Psalm 142 142 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB মই চিঞঁৰি যিহোৱাৰ ওচৰত ক্রন্দন কৰিলোঁ, মই নিজ স্বৰেৰে যিহোৱাৰ আগত মিনতি কৰিলোঁ। BSB BSB: A Maskil of David, when he was in the cave. A prayer. I cry aloud to the LORD; I lift my voice to the LORD for mercy.
2 ULB মই মোৰ দুখৰ কথা তেওঁৰ আগত ভাঙি ক’লো, তেওঁৰ আগত মোৰ কষ্টৰ কথা জনালো। BSB BSB: I pour out my complaint before Him; I reveal my trouble to Him.
3 ULB মোৰ আত্মা যেতিয়া অন্তৰত ব্যাকুল হয়, তেতিয়া তুমি মোৰ পথ জানা; মই অহা-যোৱা কৰা পথত লোকসকলে মোৰ বাবে গোপনে ফান্দ পাতিলে; BSB BSB: Although my spirit grows faint within me, You know my way. Along the path I travel they have hidden a snare for me.
4 ULB মোৰ সোঁ ফালে দৃষ্টি কৰি চোৱা, মোৰ খবৰ লওঁতা কোনো নাই; মোৰ বাবে আশ্রয়স্থান নাই, মোৰ বাবে কোনেও চিন্তা নকৰে। BSB BSB: Look to my right and see; no one attends to me. There is no refuge for me; no one cares for my soul.
5 ULB হে যিহোৱা, মই তোমাৰ ওচৰত ক্রন্দনৰে কৈছো, “তুমিয়েই মোৰ আশ্ৰয়, জীৱিতলোকৰ দেশত তুমিয়েই মোৰ অধিকাৰ।” BSB BSB: I cry to You, O LORD: “You are my refuge, my portion in the land of the living.”
6 ULB তুমি মোৰ কাকুতিলৈ মনোযোগ দিয়া, কিয়নো মই অতি অসহায় অৱস্থাত পৰিছোঁ; মোৰ তাড়নাকাৰীসকলৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, কাৰণ তেওঁলোক মোতকৈ শক্তিশালী। BSB BSB: Listen to my cry, for I am brought quite low. Rescue me from my pursuers, for they are too strong for me.
7 ULB কাৰাগাৰৰ পৰা মোৰ প্রাণ মুক্ত কৰা, যেন মই তোমাৰ নামৰ ধন্যবাদ কৰিব পাৰো; ধার্মিকসকলে মোক চাৰিওফালে ঘেৰি ৰাখিব; কাৰণ তুমি মোলৈ প্রচুৰ মঙ্গল কৰিবা। BSB BSB: Free my soul from prison, that I may praise Your name. The righteous will gather around me because of Your goodness to me.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 142
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 142, and keep Opened free for readers who can’t pay.