Psalm 52 52 Psalms Book 2 Assamese Unlocked Literal Bible 1 ULB হে বীৰ, তুমি দুষ্কৰ্ম্মত কিয় গৰ্ব্ব কৰিছা? ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে। BSB BSB: For the choirmaster. A Maskil of David. After Doeg the Edomite went to Saul and told him, “David has gone to the house of Ahimelech.” Why do you boast of evil, O mighty man? The loving devotion of God endures all day long.
2 ULB তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা; হে ছলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা; BSB BSB: Your tongue devises destruction like a sharpened razor, O worker of deceit.
3 ULB তুমি ভাল কামতকৈ বেয়া কামহে ভাল পোৱা, সত্য কথাতকৈ মিছা কথা কবলৈহে ভাল পোৱা। চেলা । BSB BSB: You love evil more than good, falsehood more than speaking truth. Selah
4 ULB হে ছলনাকাৰী জিভা, যি কথাই ধ্বংস আনে, তুমি তাকে ভাল পোৱা। BSB BSB: You love every word that devours, O deceitful tongue.
5 ULB কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব; তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি ছিৰাছিৰ কৰিব; জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব। (চেলা) BSB BSB: Surely God will bring you down to everlasting ruin; He will snatch you up and tear you away from your tent; He will uproot you from the land of the living. Selah
6 ULB ধাৰ্ম্মিকসকলে তাকে দেখি ভয় কৰিব; তেওঁলোকে তোমাক এই কথা কৈ হাঁহিব, BSB BSB: The righteous will see and fear; they will mock the evildoer, saying,
7 ULB “চোৱা, সৌ জনে ঈশ্বৰৰ আশ্রয়ত নির্ভৰ নকৰিলে, কিন্তু প্ৰচুৰ ধনত ভাৰসা কৰিলে, দুষ্টতাৰ কার্যৰ দ্বাৰাই লাভ কৰা সম্পত্তিত আশ্রয় ল’লে।” BSB BSB: “Look at the man who did not make God his refuge, but trusted in the abundance of his wealth and strengthened himself by destruction.”
8 ULB কিন্তু মই হ’লে, ঈশ্বৰৰ গৃহত কেঁচাপতীয়া জলফাই গছৰ নিচিনা; মই সকলো সময়তে ঈশ্বৰৰ প্রেমৰ ওপৰত ভাৰসা কৰো। BSB BSB: But I am like an olive tree flourishing in the house of God; I trust in the loving devotion of God forever and ever.
9 ULB হে ঈশ্বৰ, তুমি যি সকলো কার্য কৰিছা, তাৰ বাবে মই চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিম; তোমাৰ ভক্তসকলৰ সন্মুখত মই তোমাৰ অপেক্ষা কৰিম; কাৰণ এইয়ে ভাল। BSB BSB: I will praise You forever, because You have done it. I will wait on Your name—for it is good—in the presence of Your saints.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 52
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 52, and keep Opened free for readers who can’t pay.