Psalm 126 126 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB যিহোৱাই যেতিয়া চিয়োনক পুণৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে, তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লোঁ। BSB BSB: A song of ascents. When the LORD restored the captives of Zion, we were like dreamers.
2 ULB তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল, আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল; আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে, “যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্যবোৰ কৰিলে।” BSB BSB: Then our mouths were filled with laughter, our tongues with shouts of joy. Then it was said among the nations, “The LORD has done great things for them.”
3 ULB যিহোৱাই আমাৰ কাৰণে অনেক মহৎ কার্যবোৰ কৰিলে; সেয়ে আমি আনন্দ কৰিলো। BSB BSB: The LORD has done great things for us; we are filled with joy.
4 ULB হে যিহোৱা, নেগেভ মৰুভূমিৰ জুৰিবোৰৰ নিচিনাকৈ, তুমি আমাৰ ভৱিষ্যত আগৰ অৱস্থালৈ ঘূৰাই আনা। BSB BSB: Restore our captives, O LORD, like streams in the Negev.
5 ULB যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দধ্বনিৰে দাব। BSB BSB: Those who sow in tears will reap with shouts of joy.
6 ULB যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায়, তেওঁলোকে নিশ্চয়ে আনন্দগানেৰে নিজৰ নিজৰ ডাঙৰি লৈ উলটি আহিব। BSB BSB: He who goes out weeping, bearing a trail of seed, will surely return with shouts of joy, carrying sheaves of grain.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 126
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 126, and keep Opened free for readers who can’t pay.