Psalm 137 137 Psalms Book 5 Assamese Unlocked Literal Bible 2 ULB সেই ঠাইৰ মাজত থকা বাইচী গছত, আমি আমাৰ বীণাবোৰ আৰি থৈছিলোঁ। BSB BSB: There on the willows we hung our harps,
3 ULB কিয়নো তাত আমাক বন্দী কৰি নিয়াসকলে আমাক গান গাবলৈ কৈছিল, সেই উপদ্রৱকাৰীসকলে আমাৰ পৰা আনন্দৰ গান শুনিবলৈ বিচাৰিছিল; তেওঁলোকে কৈছিল, “আমাৰ আগত চিয়োনৰ এটি গীত গোৱা।” BSB BSB: for there our captors requested a song; our tormentors demanded songs of joy: “Sing us a song of Zion.”
4 ULB আমি কেনেকৈ বিদেশী ভূমিত যিহোৱাৰ গীত-গান কৰিম? BSB BSB: How can we sing a song of the LORD in a foreign land?
5 ULB হে যিৰূচালেম, মই যদি তোমাক পাহৰোঁ, তেন্তে মোৰ সোঁ হাত যেন নিজে অকেজা হৈ যায়। BSB BSB: If I forget you, O Jerusalem, may my right hand cease to function.
6 ULB যদি মই তোমাক সোঁৱৰণ নকৰোঁ, যদি যিৰূচালেমক মোৰ সবাতোকৈ বেচি আনন্দৰ বিষয় বুলি নাভাৱো,, তেন্তে, মোৰ জিভা তালুত লাগি ধৰক। BSB BSB: May my tongue cling to the roof of my mouth if I do not remember you, if I do not exalt Jerusalem as my greatest joy!
7 ULB হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াসকলে যি কৰিছিল তাক তেওঁলোকৰ বিৰুদ্ধে সোৱঁৰণ কৰা; তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা, একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।” BSB BSB: Remember, O LORD, the sons of Edom on the day Jerusalem fell: “Destroy it,” they said, “tear it down to its foundations!”
8 ULB হে বাবিল কন্যা, তোমাক বিনাশ কৰা হ’ব; তুমি আমাৰ প্রতি যেনে ৰূপে ব্যৱহাৰ কৰিলা, ধন্য সেইজন, যিজনে তোমাকো তেনে ৰূপে প্ৰতিফল দিব। BSB BSB: O Daughter of Babylon, doomed to destruction, blessed is he who repays you as you have done to us.
9 ULB ধন্য সেইজন, যি জনে তোমাৰ শিশুসকলক ধৰি শিলত আছাৰিব। BSB BSB: Blessed is he who seizes your infants and dashes them against the rocks.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 137 What the commentators say on Psalm 137 How can Psalm 137 bless those who dash infants against rocks?
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 137, and keep Opened free for readers who can’t pay.