Psalm 141 141 Psalms Book 5 Assamese Unlocked Literal Bible 1 ULB হে যিহোৱা, মই তোমাক মাতিছো; তুমি শীঘ্রেই মোৰ ওচৰলৈ আঁহা। মই প্ৰাৰ্থনা কৰা কালত তুমি মোৰ স্বৰলৈ কাণ পাতা। BSB BSB: A Psalm of David. I call upon You, O LORD; come quickly to me. Hear my voice when I call to You.
2 ULB মোৰ প্ৰাৰ্থনা তোমাৰ আগত সুগন্ধি ধূপৰ দৰে হওঁক, মই ওপৰলৈ তোলা মোৰ হাত সন্ধ্যা উৎসর্গ কৰা বলিদানৰ দৰে হওঁক। BSB BSB: May my prayer be set before You like incense; my uplifted hands, like the evening offering.
3 ULB হে যিহোৱা, মোৰ মুখৰ আগত তুমি ৰখীয়া ৰাখা, মোৰ ওঁঠৰ দুৱাৰত ৰখীয়া ৰাখা। BSB BSB: Set a guard, O LORD, over my mouth; keep watch at the door of my lips.
4 ULB কোনো মন্দ বিষয়ত মোৰ মন প্রবৃত্ত নকৰিবা, মই যেন অধার্মিক লোকসকলৰ সৈতে দুষ্টতাৰ কাৰ্য্য নকৰো; তেওঁলোকৰ সুস্বাদু আহাৰ যেন মই গ্রহণ নকৰো। BSB BSB: Do not let my heart be drawn to any evil thing or take part in works of wickedness with men who do iniquity; let me not feast on their delicacies.
5 ULB ধাৰ্ম্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়া মোৰ বাবে এক দয়া হ’ব; তেওঁ মোক অনুযোগ কৰক, সেয়া মোৰ মূৰত দিয়া তেলৰ নিচিনা হ’ব; মোৰ মূৰে তাক গ্রহণ কৰিবলৈ অগ্ৰাহ্য নকৰক। কিন্তু মোৰ প্রার্থনা সকলো সময়তে দুষ্ট লোকসকলৰ কার্যৰ বিৰুদ্ধে থাকিব। BSB BSB: Let the righteous man strike me; let his rebuke be an act of loving devotion. It is oil for my head; let me not refuse it. For my prayer is ever against the deeds of the wicked.
6 ULB তেওঁলোকৰ শাসক সকলক ওখ পর্বতৰ ওপৰৰ পৰা তললৈ পেলোৱা হ’ব, তেতিয়া তেওঁলোকে মোৰ বাক্যলৈ কাণ দিব, কিয়নো সেয়ে মধুৰ। BSB BSB: When their rulers are thrown down from the cliffs, the people will listen to my words, for they are pleasant.
7 ULB মানুহে হাল বাই যেনেকৈ মাটি ভাঙে, তেনেকৈ আমাৰ অস্থিবোৰ চিয়োলৰ মুখত সিচঁৰিত হৈছে। BSB BSB: As when one plows and breaks up the soil, so our bones have been scattered at the mouth of Sheol.
8 ULB কিন্তু হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ চকু তোমাৰ ফালেই আছে;, মই তোমাতেই আশ্ৰয় লৈছো, মোৰ প্ৰাণ মৃত্যুৰ হাতত এৰি নিদিবা। BSB BSB: But my eyes are fixed on You, O GOD the Lord. In You I seek refuge; do not leave my soul defenseless.
9 ULB তেওঁলোকে মোৰ কাৰণে যি জাল পাতিছে, তাৰ পৰা মোক ৰক্ষা কৰা, অধার্মিক সকলৰ ফান্দৰ পৰা মোক ৰক্ষা কৰা। BSB BSB: Keep me from the snares they have laid for me, and from the lures of evildoers.
10 ULB দুষ্ট লোকসকল তেওঁলোকৰ নিজৰ জালত নিজেই পৰক, আৰু মই সেই সময়ত অকলেই ৰক্ষা পাম। BSB BSB: Let the wicked fall into their own nets, while I pass by in safety.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 141
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 141, and keep Opened free for readers who can’t pay.