Psalm 138 138 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB হে যিহোৱা, মোৰ সমস্ত চিত্তেৰে মই তোমাৰ ধন্যবাদ কৰিম; দেৱতাসকলৰ আগত মই তোমাৰ প্ৰশংসাৰ গান কৰিম। BSB BSB: Of David. I give You thanks with all my heart; before the gods I sing Your praises.
2 ULB তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম; তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্বস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো তুমি তোমাৰ নাম আৰু প্রতিজ্ঞাক সকলোতকৈ মহান কৰিলা। BSB BSB: I bow down toward Your holy temple and give thanks to Your name for Your loving devotion and Your faithfulness; You have exalted Your name and Your word above all else.
3 ULB মই প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা; তুমি মোৰ প্ৰাণক শক্তি দি মোক উৎসাহিত কৰিলা। BSB BSB: On the day I called, You answered me; You emboldened me and strengthened my soul.
4 ULB হে যিহোৱা, পৃথিৱীৰ সকলো ৰজাই তোমাৰ ধন্যবাদ কৰিব; কিয়নো তেওঁলোকে তোমাৰ মুখৰ বাক্য শুনিলে। BSB BSB: All the kings of the earth will give You thanks, O LORD, when they hear the words of Your mouth.
5 ULB তেওঁলোকে যিহোৱাৰ পথৰ বিষয়ে গান কৰিব; কিয়নো যিহোৱাৰ গৌৰৱ মহান। BSB BSB: They will sing of the ways of the LORD, for the glory of the LORD is great.
6 ULB কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে; কিন্তু অহঙ্কাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে। BSB BSB: Though the LORD is on high, He attends to the lowly; but the proud He knows from afar.
7 ULB যেতিয়া মই মই সঙ্কটৰ মাজেদি গমন কৰোঁ, তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা; তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা। BSB BSB: If I walk in the midst of trouble, You preserve me from the anger of my foes; You extend Your hand, and Your right hand saves me.
8 ULB যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব; হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী। তুমি তোমাৰ হাতৰ কৰ্মক ত্যাগ নকৰিবা। BSB BSB: The LORD will fulfill His purpose for me. O LORD, Your loving devotion endures forever—do not abandon the works of Your hands.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 138
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 138, and keep Opened free for readers who can’t pay.