Psalm 58 58 Psalms Book 2 Assamese Unlocked Literal Bible 1 ULB তোমালোকে বাস্তবিকতে ধৰ্মৰকথা কব লগা সময়ত নিৰবহৈ থকা নাই নে? হে মনুষ্য সন্তানসকল, তোমালোকে জানো ন্যায়ভাৱে ন্যায় বিচাৰ কৰা? BSB BSB: For the choirmaster. To the tune of “Do Not Destroy.” A Miktam of David. Do you indeed speak justly, O rulers? Do you judge uprightly, O sons of men?
2 ULB বৰং তোমালোকৰ মনত আছে অন্যায়, আৰু দুষ্টতাৰ কার্য কৰিছা; তোমালোকে পৃথিবীত নিজৰ হাতৰ উপদ্ৰৱ তুলেৰে জুখিদিছা। BSB BSB: No, in your hearts you devise injustice; with your hands you mete out violence on the earth.
3 ULB দুষ্টবোৰ গৰ্ভত থকাৰ পৰা বিপথগামী; তেওঁলোকে জন্ম হোৱা মাত্ৰে মিছা কথা কৈ বিপদগামি হয়। BSB BSB: The wicked are estranged from the womb; the liars go astray from birth.
4 ULB সাপৰ বিষৰ নিচিনা তেওঁলোকৰ বিষ; তেওঁলোক কলা কালসৰ্পৰ নিচিনাকৈ নিজ কাণ বন্ধ কৰি ৰাখিছে, BSB BSB: Their venom is like the venom of a snake, like a cobra that shuts its ears,
5 ULB সেই সাপে যাদুকৰৰ মন্ত্ৰৰ স্বৰ নুশুনে, কোনো অসুবিধা নহয় যিমানেই দক্ষতাপূর্ণ হলেও তেওঁলোক সেই সৰ্পৰ নিচিনা। BSB BSB: refusing to hear the tune of the charmer who skillfully weaves his spell.
6 ULB হে ঈশ্বৰ, তেওঁলোকৰ মুখৰ ভিতৰতেই দাঁত ভাঙিপেলোৱা; হে যিহোৱা, ডেকা সিংহবোৰৰ প্রধান দাঁত ভাঙি বাহিৰ কৰা। BSB BSB: O God, shatter their teeth in their mouths; O LORD, tear out the fangs of the lions.
7 ULB বেগাই বৈ যোৱা পানীৰ দৰে তেওঁলোক অদৃশ্য হওঁক; যেতিয়া তেওঁলোকে ধনুৰ কাঁড় পোনাই, তেতিয়া সেই কাড়বোৰ আগ ছিগা যেন হওক। BSB BSB: May they vanish like water that runs off; when they draw the bow, may their arrows be blunted.
8 ULB শামুকৰ গতিৰ নিচিনাকৈ তেওঁলোক অদৃশ্য হওক, সুৰ্য্য দেখিবলৈ নোপোৱা, মহিলাৰ অসময়ত ওপজা সন্তানৰ নিচিনা হওক। BSB BSB: Like a slug that dissolves in its slime, like a woman’s stillborn child, may they never see the sun.
9 ULB তোমালোকৰ পাত্রবোৰত কাঁইট খৰিৰ জুইৰ তাপ নাপাওঁতেই, তেওঁ সেইবোৰক ঘূর্ণিবতাহেৰে উড়াই নিব। BSB BSB: Before your pots can feel the burning thorns—whether green or dry—He will sweep them away.
10 ULB ঈশ্বৰে, যেতিয়া তেওঁলোকৰ প্রতিশোধ লোৱা দেখিব, তেতিয়া তাকে দেখি ধাৰ্ম্মিকলোকে আনন্দ কৰিব; তেওঁ নিজৰ ভৰি দুষ্টৰ তেজৰে ধুব। BSB BSB: The righteous will rejoice when they see they are avenged; they will wash their feet in the blood of the wicked.
11 ULB তাকে দেখি লোকসকলে কব, “সচাঁকৈয়ে ধাৰ্ম্মিক জনে পুৰস্কাৰ পাব; বাস্তৱিক পৃথিবীত বিচাৰ কৰিবলৈ ঈশ্বৰ আছে। BSB BSB: Then men will say, “There is surely a reward for the righteous! There is surely a God who judges the earth!”
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 58
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 58, and keep Opened free for readers who can’t pay.