Psalm 43 43 Psalms Book 2 Assamese Unlocked Literal Bible 1 ULB হে ঈশ্বৰ, মোৰ বিচাৰ কৰা; ঈশ্বৰ ভয়হীন জাতিৰ বিৰুদ্ধে মোৰ পক্ষে কথা কোৱা; ছল আৰু অন্যায়কাৰী মানুহৰ পৰা মোক ৰক্ষা কৰা। BSB BSB: Vindicate me, O God, and plead my case against an ungodly nation; deliver me from deceitful and unjust men.
2 ULB কিয়নো তুমিয়েই মোৰ ঈশ্বৰ মোৰ দুৰ্গ; তুমি মোক কিয় ত্যাগ কৰিলা? মই কিয় শত্ৰুৰ উপদ্ৰৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছোঁ? BSB BSB: For You are the God of my refuge. Why have You rejected me? Why must I walk in sorrow because of the enemy’s oppression?
3 ULB তোমাৰ দীপ্তি আৰু সত্যতাক পঠাই দিয়া; সেইবোৰেই মোৰ পথদৰ্শক হওঁক; সেইবোৰেই মোক তোমাৰ সেই পবিত্ৰ পৰ্ব্বতলৈ আৰু তোমাৰ আবাসলৈ লৈ যাওঁক। BSB BSB: Send out Your light and Your truth; let them lead me. Let them bring me to Your holy mountain and to the place where You dwell.
4 ULB তাতে মই ঈশ্বৰৰ যজ্ঞ-বেদীৰ ওচৰলৈ যাম, মোৰ পৰম আনন্দৰ ঈশ্বৰৰ ওচৰলৈ যাম; হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মই বীণাৰে তোমাৰ ধন্যবাদ কৰিম। BSB BSB: Then I will go to the altar of God, to God, my greatest joy. I will praise You with the harp, O God, my God.
5 ULB হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ। BSB BSB: Why are you downcast, O my soul? Why the unease within me? Put your hope in God, for I will yet praise Him, my Savior and my God.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 43
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 43, and keep Opened free for readers who can’t pay.