1 ULB হে যিহোৱা, দুষ্ট লোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা। BSB BSB: For the choirmaster. A Psalm of David. Rescue me, O LORD, from evil men. Protect me from men of violence,
2 ULB তেওঁলোকে মনে মনে কু-কল্পনা কৰে আৰু প্রতিদিনে যুদ্ধলৈ উত্তেজিত কৰে। BSB BSB: who devise evil in their hearts and stir up war all day long.
3 ULB তেওঁলোকে সাপৰ নিচিনাকৈ নিজৰ নিজৰ জিভা ধাৰ কৰিলে; তেওঁলোকৰ ওঁঠৰ তলত কালসৰ্পৰ বিষ থাকে!চেলা BSB BSB: They sharpen their tongues like snakes; the venom of vipers is on their lips. Selah
4 ULB হে যিহোৱা, দুষ্টৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা; মোৰ ভৰি যেন উজুটি খায়, তাৰ বাবে তেওঁলোকে কৌশল ৰচিলে। BSB BSB: Guard me, O LORD, from the hands of the wicked. Keep me safe from men of violence who scheme to make me stumble.
5 ULB অহঙ্কাৰীসকলে মোলৈ গুপুতে ফান্দ প্রস্তুত কৰিলে; তেওঁলোকে জৰীবোৰ জালৰ দৰে মেলিলে; তেওঁলোকে বাটৰ কাষত মোলৈ ফান্দ পাতিলে।চেলা BSB BSB: The proud hide a snare for me; the cords of their net are spread along the path, and lures are set out for me. Selah
6 ULB মই যিহোৱাক কলোঁ, “তুমিয়েই মোৰ ঈশ্বৰ; হে যিহোৱা, মোৰ কাকুতিৰ স্বৰলৈ কাণ পাতা।” BSB BSB: I say to the LORD, “You are my God.” Hear, O LORD, my cry for help.
7 ULB হে যিহোৱা, মোৰ প্রভু, মোৰ শক্তিশালী উদ্ধাৰকর্তা; যুদ্ধৰ দিনা তুমিয়েই মোৰ মূৰ ঢাকিলা। BSB BSB: O GOD the Lord, the strength of my salvation, You shield my head in the day of battle.
8 ULB হে যিহোৱা, দুষ্ট লোকৰ বাঞ্ছা পূৰ্ণ নকৰিবা; তেওঁলোকৰ ষড়যন্ত্র সফল হবলৈ নিদিবা।চেলা BSB BSB: Grant not, O LORD, the desires of the wicked; do not promote their evil plans, lest they be exalted. Selah
9 ULB যি সকলে মূৰ উঠাই মোক বেৰি ধৰিছে, তেওঁলোকৰ ওঁঠে যি সকলো অপকাৰ কৰিলে, সেইবোৰে তেওঁলোকক ঢাকি ধৰক! BSB BSB: May the heads of those who surround me be covered in the trouble their lips have caused.
10 ULB তেওঁলোকৰ ওপৰত জলন্ত আঙঠা পৰক! তেওঁলোকক জুইত পেলোৱা হওঁক! তেওঁলোক পুনৰায় উঠিব নোৱাৰাকৈ গভীৰ গাঁতত পেলোৱা হওঁক! BSB BSB: May burning coals fall on them; may they be thrown into the fire, into the miry pits, never to rise again.
11 ULB নিন্দক লোকসকলক পৃথিৱীত থিৰে থাকিবলৈ নিদিবা; অত্যাচাৰীজনক নিপাত কৰিবলৈ দুষ্ট লোকে চিকাৰ কৰিব! BSB BSB: May no slanderer be established in the land; may calamity hunt down the man of violence.
12 ULB মই জানো, যিহোৱাই দৰিদ্রৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব, অভাৱীসকলৰ কাৰণে ন্যায় বিচাৰ কৰিব। BSB BSB: I know that the LORD upholds justice for the poor and defends the cause of the needy.
13 ULB ধাৰ্ম্মিকসকলে অৱশ্যে তোমাৰ নামৰ ধন্যবাদ কৰিব; ভক্তসকলে তোমাৰ সাক্ষাতে বসতি কৰিব। BSB BSB: Surely the righteous will praise Your name; the upright will dwell in Your presence.
Select verses for actions: Enter goes to them and Escape comes back.