Psalm 53 53 Psalms Book 2 Assamese Unlocked Literal Bible 1 ULB নির্বোধে নিজৰ মনতে ক’লে, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোকৰ স্বভাৱ দুর্নীতিগ্রস্ত; তেওঁলোকে জঘন্য কার্য কৰে; তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই। BSB BSB: For the choirmaster. According to Mahalath. A Maskil of David. The fool says in his heart, “There is no God.” They are corrupt; their ways are vile. There is no one who does good.
2 ULB ঈশ্বৰে স্বর্গৰপৰা মানবজাতিলৈ দৃষ্টি কৰে, তেওঁ চাব বিচাৰে, জ্ঞানী লোক আছে নে নাই; ঈশ্বৰক বিচাৰোতা কোনো আছে নে নাই। BSB BSB: God looks down from heaven upon the sons of men to see if any understand, if any seek God.
3 ULB তেওঁলোক সকলোৱেই আঁতৰি গ’ল, সকলোৱেই একেলগে অপবিত্র হ’ল; সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই। BSB BSB: All have turned away, they have together become corrupt; there is no one who does good, not even one.
4 ULB “যিসকলে অপৰাধ কার্যত লিপ্ত হয়, তেওঁলোক কি একোৱেই নুবুজে নেকি? লোকসকলে আহাৰ খোৱাৰ দৰে মোৰ প্ৰজাসকলক খাই পেলায়। তেওঁলোকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰে। BSB BSB: Will the workers of iniquity never learn? They devour my people like bread; they refuse to call upon God.
5 ULB আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল; কিয়নো তোমালোকৰ বিৰুদ্ধে ছাউনী পতাসকলৰ হাড়বোৰ ঈশ্বৰে সিচঁৰতি কৰিব। তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে। BSB BSB: There they are, overwhelmed with dread, where there was nothing to fear. For God has scattered the bones of those who besieged you. You put them to shame, for God has despised them.
6 ULB ইস্রায়েলৰ পৰিত্রাণ চিয়োনৰ মাজৰ পৰাই আহঁক! যিহোৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুণৰ স্থাপন কৰিব, তেতিয়া যাকোবৰ বংশই উল্লাস কৰিব আৰু ইস্ৰায়েল আনন্দিত হ’ব। BSB BSB: Oh, that the salvation of Israel would come from Zion! When God restores His captive people, let Jacob rejoice, let Israel be glad!
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 53
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 53, and keep Opened free for readers who can’t pay.