Psalm 4 4 Psalms Book 1 Assamese Unlocked Literal Bible 1 ULB হে মোৰ ধার্মিকতাৰ ঈশ্বৰ, মই যেতিয়া তোমাক মাতো, তেতিয়া তুমি মোক উত্তৰ দিয়া। বিপদে যেতিয়া মোক হেঁচি ধৰিলে, কিন্তু তুমিয়ে মোক বহল ঠাই দিলা; মোক কৃপা কৰা; মোৰ প্ৰাৰ্থনা শুনা। BSB BSB: For the choirmaster. With stringed instruments. A Psalm of David. Answer me when I call, O God of my righteousness! You have relieved my distress; show me grace and hear my prayer.
2 ULB হে মনুষ্য, কিমান কালনো তোমালোকে মোৰ সন্মানক অসন্মান কৰিবা? কিমান কালনো তোমালোকে অসাৰকে ভাল পাই থাকি অসত্যৰ পাছে পাছে দৌৰিবা? (চেলা)। BSB BSB: How long, O men, will my honor be maligned? How long will you love vanity and seek after lies? Selah
3 ULB কিন্তু তোমালোকে জানি থোৱা, যিহোৱাই নিজৰ ভক্তসকলক তেওঁৰ নিজৰ কাৰণে পৃথক কৰিলে। মই মাতিলে, যিহোৱাই মোৰ প্রার্থনা শুনে। BSB BSB: Know that the LORD has set apart the godly for Himself; the LORD hears when I call to Him.
4 ULB তোমালোকে মনৰ ব্যাকুলতাত পাপ নকৰিবা; নিজৰ শয্যাত শুই তাক দকৈ মনতে চিন্তা কৰি চাবা আৰু নিজম দি থাকিবা। (চেলা)। BSB BSB: Be angry, yet do not sin; on your bed, search your heart and be still. Selah
5 ULB তোমালোকে যোগ্য বলি উৎসৰ্গ কৰা, আৰু যিহোৱাত ভাৰসা ৰাখা। BSB BSB: Offer the sacrifices of the righteous and trust in the LORD.
6 ULB অনেকে কয়, “অহ! আমি যদি অলপমান মঙ্গলকে দেখা পালোহেতেঁন!” হে যিহোৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত প্রতিফলিত হওঁক। BSB BSB: Many ask, “Who can show us the good?” Shine the light of Your face upon us, O LORD.
7 ULB প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়, তাতোকৈও অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা। BSB BSB: You have filled my heart with more joy than when grain and new wine abound.
8 ULB মই শান্তিৰে শুই টোপনি যাম। কাৰণ, হে যিহোৱা, কেৱল তুমিয়েই মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা। BSB BSB: I will lie down and sleep in peace, for You alone, O LORD, make me dwell in safety.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 4
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 4, and keep Opened free for readers who can’t pay.