1 ULB হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্ৰয় লৈছে; এনে কি, এই আপদবোৰৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম। BSB BSB: For the choirmaster. To the tune of “Do Not Destroy.” A Miktam of David, when he fled from Saul into the cave. Have mercy on me, O God, have mercy, for in You my soul takes refuge. In the shadow of Your wings I will take shelter until the danger has passed.
2 ULB মই সৰ্ব্বোপৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম, মোৰ কাৰ্য্যসাধক ঈশ্বৰক নিবেদন কৰিম। BSB BSB: I cry out to God Most High, to God who fulfills His purpose for me.
3 ULB মোক গ্ৰাস কৰিব খোজা জনে নিন্দা কৰা সময়ত, তেওঁ স্বৰ্গৰ পৰা পঠাই মোক পৰিত্ৰাণ কৰিব; [চেলা। ঈশ্বৰে নিজ দয়া আৰু সত্যতা পঠাই দিব। BSB BSB: He reaches down from heaven and saves me; He rebukes those who trample me. Selah God sends forth His loving devotion and His truth.
4 ULB মোৰ প্ৰাণ সিংহবোৰৰ মাজত আছে; যিবোৰৰ দাঁত বৰছা আৰু কাঁড়স্বৰূপ, আৰু যিবোৰৰ জিবা চোকা তৰোৱালস্বৰূপ, এনে অগ্নি-শিখাস্বৰূপ মনুষ্য-সন্তানবিলাকৰৰ মাজত মই শুইছোঁ। BSB BSB: My soul is among the lions; I lie down with ravenous beasts—with men whose teeth are spears and arrows, whose tongues are sharp swords.
5 ULB হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক। BSB BSB: Be exalted, O God, above the heavens; may Your glory cover all the earth.
6 ULB সিহঁতে মোৰ ভৰিলৈ জাল পাতিলে; মোৰ প্ৰাণ নত হৈছে। সিহঁতে মোৰ সন্মুখত গাঁত খানিলে; সিহঁত নিজেই তাৰ ভিতৰত পৰিল। [চেলা। BSB BSB: They spread a net for my feet; my soul was despondent. They dug a pit before me, but they themselves have fallen into it! Selah
7 ULB হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হল, মোৰ মন সুস্থিৰ হল, মই গীত গাম, এনে কি, প্ৰশংসাৰ গান কৰিম। BSB BSB: My heart is steadfast, O God, my heart is steadfast. I will sing and make music.
8 ULB হে মোৰ হৃদয়, সাৰ পোৱা; হে নেবেল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম। BSB BSB: Awake, my glory! Awake, O harp and lyre! I will awaken the dawn.
9 ULB হে প্ৰভু, জাতিবিলাকৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম; লোকসমূহৰ মাজত মই তোমাৰ প্ৰশংসাৰ গান কৰিম। BSB BSB: I will praise You, O Lord, among the nations; I will sing Your praises among the peoples.
10 ULB কিয়নো তোমাৰ দয়াৰ মহত্ব স্বৰ্গলৈকে, আৰু তোমাৰ সত্যতা আকাশলৈকে। BSB BSB: For Your loving devotion reaches to the heavens, and Your faithfulness to the clouds.
11 ULB হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক। BSB BSB: Be exalted, O God, above the heavens; may Your glory cover all the earth.
Select verses for actions: Enter goes to them and Escape comes back.