Psalm 125 125 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে, তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী। BSB BSB: A song of ascents. Those who trust in the LORD are like Mount Zion. It cannot be moved; it abides forever.
2 ULB যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে, তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে; এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব। BSB BSB: As the mountains surround Jerusalem, so the LORD surrounds His people, both now and forevermore.
3 ULB ঈশ্বৰ-ভক্ত লোকসকলে যাতে অধৰ্ম্ম কার্যলৈ হাত নেমেলে, সেইবাবে ধাৰ্ম্মিকসকলক দিয়া দেশৰ ওপৰত দুষ্টতাৰ ৰাজদণ্ড নাথাকিব। BSB BSB: For the scepter of the wicked will not rest upon the land allotted to the righteous, so that the righteous will not put forth their hands to injustice.
4 ULB হে যিহোৱা, যিসকলে মঙ্গল আচৰণ কৰে, তুমি তেওঁলোকৰ মঙ্গল কৰা; যিসকলৰ অন্তৰ শুচি, তেওঁলোকৰ মঙ্গল কৰা। BSB BSB: Do good, O LORD, to those who are good, and to the upright in heart.
5 ULB কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়, যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব। ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক! BSB BSB: But those who turn to crooked ways the LORD will banish with the evildoers. Peace be upon Israel.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 125
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 125, and keep Opened free for readers who can’t pay.