Psalm 54 54 Psalms Book 2 Assamese Unlocked Literal Bible 1 ULB হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা; তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা। BSB BSB: For the choirmaster. With stringed instruments. A Maskil of David. When the Ziphites went to Saul and said, “Is David not hiding among us?” Save me, O God, by Your name, and vindicate me by Your might!
2 ULB হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ মুখৰ কথালৈ কাণ দিয়া। BSB BSB: Hear my prayer, O God; listen to the words of my mouth.
3 ULB কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে, হৃদয়হীন লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে; তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। চেলা BSB BSB: For strangers rise up against me, and ruthless men seek my life—men with no regard for God. Selah
4 ULB কিন্তু ঈশ্বৰ মোৰ সহায়কৰ্ত্তা; ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে। BSB BSB: Surely God is my helper; the Lord is the sustainer of my soul.
5 ULB তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব; তোমাৰ বিশ্বস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা। BSB BSB: He will reward my enemies with evil. In Your faithfulness, destroy them.
6 ULB মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম। BSB BSB: Freely I will sacrifice to You; I will praise Your name, O LORD, for it is good.
7 ULB কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে; মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে। BSB BSB: For He has delivered me from every trouble, and my eyes have looked in triumph on my foes.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 54
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 54, and keep Opened free for readers who can’t pay.