Psalm 129 129 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB ইস্ৰায়েলে কওঁক, “যৌৱন কালৰ পৰাই তেওঁলোকে মোক অনেক আক্রমণ কৰিলে।” BSB BSB: A song of ascents. Many a time they have persecuted me from my youth—let Israel now declare—
2 ULB “যৌৱন কালৰে পৰা তেওঁলোকে মোক অনেক দুখ দিলে; তথাপি মোক জিনিব পৰা নাই। BSB BSB: many a time they have persecuted me from my youth, but they have not prevailed against me.
3 ULB হালোৱাই মোৰ পিঠিত হাল বালে; তেওঁলোকে দীঘলকৈ সীৰলু কাটিলে।” BSB BSB: The plowmen plowed over my back; they made their furrows long.
4 ULB যিহোৱা ধাৰ্ম্মিক; তেওঁ দুষ্টবোৰৰ জৰী ছিঙি পেলালে। BSB BSB: The LORD is righteous; He has cut me from the cords of the wicked.
5 ULB যিসকলে চিয়োনক ঘিণ কৰে, তেওঁলোক লজ্জিত হওঁক, বিমুখ হওঁক। BSB BSB: May all who hate Zion be turned back in shame.
6 ULB তেওঁলোক ঘৰৰ চালৰ ওপৰত গজা ঘাঁহৰ দৰে হওঁক, যি নৌ বাঢ়োতেই শুকাই যায়; BSB BSB: May they be like grass on the rooftops, which withers before it can grow,
7 ULB যেয়ে তাক দাব বিচাৰে, তাৰে তেওঁৰ হাতৰ মুঠি পূৰ নহয়, যেয়ে তাক ডাঙৰি বান্ধিব বিচাৰে, তাৰে তেওঁৰ ভড়াল পূর্ণ নহয়। BSB BSB: unable to fill the hands of the reaper, or the arms of the binder of sheaves.
8 ULB বাটৰুৱাসকলে সেই ফালেদি গ’লে তেওঁলোকক এনেদৰে নকয়, “তোমালোকৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ থাকক! যিহোৱাৰ নামেৰে আমি তোমালোকক আশীৰ্ব্বাদ দিছোঁ।” BSB BSB: May none who pass by say to them, “The blessing of the LORD be on you; we bless you in the name of the LORD.”
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 129
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 129, and keep Opened free for readers who can’t pay.