1 ULB হে ঈশ্বৰ, তোমাৰ অসীম প্রেম অনুসাৰে মোৰ প্রতি কৃপা কৰা, তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোৰ পাপ মোচন কৰা। BSB BSB: For the choirmaster. A Psalm of David. When Nathan the prophet came to him after his adultery with Bathsheba. Have mercy on me, O God, according to Your loving devotion; according to Your great compassion, blot out my transgressions.
2 ULB মোৰ সকলো অধৰ্ম্ম তুমি ধুই পেলোৱা; মোৰ পাপৰ পৰা মোক শুচি কৰা। BSB BSB: Wash me clean of my iniquity and cleanse me from my sin.
3 ULB মোৰ পাপবোৰ মই নিজে জানিছোঁ; মোৰ পাপ সদায় মোৰ আগত আছে। BSB BSB: For I know my transgressions, and my sin is always before me.
4 ULB তোমাৰ বিৰুদ্ধে, কেৱল তোমাৰেই বিৰুদ্ধে মই পাপ কৰিছো; তোমাৰ দৃষ্টিত যি বেয়া মই তাকে কৰিলো; তুমি তোমাৰ বাক্যত ধাৰ্ম্মিক, তোমাৰ বিচাৰ নিখুঁত। BSB BSB: Against You, You only, have I sinned and done what is evil in Your sight, so that You may be proved right when You speak and blameless when You judge.
6 ULB তুমি হৃদয়ৰ মাজত সত্যতাক চাব বিচাৰা; সেয়ে, তুমিয়েই মোৰ গোপন হৃদয়ত শিক্ষা দিবা। BSB BSB: Surely You desire truth in the inmost being; You teach me wisdom in the inmost place.
7 ULB এচোব বনেৰে তুমি মোৰ পবিত্র কৰা আৰু মই শুচি হ’ম; মোক ধোৱা, তাতে মই হিমতকৈয়ো বগা হম। BSB BSB: Purify me with hyssop, and I will be clean; wash me, and I will be whiter than snow.
8 ULB মোক আনন্দ আৰু উল্লাসৰ ধ্বনি শুনিবলৈ দিয়া; তুমি গুড়ি কৰা মোৰ অস্থিবোৰক উল্লাসিত হবলৈ দিয়া। BSB BSB: Let me hear joy and gladness; let the bones You have crushed rejoice.
9 ULB মোৰ পাপসমূহৰ পৰা তুমি তোমাৰ মুখ ঢাকা; মোৰ সকলো অপৰাধ মোচন কৰা। BSB BSB: Hide Your face from my sins and blot out all my iniquities.
10 ULB হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা; মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা। BSB BSB: Create in me a clean heart, O God, and renew a right spirit within me.
11 ULB তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা; তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা। BSB BSB: Cast me not away from Your presence; take not Your Holy Spirit from me.
12 ULB তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰায় দান কৰা; তোমাৰ উদাৰ আত্মা দি মোক ধৰি ৰাখা। BSB BSB: Restore to me the joy of Your salvation, and sustain me with a willing spirit.
13 ULB তেতিয়া মই পাপীবোৰক তোমাৰ পথৰ বিষয়ে শিক্ষা দিম, তাতে পাপী লোক তোমাৰ ফালে ঘূৰিব। BSB BSB: Then I will teach transgressors Your ways, and sinners will return to You.
14 ULB হে ঈশ্বৰ, হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, ৰক্তপাতৰ দোষৰ পৰা তুমি মোক উদ্ধাৰ কৰা; তাতে মোৰ জিভাই তোমাৰ উদ্ধাৰৰ গীত উচ্চস্বৰে গাব। BSB BSB: Deliver me from bloodguilt, O God, the God of my salvation, and my tongue will sing of Your righteousness.
15 ULB হে প্ৰভু, মোৰ ওঁঠ মুকলি কৰা; মোৰ মুখে তোমাৰ প্ৰশংসা প্ৰচাৰ কৰিব। BSB BSB: O Lord, open my lips, and my mouth will declare Your praise.
16 ULB কিয়নো তুমি বলিদানত সন্তুষ্ট নোহোৱা; হোৱা হ’লে মই তাক দিলোহেঁতেন; হোমবলিতো তুমি সন্তুষ্ট নোহোৱা। BSB BSB: For You do not delight in sacrifice, or I would bring it; You take no pleasure in burnt offerings.
17 ULB ঈশ্বৰৰ বলি ভগ্ন মন; হে ঈশ্বৰ, ভগ্ন আৰু অনুতাপী মনক তুমি অগ্ৰাহ্য নকৰিবা। BSB BSB: The sacrifices of God are a broken spirit; a broken and a contrite heart, O God, You will not despise.
18 ULB তোমাৰ হিত-ইচ্ছাৰে তুমি চিয়োনৰ মঙ্গল কৰা; যিৰূচালেমৰ প্রাচীৰ তুমি পুণৰ নিৰ্ম্মাণ কৰা। BSB BSB: In Your good pleasure, cause Zion to prosper; build up the walls of Jerusalem.
19 ULB তেতিয়া ধাৰ্ম্মিকতাৰ বলি উৎসর্গ, হোমবলি উৎসর্গ আৰু পূৰ্ণাহুতি হোমবলি উৎসর্গত তুমি আনন্দিত হ’বা। তাৰ পাছত তোমাৰ যজ্ঞবেদীৰ ওপৰত লোকসকলে দামুৰি উৎসৰ্গ কৰিব। BSB BSB: Then You will delight in righteous sacrifices, in whole burnt offerings; then bulls will be offered on Your altar.
Select verses for actions: Enter goes to them and Escape comes back.