Psalm 130 130 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো। BSB BSB: A song of ascents. Out of the depths I cry to You, O LORD!
2 ULB হে প্ৰভূ, মোৰ স্বৰ শুনা! মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া! BSB BSB: O Lord, hear my voice; let Your ears be attentive to my plea for mercy.
3 ULB হে যিহোৱা, তুমি যদি অপৰাধৰ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে? BSB BSB: If You, O LORD, kept track of iniquities, then who, O Lord, could stand?
4 ULB কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, যেন মনুহে তোমাক ভয় কৰে। BSB BSB: But with You there is forgiveness, so that You may be feared.
5 ULB মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে, মই তেওঁৰ বাক্যত আশা কৰিছোঁ। BSB BSB: I wait for the LORD; my soul does wait, and in His word I put my hope.
6 ULB প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে, হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে, যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে। BSB BSB: My soul waits for the Lord more than watchmen wait for the morning—more than watchmen wait for the morning.
7 ULB হে ইস্ৰায়েল, যিহোৱাৰ ওপৰত আশা ৰাখা, কিয়নো যিহোৱাৰ লগত সুস্থিৰ প্রেম আছে; তেওঁৰ মুক্তি দিয়াৰ মহান ক্ষমতা আছে। BSB BSB: O Israel, put your hope in the LORD, for with the LORD is loving devotion, and with Him is redemption in abundance.
8 ULB তেৱেঁ ইস্ৰায়েলক মুক্ত কৰিব, সকলো অপৰাধৰ পৰা মুক্ত কৰিব। BSB BSB: And He will redeem Israel from all iniquity.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 130
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 130, and keep Opened free for readers who can’t pay.