Psalm 3 3 Psalms Book 1 Assamese Unlocked Literal Bible 1 ULB হে যিহোৱা চোৱা, মোৰ শত্রুৰ সংখ্যা কিমান বাঢ়িছে! মোৰ বিৰুদ্ধে অনেকেই উঠিছে! BSB BSB: A Psalm of David, when he fled from his son Absalom. O LORD, how my foes have increased! How many rise up against me!
2 ULB অনেকে মোক কৈছে, “ঈশ্বৰে তোমাক উদ্ধাৰ নকৰে।” (চেলা) BSB BSB: Many say of me, “God will not deliver him.” Selah
3 ULB কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা; তুমিয়েই মোৰ গৌৰৱ; তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা। BSB BSB: But You, O LORD, are a shield around me, my glory, and the One who lifts my head.
4 ULB মই চিঞঁৰি চিঞঁৰি যিহোৱাক মাতো; তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্ব্বতৰ পৰা উত্তৰ দিয়ে। (চেলা) BSB BSB: To the LORD I cry aloud, and He answers me from His holy mountain. Selah
5 ULB মই শুই পৰিলো আৰু টোপনি গলোঁ; পুণৰ সাৰ পালো; কিয়নো যিহোৱাই মোক ৰক্ষা কৰে। BSB BSB: I lie down and sleep; I wake again, for the LORD sustains me.
6 ULB মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে, কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ। BSB BSB: I will not fear the myriads set against me on every side.
7 ULB হে যিহোৱা উঠি আহাঁ! হে মোৰ ঈশ্বৰ, মোক উদ্ধাৰ কৰা; তুমি মোৰ শত্রুবোৰৰ গালত আঘাত কৰা; দুষ্টবোৰৰ দাঁত ভাঁঙি পেলোৱা। BSB BSB: Arise, O LORD! Save me, O my God! Strike all my enemies on the jaw; break the teeth of the wicked.
8 ULB পৰিত্রাণ যিহোৱাতে আছে; তোমাৰ লোকসকলৰ ওপৰত তোমাৰ আশীৰ্ব্বাদ নামি আহঁক। (চেলা) BSB BSB: Salvation belongs to the LORD; may Your blessing be on Your people. Selah
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 3
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 3, and keep Opened free for readers who can’t pay.