Psalm 47 47 Psalms Book 2 Assamese Unlocked Literal Bible 1 ULB হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া; আণ্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা। BSB BSB: For the choirmaster. A Psalm of the sons of Korah. Clap your hands, all you peoples; shout unto God with a voice of triumph.
2 ULB সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক; সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা। BSB BSB: How awesome is the LORD Most High, the great King over all the earth!
3 ULB তেওঁ লোকসমূহক আমাৰ অধীন কৰিলে, জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে। BSB BSB: He subdues nations beneath us, and peoples under our feet.
4 ULB তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে; সেই অধিপত্য তেওঁৰ প্রেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা) BSB BSB: He chooses our inheritance for us, the pride of Jacob, whom He loves. Selah
5 ULB ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে; যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে। BSB BSB: God has ascended amid shouts of joy, the LORD with the sound of the horn.
6 ULB তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্ৰশংসাৰ গান কৰা; তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্রশংসাৰ গান কৰা। BSB BSB: Sing praises to God, sing praises; sing praises to our King, sing praises!
7 ULB কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা; তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা। BSB BSB: For God is King of all the earth; sing to Him a psalm of praise.
8 ULB সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে; তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে। BSB BSB: God reigns over the nations; God is seated on His holy throne.
9 ULB জাতিসকলৰ ৰাজপুত্রসকল গোট খাইছে; অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে; কিয়নো পৃথিবীৰ ঢালবোৰ (শাসনকর্তা) ঈশ্বৰৰ; তেৱেঁই সবাবোকৈ মহান। BSB BSB: The nobles of the nations have assembled as the people of the God of Abraham; for the shields of the earth belong to God; He is highly exalted.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 47
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 47, and keep Opened free for readers who can’t pay.