1 ULB হে ঈশ্বৰ, মোক কৃপা কৰা; কিয়নো মানুহে মোক গ্ৰাস কৰিবলৈ বিচাৰিছে; সি ওৰে দিনটো যুদ্ধ কৰি মোক উপদ্ৰৱ কৰিছে। BSB BSB: For the choirmaster. To the tune of “A Dove on Distant Oaks.” A Miktam of David, when the Philistines seized him in Gath. Be merciful to me, O God, for men are hounding me; all day they press their attack.
2 ULB মোৰ শত্ৰুবোৰে ওৰে দিনটো মোক গ্ৰাস কৰিবলৈ বিচাৰিছে; কিয়নো মোৰ বিৰুদ্ধে অহঙ্কাৰ কৰি যুদ্ধ কৰা অনেক। BSB BSB: My enemies pursue me all day long, for many proudly assail me.
3 ULB যেতিয়াই মোৰ ভয় লাগে; তেতিয়াই মই তোমাত ভাৰসা কৰিম। BSB BSB: When I am afraid, I put my trust in You.
4 ULB মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰো; মাংসপিণ্ডই মোক কি কৰিব পাৰে? BSB BSB: In God, whose word I praise—in God I trust. I will not be afraid. What can man do to me?
5 ULB সিহঁতে ওৰে দিনটো মোৰ বাক্য অৰ্থান্তৰ কৰে; সিহঁতৰ সকলো সঙ্কল্প মোৰ বিৰুদ্ধে অনিষ্টজনক। BSB BSB: All day long they twist my words; all their thoughts are on my demise.
6 ULB সিহঁতে গোট খাই লুকাই থাকে; সিহঁতে মোৰ প্ৰাণলৈ অপেক্ষা কৰি থকাৰ দৰে, মোৰ ভৰিৰ খোজলৈ লক্ষ্য কৰে। BSB BSB: They conspire, they lurk, they watch my steps while they wait to take my life.
7 ULB অধৰ্ম্মৰ দ্বাৰাই সিহঁতে ৰক্ষা পাব নে? হে ঈশ্বৰ, ক্ৰোধেৰে জাতিবোৰক নিপাত কৰা। BSB BSB: In spite of such sin, will they escape? In Your anger, O God, cast down the nations.
8 ULB তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা; তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা; সেইবোৰ তোমাৰ বহিত নাই নে? BSB BSB: You have taken account of my wanderings. Put my tears in Your bottle—are they not in Your book?
9 ULB সেই দিনা, মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হব; ঈশ্বৰ যে মোৰ ফলীয়া, তাক মই জানিছোঁ। BSB BSB: Then my enemies will retreat on the day I cry for help. By this I will know that God is on my side.
10 ULB মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই যিহোৱাত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম। BSB BSB: In God, whose word I praise, in the LORD, whose word I praise,
11 ULB মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে? BSB BSB: in God I trust; I will not be afraid. What can man do to me?
12 ULB হে ঈশ্বৰ, তোমাৰ উদ্দেশে সিদ্ধ কৰিব লগীয়া সঙ্কল্পবোৰ মোৰ গাত আছে; তোমাৰ উদ্দেশে মই ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম। BSB BSB: Your vows are upon me, O God; I will render thank offerings to You.
13 ULB কিয়নো তুমি মোৰ প্ৰাণ মৃত্যুৰ পৰা উদ্ধাৰ কৰিলা; জীৱিতবিলাকৰ দীপ্তিত ঈশ্বৰৰ সাক্ষাতে অহা-যোৱা কৰিবলৈ, তুমি জানো পতনৰ পৰা মোৰ ভৰি ৰক্ষা নকৰিলা? BSB BSB: For You have delivered my soul from death, and my feet from stumbling, that I may walk before God in the light of life.
Select verses for actions: Enter goes to them and Escape comes back.