1 ULB হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ নিবেদনৰ সময়ত নিজকে লুকুৱাই নাৰাখিবা। BSB BSB: For the choirmaster. With stringed instruments. A Maskil of David. Listen to my prayer, O God, and do not ignore my plea.
2 ULB মোলৈ মনোযোগ কৰা, মোক উত্তৰ দিয়া; BSB BSB: Attend to me and answer me. I am restless in my complaint, and distraught
3 ULB শত্ৰুৰ কথাৰ কাৰণে, দুষ্টৰ অত্যাচাৰৰ বাবে, তেওঁলোকে মোলৈ আকস্মিক দুর্দশা মাতি আনিছে, তেওঁলোকে ক্ৰোধৰে মোক নির্যাতন চলাইছে। BSB BSB: at the voice of the enemy, at the pressure of the wicked. For they bring down disaster upon me and resent me in their anger.
4 ULB মোৰ হৃদয়ত অত্যন্ত যান্ত্ৰণা পাইছে, মৃত্যুৰ আশঙ্কাই মোক বেৰি ধৰিছে। BSB BSB: My heart pounds within me, and the terrors of death assail me.
5 ULB ভয় আৰু কঁপনিয়ে মোক আক্ৰমণ কৰিছে; আতঙ্কিত হৈ ভয়ভিভূত হৈছো। BSB BSB: Fear and trembling grip me, and horror has overwhelmed me.
6 ULB মই কলোঁ, কপৌৰ দৰে মোৰ ডেউকা থকা হলে! তেতিয়া মই উড়ি গৈ বিশ্ৰাম ললোহেঁতেন। BSB BSB: I said, “Oh, that I had wings like a dove! I would fly away and find rest.
7 ULB চোৱা, সেয়ে হোৱা হলে, মই দূৰলৈ উৰি গলো হয়; গৈ অৰণ্যত বাস কৰিলোহেঁতেন। চেলা BSB BSB: How far away I would flee! In the wilderness I would remain. Selah
8 ULB প্ৰচণ্ড বতাহ আৰু ধুমুহাৰ পৰা, শীঘ্ৰে মই আশ্ৰয় স্থানলৈ গলোহেঁতেন। BSB BSB: I would hurry to my shelter, far from this raging tempest.”
9 ULB হে’ প্ৰভু, তেওঁলোকক ধংস কৰা, তেওঁলোকৰ ভাষা বিশৃঙ্খল কৰা; মই হিংস্রতা, শত্রুতা নগৰৰ ভিতৰত দেখিছোঁ। BSB BSB: O Lord, confuse and confound their speech, for I see violence and strife in the city.
10 ULB তেওঁলোকে দিনে-ৰাতিয়ে গড়ৰ ওপৰেদি নগৰ ভ্ৰমি ফুৰে; অপৰাধ আৰু দুষ্টতা তাৰ ভিতৰত আছে। BSB BSB: Day and night they encircle the walls, while malice and trouble lie within.
11 ULB ইয়াৰ ভিতৰত মন্দতা আছে; পথবোৰৰ পৰা উপদ্ৰব আৰু প্রতাৰণা নুগুচে। BSB BSB: Destruction is within; oppression and deceit never leave the streets.
12 ULB কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়; কৰা হলে, মই তাক সহিলোহেঁতেন; মোক ঘিণাওঁতাই যে মোৰ বিৰুদ্ধে গৰ্ব্ব কৰিছে, এনে নহয়; কৰা হলে, মই তাৰ পৰা নিজকে লুকুৱালোহেঁতেন। BSB BSB: For it is not an enemy who insults me; that I could endure. It is not a foe who rises against me; from him I could hide.
13 ULB কিন্তু যি তুমি, এজন আমাৰ দৰেই মানুহ; মোৰ সঙ্গী মোৰ প্ৰণয়ৰ বন্ধু, তুমিয়েই তাক কৰিছা। BSB BSB: But it is you, a man like myself, my companion and close friend.
14 ULB আমি একে-লগে মধুৰ সহযোগিতা কৰিছিলোঁ; আমি লোকসমূহে সৈতে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ। BSB BSB: We shared sweet fellowship together; we walked with the crowd into the house of God.
15 ULB মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক, জিয়াই জিয়াই চিয়োললৈ নামি যাওঁক; কিয়নো তেওঁলোকৰ বাসস্থানত আৰু মনত দুষ্টতা আছে। BSB BSB: Let death seize them by surprise; let them go down to Sheol alive, for evil is with them in their homes.
16 ULB মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম; তাতে যিহোৱাই মোক উদ্ধাৰ কৰিব। BSB BSB: But I call to God, and the LORD saves me.
17 ULB গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম; তাতে তেওঁ মোৰ মাত শুনিব। BSB BSB: Morning, noon, and night, I cry out in distress, and He hears my voice.
18 ULB কিয়নো মোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অনেক আছিল; মোৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পৰা তেওঁ মোৰ প্ৰাণ নিৰাপদে ৰাখিলে। BSB BSB: He redeems my soul in peace from the battle waged against me, even though many oppose me.
19 ULB ঈশ্বৰ, যি জন অৱশেষ অনাদিকালৰ পৰা আছে; তেওঁ শুনিব আৰু তেওঁলোকক উত্তৰ দিব।চেলা যি জন মানুহৰ পৰিবৰ্ত্তন নাই; তেওঁলোকে ঈশ্বৰক ভয় নকৰে। BSB BSB: God will hear and humiliate them—the One enthroned for the ages—Selah because they do not change and they have no fear of God.
20 ULB মোৰ বন্ধুৱে নিজৰে সৈতে শান্তিৰে থকাসকলৰ বিৰুদ্ধে হাত উঠালে; তেওঁ নিজে কৰা নিয়মটি উলঙ্ঘন কৰিলে। BSB BSB: My companion attacks his friends; he violates his covenant.
21 ULB তেওঁৰ মুখ মাখনৰ নিচিনা কোমল, কিন্তু তেওঁৰ অন্তৰ বিদ্রোহি; তেওঁৰ কথাবোৰ তেলৰ দৰে তেলেতীয়া, সেইবোৰ খাপৰ পৰা উলোৱা তৰোৱালৰ দৰে। BSB BSB: His speech is smooth as butter, but war is in his heart. His words are softer than oil, yet they are swords unsheathed.
22 ULB যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধার্মিকলোকক কেতিয়াও পৰিবলৈ নিদিয়ে। BSB BSB: Cast your burden upon the LORD and He will sustain you; He will never let the righteous be shaken.
23 ULB কিন্তু, হে ঈশ্বৰ, তুমিয়েই তেওঁলোকক বিনাশৰ গাঁতলৈ নমাই আনিবা; ৰক্তপাতকৰা আৰু ছলনাকাৰি মানুহবোৰে আধা বয়সো নাপাব; কিন্তু মই হলে, তোমাৰ ওপৰত ভৰসা কৰিম। BSB BSB: But You, O God, will bring them down to the Pit of destruction; men of bloodshed and deceit will not live out half their days. But I will trust in You.
Select verses for actions: Enter goes to them and Escape comes back.