1 ULB ধন্য সেই লোক, যি জনে দুখী-দৰিদ্ৰলৈ চিন্তা কৰে; যিহোৱাই তেওঁলোকক সঙ্কটৰ কালত উদ্ধাৰ কৰে। BSB BSB: For the choirmaster. A Psalm of David. Blessed is the one who cares for the poor; the LORD will deliver him in the day of trouble.
2 ULB যিহোৱাই তেওঁলোকক ৰক্ষা কৰি জীয়াই ৰাখে; তেওঁলোক দেশত সুখী হ’ব; তুমি তেওঁলোকক শত্রুবোৰৰ ইচ্ছাত সমৰ্পণ নকৰিবা। BSB BSB: The LORD will protect and preserve him; He will bless him in the land and refuse to give him over to the will of his foes.
3 ULB তেওঁলোক অসুস্থ হৈ শয্যাত পৰি থাকিলে, যিহোৱাই তেওঁলোকক সহায় কৰে; নৰিয়া অৱস্থাত তুমি তেওঁলোকৰ সকলো ৰোগ সুস্থ কৰা। BSB BSB: The LORD will sustain him on his bed of illness and restore him from his bed of sickness.
4 ULB মই ক’লো, “হে যিহোৱা, মোক কৃপা কৰা, মোক সুস্থ কৰা, কিয়নো মই তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” BSB BSB: I said, “O LORD, be gracious to me; heal me, for I have sinned against You.”
5 ULB মোৰ শত্রুবোৰে মোৰ বিৰুদ্ধে হিংসা কৰি কয়, “সি কেতিয়া মৰিব? কেতিয়া তাৰ নাম লুপ্ত হব?” BSB BSB: My enemies say with malice: “When will he die and be forgotten?”
6 ULB তেওঁলোকৰ কোনোৱে মোক চাবলৈ আহিলে, অনর্থক কথাবোৰ কয়; তেওঁলোকৰ হৃদয় দুষ্টতাৰে ভৰি থাকে আৰু বাহিৰলৈ গৈ তাক কৈ ফুৰে। BSB BSB: My visitor speaks falsehood; he gathers slander in his heart; he goes out and spreads it abroad.
7 ULB মোক ঘৃণা কৰা সকলোৱে একেলগে মিলি মোৰ বিৰুদ্ধে ফুচফুচায়; তেওঁলোকে মোৰ অনিষ্ট চিন্তা কৰে। BSB BSB: All who hate me whisper against me; they imagine the worst for me:
8 ULB তেওঁলোকে ভাৱে যে মোক কিবা ভয়ানক বেয়া বস্তুৱে ধৰিছে; সেয়ে মই য’ত পৰি আছো, তাৰ পৰা পুণৰায় নুঠিম।” BSB BSB: “A vile disease has been poured into him; he will never get up from where he lies!”
9 ULB মোৰ যি অন্তৰঙ্গ মিত্র, যিজনক মই বিশ্বাস কৰিছিলোঁ আৰু যি জনে মোৰ লগত আহাৰ কৰিছিল, মোৰ সেই বন্ধুৱেও মোৰ বিৰুদ্ধে ভৰি দাঙিলে। BSB BSB: Even my close friend whom I trusted, the one who shared my bread, has lifted up his heel against me.
10 ULB কিন্তু হে যিহোৱা, তুমি মোৰ প্রতি কৃপা কৰা; মোক তোলা যাতে মই তেওঁলোকক প্ৰতিফল দিব পাৰো। BSB BSB: But You, O LORD, be gracious to me and raise me up, that I may repay them.
11 ULB ইয়াৰ দ্বাৰা মই জানিম যে তুমি মোৰ ওপৰত সন্তুষ্ট, কিয়নো মোৰ শত্রু মোৰ ওপৰত জয়ী হ’ব নোৱাৰিলে। BSB BSB: By this I know that You delight in me, for my enemy does not triumph over me.
12 ULB তুমি মোৰ সততাৰ কাৰণে মোক ধৰি ৰাখিলা; তুমি অনন্ত কালৰ কাৰণে মোক তোমাৰ সন্মুখত উপস্থিত কৰিলা। BSB BSB: In my integrity You uphold me and set me in Your presence forever.
13 ULB ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা, অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত। আমেন, আৰু আমেন। BSB BSB: Blessed be the LORD, the God of Israel, from everlasting to everlasting. Amen and Amen.
Select verses for actions: Enter goes to them and Escape comes back.