Psalm 46 46 Psalms Book 2 Assamese Unlocked Literal Bible 1 ULB ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচৰা মাত্ৰে পাব পৰা ঈশ্বৰ। BSB BSB: For the choirmaster. Of the sons of Korah. According to Alamoth. A song. God is our refuge and strength, an ever-present help in times of trouble.
2 ULB এই বাবেই মই ভয় নকৰিম- যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে, BSB BSB: Therefore we will not fear, though the earth is transformed and the mountains are toppled into the depths of the seas,
3 ULB যদিও জলসমূহে তৰ্জ্জন-গৰ্জ্জন কৰে আৰু ফেনে-ফুটুকাৰে ভৰি পৰে, যদিও পৰ্ব্বতবোৰে আলোড়ন কৰি কঁপি উঠে। (চেলা) BSB BSB: though their waters roar and foam and the mountains quake in the surge. Selah
4 ULB এখন নদী আছে; তাৰ সুতিবোৰে ঈশ্বৰৰ নগৰক আনন্দময় কৰি তোলে, আনন্দময় কৰি তোলে সৰ্ব্বোপৰি জনা থকা সেই পবিত্ৰ স্থানক। BSB BSB: There is a river whose streams delight the city of God, the holy place where the Most High dwells.
5 ULB ঈশ্বৰ সেই নগৰৰ মাজত থাকে; সেয়ে তাই বিচলিত নহ’ব। অতি পুৱাতেই ঈশ্বৰে তাইক সহায় কৰিব। BSB BSB: God is within her; she will not be moved. God will help her when morning dawns.
6 ULB জাতিবোৰে হৈ চৈ কৰিছে; ৰাজ্যবোৰ উচ্ছন্ন হৈছে; তেওঁ গর্জন কৰি উঠিছে আৰু পৃথিবী দ্রৱীভূত হ’ল। BSB BSB: Nations rage, kingdoms crumble; the earth melts when He lifts His voice.
7 ULB বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা) BSB BSB: The LORD of Hosts is with us; the God of Jacob is our fortress. Selah
8 ULB আঁহা, যিহোৱাৰ কার্য-কলাপ চোৱা, তেওঁ পৃথিবীত ধ্বংস আনিছে। BSB BSB: Come, see the works of the LORD, who brings devastation upon the earth.
9 ULB তেওঁ পৃথিবীৰ সকলো যুদ্ধ বন্ধ কৰে, তেওঁ ধনু ভাঙে, বৰছা ডোখৰ ডোখৰ কৰে, ৰথবোৰ জুইত পোৰে। BSB BSB: He makes wars to cease throughout the earth; He breaks the bow and shatters the spear; He burns the shields in the fire.
10 ULB যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।” BSB BSB: “Be still and know that I am God; I will be exalted among the nations, I will be exalted over the earth.”
11 ULB বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা) BSB BSB: The LORD of Hosts is with us; the God of Jacob is our fortress. Selah
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 46
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 46, and keep Opened free for readers who can’t pay.