Psalm 128 128 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB ধন্য সেইজন, যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে; BSB BSB: A song of ascents. Blessed are all who fear the LORD, who walk in His ways!
2 ULB তুমি নিজ হাতৰ শ্ৰমৰ ফল ভোগ কৰিবা, তুমি সুখী হ’বা আৰু তোমাৰ মঙ্গল হ’ব। BSB BSB: For when you eat the fruit of your labor, blessings and prosperity will be yours.
3 ULB তোমাৰ গৃহৰ ভিতৰৰ অন্তঃপুৰত তোমাৰ ভার্যা ফলৱতী দ্ৰাক্ষালতাৰ নিচিনা হ’ব; তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তানসকল জিতগছৰ পুলিৰ নিচিনা হ’ব। BSB BSB: Your wife will be like a fruitful vine flourishing within your house, your sons like olive shoots sitting around your table.
4 ULB এইদৰে, যিজনে যিহোৱালৈ ভয় ৰাখে, তেওঁ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব। BSB BSB: In this way indeed shall blessing come to the man who fears the LORD.
5 ULB যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰিব; তোমাৰ জীৱনৰ সকলো কালত তুমি যিৰূচালেমৰ মঙ্গল দেখা পাবা। BSB BSB: May the LORD bless you from Zion, that you may see the prosperity of Jerusalem all the days of your life,
6 ULB এনে কি, তুমি তোমাৰ সন্তানৰ বংশকো দেখা পাবা। ইস্ৰায়েলৰ ওপৰত শান্তি হওক! BSB BSB: that you may see your children’s children. Peace be upon Israel!
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 128
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 128, and keep Opened free for readers who can’t pay.