have swallowed us alive,
4 ULB তেতিয়া জলসমুহে আমাক উটুৱাই লৈ গ’লহেতেঁন, আমাৰ ওপৰেদি জলৰ সোঁত বৈ গ’লহেতেঁন; BSB BSB: then the floods would have engulfed us, then the torrent would have overwhelmed us,
5 ULB ওফন্দি উঠা জলসমূহ আমাৰ ওপৰেদি বৈ গ’লহেতেঁন। BSB BSB: then the raging waters would have swept us away.
6 ULB ধন্য যিহোৱা, যি জনাই আমাক চিকাৰ স্বৰূপে তেওঁলোকৰ দাঁতত পেলাই নিদিলে। BSB BSB: Blessed be the LORD, who has not given us as prey to their teeth.
7 ULB আমাৰ প্রাণ ব্যাধৰ ফান্দৰ পৰা ৰক্ষা পোৱা পক্ষীৰ নিচিনাকৈ ৰক্ষা পৰিল; ফান্দ ছিঙি গ’ল আৰু আমি ৰক্ষা পালোঁ। BSB BSB: We have escaped like a bird from the snare of the fowler; the net is torn, and we have slipped away.
8 ULB যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ নামত আমি সহায় পাওঁ। BSB BSB: Our help is in the name of the LORD, the Maker of heaven and earth.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 124
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 124, and keep Opened free for readers who can’t pay.