Psalm 28 28 Psalms Book 1 Assamese Unlocked Literal Bible 1 ULB হে যিহোৱা, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ; হে মোৰ শিলা, মোলৈ আওকাণ নকৰিবা। কাৰণ, তুমি যদি মনে মনে থাকা, তেন্তে মৈদামৰ গাঁতলৈ নামি যোৱাসকলৰ দৰে মোৰ দশা হ’ব। BSB BSB: Of David. To You, O LORD, I call; be not deaf to me, O my Rock. For if You remain silent, I will be like those descending to the Pit.
2 ULB সহায়ৰ কাৰণে মই যেতিয়া তোমাৰ আগত কাতৰোক্তি কৰোঁ, তোমাৰ মহা পবিত্ৰ স্থানৰ ফাললৈ হাত দাঙো, তেতিয়া তুমি মোৰ নিবেদন শুনা। BSB BSB: Hear my cry for mercy when I call to You for help, when I lift up my hands toward Your holy sanctuary.
3 ULB যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে, যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়, অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে, সেইসকলৰ লগত তুমি মোক টানি নিনিবা। BSB BSB: Do not drag me away with the wicked, and with the workers of iniquity, who speak peace to their neighbors while malice is in their hearts.
4 ULB তেওঁলোকৰ কাৰ্য্য অনুসাৰে আৰু তেওঁলোকৰ কৰ্ম্মৰ দুষ্টতা অনুসাৰে, তুমি তেওঁলোকক প্ৰতিফল দিয়া; তেওঁলোকৰ হাতৰ কার্য অনুসাৰে তেওঁলোকক প্রতিফল দিয়া। তেওঁলোকে পাবলগীয়া যি আছে, তাকেই তেওঁলোকক দিয়া। BSB BSB: Repay them according to their deeds and for their works of evil. Repay them for what their hands have done; bring back on them what they deserve.
5 ULB কিয়নো তেওঁলোকে যিহোৱাৰ কাৰ্য্য বা তেওঁৰ হাতে কৰা কর্মলৈ মনোযোগ নিদিয়ে; সেয়ে, যিহোৱাই তেওঁলোকক বিনষ্ট কৰিব, আৰু পুণৰায় গঢ় নিদিব। BSB BSB: Since they show no regard for the works of the LORD or what His hands have done, He will tear them down and never rebuild them.
6 ULB সকলো প্রশংসা যিহোৱাৰেই; তেওঁ মোৰ কাকুতিৰ স্বৰ শুনিলে। BSB BSB: Blessed be the LORD, for He has heard my cry for mercy.
7 ULB যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। সেইবাবেই মই সহায় পাইছোঁ। সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰো। BSB BSB: The LORD is my strength and my shield; my heart trusts in Him, and I am helped. Therefore my heart rejoices, and I give thanks to Him with my song.
8 ULB যিহোৱা তেওঁৰ লোকসকলৰ বল; তেৱেঁই তেওঁৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ দুৰ্গ। BSB BSB: The LORD is the strength of His people, a stronghold of salvation for His anointed.
9 ULB হে যিহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা, তোমাৰ সম্পত্তিক তুমি আশীৰ্ব্বাদ কৰা; তুমি তেওঁলোকৰ ৰখীয়া হোৱা আৰু চিৰকাল তেওঁলোকক বৈ নিয়া। BSB BSB: Save Your people and bless Your inheritance; shepherd them and carry them forever.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 28
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 28, and keep Opened free for readers who can’t pay.