Psalm 14 14 Psalms Book 1 Assamese Unlocked Literal Bible 1 ULB এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে ঘৃণনীয় কার্যবোৰ কৰে; তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই; BSB BSB: For the choirmaster. Of David. The fool says in his heart, “There is no God.” They are corrupt; their acts are vile. There is no one who does good.
2 ULB যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে; তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই; তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচৰা কোনো জ্ঞানী আছে নে নাই। BSB BSB: The LORD looks down from heaven upon the sons of men to see if any understand, if any seek God.
3 ULB তেওঁ দেখিলে, সকলোৱেই অপথে গ’ল; সকলো উচ্ছৃঙ্খল হ’ল; সৎকৰ্ম্ম কৰোঁতা কোনো নাই, এজনো নাই। BSB BSB: All have turned away, they have together become corrupt; there is no one who does good, not even one.
4 ULB যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূণ্য যে, মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?” BSB BSB: Will the workers of iniquity never learn? They devour my people like bread; they refuse to call upon the LORD.
5 ULB ঈশ্বৰ তেওঁৰ ভক্তসকলৰ সঙ্গত থাকে। সেয়ে সেই লোকসকল তাত ভীষণ ভয়ৰ মাজত থাকিব। BSB BSB: There they are, overwhelmed with dread, for God is in the company of the righteous.
6 ULB দুষ্টতাৰ কার্য কৰা যি তোমালোক, তোমালোকে দুখীয়াৰ পৰিকল্পনা ব্যৰ্থ কৰিবা, কিন্তু যিহোৱা তেওঁলোকৰ আশ্ৰয়। BSB BSB: You sinners frustrate the plans of the oppressed, yet the LORD is their shelter.
7 ULB অহ! ইস্রায়েলৰ উদ্ধাৰ চিয়োনৰ মাজৰ পৰা আহক! যিহোৱাই যেতিয়া তেওঁৰ লোকসকলৰ অৱস্থা পুণৰ পৰিবর্তন কৰিব, তেতিয়া যাকোবৰ বংশই আনন্দ কৰিব; ইস্রায়েলীয়াসকল উল্লাসিত হ’ব। BSB BSB: Oh, that the salvation of Israel would come from Zion! When the LORD restores His captive people, let Jacob rejoice, let Israel be glad!
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 14
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 14, and keep Opened free for readers who can’t pay.