Psalm 127 127 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB যিহোৱাই গৃহ নিৰ্ম্মান নকৰিলে, নিৰ্ম্মান কৰাসকলৰ পৰিশ্ৰম বৃথা; যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা। BSB BSB: A song of ascents. Of Solomon. Unless the LORD builds the house, its builders labor in vain; unless the LORD protects the city, its watchmen stand guard in vain.
2 ULB মিছাকৈয়ে তোমালোকে পৰিশ্রম কৰিবলৈ ৰাতিপুৱা সোনকালে উঠা আৰু পলমকৈ শয়ন কৰিবলৈ যোৱা, আৰু পৰিশ্রমৰ আহাৰ ভক্ষণ কৰা; কিয়নো প্রেম কৰাজনক যিহোৱাই নিদ্রা অৱস্থাতো একেৰূপ ফল দিয়ে। BSB BSB: In vain you rise early and stay up late, toiling for bread to eat—for He gives sleep to His beloved.
3 ULB সন্তানসকল যিহোৱাই দিয়া আধিপত্য আৰু গৰ্ভফল তেৱেঁই দিয়া পুৰস্কাৰ। BSB BSB: Children are indeed a heritage from the LORD, and the fruit of the womb is His reward.
4 ULB বীৰৰ হাতত কাড়ঁবোৰ যেনে, যুবা সন্তানসকলো তেনে। BSB BSB: Like arrows in the hand of a warrior, so are children born in one’s youth.
5 ULB সেই পুৰুষ সুখী, যিজনৰ এনে কাড়েঁসমূহেৰে পূর্ণ কাড়ঁ থোৱা চূঙা থাকে। নগৰৰ দুৱাৰত শত্ৰুবোৰে সৈতে তেওঁ যেতিয়া কথা পাতে, তেওঁ লজ্জিত নহ’ব। BSB BSB: Blessed is the man whose quiver is full of them. He will not be put to shame when he confronts the enemies at the gate.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 127
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 127, and keep Opened free for readers who can’t pay.