Psalm 15 15 Psalms Book 1 Assamese Unlocked Literal Bible 1 ULB হে যিহোৱা তোমাৰ আবাস-তম্বুত বাস কৰাৰ যোগ্য কোন? তোমাৰ পবিত্ৰ পৰ্ব্বতত বসতি কৰাৰ যোগ্য কোন? BSB BSB: A Psalm of David. O LORD, who may abide in Your tent? Who may dwell on Your holy mountain?
2 ULB সেইসকলেই যোগ্য, যিসকলে সৎ জীৱন কটায়, ন্যায় কৰ্ম্ম কৰে, সত্য ভৰা অন্তৰেৰে কথা কয়; BSB BSB: He who walks with integrity and practices righteousness, who speaks the truth from his heart,
3 ULB যিসকলৰ জিবাই পৰচর্চ্চা নকৰে, বন্ধুৰ ক্ষতি নকৰে, চুবুৰীয়াৰ বিৰুদ্ধে কু-ব্যৱহাৰ নকৰে, BSB BSB: who has no slander on his tongue, who does no harm to his neighbor, who casts no scorn on his friend,
4 ULB যি সকলৰ দৃষ্টিত দুষ্টলোক ঘৃণনীয়, কিন্তু যিহোৱাক ভয় কৰা লোকসকল আদৰণীয়, যি জনে নিজৰ ক্ষতি হ’লেও শপত ৰক্ষা কৰে, BSB BSB: who despises the vile but honors those who fear the LORD, who does not revise a costly oath,
5 ULB যি জনে সুদ নলোৱাকৈ ধাৰ দিয়ে, আৰু ভেঁটি লৈ নিৰ্দোষীৰ ক্ষতি নকৰে। যি সকলে এইবোৰ কৰ্ম কৰে, তেওঁলোক সকলো সময়তে স্থিৰে থাকিব। BSB BSB: who lends his money without interest and refuses a bribe against the innocent. He who does these things will never be shaken.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 15
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 15, and keep Opened free for readers who can’t pay.