1 ULB হে মোৰ ঈশ্বৰ, শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা; মোৰ বিৰুদ্ধে উঠাসকলৰ পৰা মোক ওখ ঠাইত তুলি থোৱা। BSB BSB: For the choirmaster. To the tune of “Do Not Destroy.” A Miktam of David, when Saul sent men to watch David’s house in order to kill him. Deliver me from my enemies, O my God; protect me from those who rise against me.
2 ULB অধৰ্ম্মাচাৰীসকলৰ পৰা মোক ৰক্ষাকৰা; ৰক্তপাতী মানুহৰ পৰা মোক ৰক্ষা কৰা। BSB BSB: Deliver me from workers of iniquity, and save me from men of bloodshed.
3 ULB কিয়নো চোৱা, তেওঁলোকে মোৰ প্ৰাণলৈ খাপ দি আছে; হে যিহোৱা, মোৰ কোনো দোষ বা পাপ নাই তথাপিও বলৱন্তবোৰে মোৰ বিৰুদ্ধে গোট খাইছে। BSB BSB: See how they lie in wait for me. Fierce men conspire against me for no transgression or sin of my own, O LORD.
4 ULB তেওঁলোকে মোক বিনাদোষে আক্ৰমণ কৰিবলৈ, দৌৰি দৌৰি আহি যুগুত হৈছে; তুমি মোৰ উপকাৰলৈ জাগি উঠা, মোলৈ দৃষ্টি কৰা। BSB BSB: For no fault of my own, they move swiftly to attack me. Arise to help me, and take notice.
5 ULB হে ঈশ্বৰ যিহোৱা, তুমি সৰ্বশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ, তুমিয়েই সকলো জাতিক শাস্তি দিবলৈ উঠা; কোনো দুর্নীতিপৰায়ণ পাপিক দয়া নকৰিবা। চেলা BSB BSB: O LORD God of Hosts, the God of Israel, rouse Yourself to punish all the nations; show no mercy to the wicked traitors. Selah
6 ULB তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে গর্জন কৰে; নগৰৰ চাৰিওফালে ভ্ৰমণ কৰে। BSB BSB: They return in the evening, snarling like dogs and prowling around the city.
7 ULB চোৱা, তেওঁলোকে মুখেৰে আবেগ প্রকাশ কৰে, তেওঁলোকৰ ওঁঠত তৰোৱাল আছে; কিয়নো তেওঁলোকে ক’য়, “কোনে আমাৰ কথা শুনি পাব?” BSB BSB: See what they spew from their mouths—sharp words from their lips: “For who can hear us?”
8 ULB কিন্তু, হে যিহোৱা, তুমি তেওঁলোকক হাঁহা; তুমি সকলো জাতিকে উপহাস কৰিবা। BSB BSB: But You, O LORD, laugh at them; You scoff at all the nations.
9 ULB ঈশ্বৰ যিহোৱা মোৰ ব’ল, মই তোমালৈ অপেক্ষা কৰিম; কিয়নো হে’ ঈশ্বৰ তুমি মোৰ উচ্চ দুৰ্গ। BSB BSB: I will keep watch for You, O my strength, because You, O God, are my fortress.
10 ULB মোৰ দয়ালু ঈশ্বৰ মোৰ লগ হ’ব তেওঁৰ অঙ্গীকাৰ আৰু বিশ্বস্ততা; ঈশ্বৰে মোৰ শত্ৰুবোৰৰ পৰাজয় হোৱা মোক দেখিবলৈ দিব। BSB BSB: My God of loving devotion will come to meet me; God will let me stare down my foes.
11 ULB তেওঁলোকক বধ নকৰিবা, মোৰ লোকসকলৰ সংকল্প যেন পাহৰি নাযায়; হে প্ৰভু, আমাৰ ঢাল! তুমি তোমাৰ শক্তিৰে গোট গোট কৰি তেওঁলোকক হীন অৱস্থালৈ আনা। BSB BSB: Do not kill them, or my people will forget. Scatter them by Your power, and bring them down, O Lord, our shield.
12 ULB তেওঁলোকৰ পাপ, মুখৰ আৰু ওঁঠৰ কথা, তেওঁলোকে শাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে; তেওঁলোকে তেওঁলোকৰ অহঙ্কাৰত ধৰা পৰক। BSB BSB: By the sins of their mouths and the words of their lips, let them be trapped in their pride, in the curses and lies they utter.
13 ULB তুমি ক্ৰোধত তেঁওলোকক সংহাৰ কৰা যাতে তেওঁলোক আৰু নাথাকে; যাকোবৰ মাজত ঈশ্বৰে যে শাসন কৰে, পৃথিবীৰ সীমালৈকে যে শাসন কৰে, তাক তেওঁলোকে জানক। চেলা BSB BSB: Consume them in wrath; consume them till they are no more, so it may be known to the ends of the earth that God rules over Jacob. Selah
14 ULB তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে ৰাও কাঢ়ক; নগৰত চাৰিওফালে ভ্ৰমণ কৰক। BSB BSB: They return in the evening, snarling like dogs and prowling around the city.
15 ULB তেওঁলোকে আহাৰৰ কাৰণে ইফালে সিফালে ফুৰিব; যদি তৃপ্ত নহয়, তেনেহলে গোটেই ৰাতি উজাগৰে থাকিব। BSB BSB: They scavenge for food, and growl if they are not satisfied.
16 ULB কিন্তু মই হলে তোমাৰ পৰাক্ৰমৰ গীত গাম; এনে কি, ৰাতিপুৱাতে উচ্চ স্বৰেৰে তোমাৰ দয়াৰ গীত গান কৰিম; কিয়নো তুমি মোৰ উচ্চ দুৰ্গ, সঙ্কটৰ কালত তুমি মোৰ আশ্ৰয় স্থান। BSB BSB: But I will sing of Your strength and proclaim Your loving devotion in the morning. For You are my fortress, my refuge in times of trouble.
17 ULB হে মোৰ বল, মই তোমাৰ উদ্দেশে প্ৰশংসাৰ গীত গান কৰিম; কিয়নো ঈশ্বৰ মোৰ উচ্চ দুৰ্গ, আৰু তেওঁ মোৰ দয়ালু ঈশ্বৰ। BSB BSB: To You, O my strength, I sing praises, for You, O God, are my fortress, my God of loving devotion.
Select verses for actions: Enter goes to them and Escape comes back.