Psalm 60 60 Psalms Book 2 Assamese Unlocked Literal Bible 1 ULB হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰিলা, ভাঙি চূৰ-মাৰ কৰিলা; তুমি ক্ৰুদ্ধ হলা; আমাক পুনৰায় স্থাপন কৰা। BSB BSB: For the choirmaster. To the tune of “The Lily of the Covenant.” A Miktam of David for instruction. When he fought Aram-naharaim and Aram-zobah, and Joab returned and struck down 12,000 Edomites in the Valley of Salt. You have rejected us, O God; You have broken us; You have been angry; restore us!
2 ULB তুমি দেশ খনত কঁপণি তুলি তাক বিচিন্ন কৰিলা; তাৰ ফাটবোৰ ভাল কৰা, কিয়নো সেয়বোৰে জোকাৰণি খাইছে। BSB BSB: You have shaken the land and torn it open. Heal its fractures, for it is quaking.
3 ULB তুমি তোমাৰ প্ৰজাসকলক নির্দিষ্ট কিছুমান কঠোৰ কষ্ট ভোগ কৰিবলৈ দিলা; তুমি আমাক ঢলংপলং কৰাওঁতা দ্ৰাক্ষাৰসও খাবলৈ দিলা; BSB BSB: You have shown Your people hardship; we are staggered from the wine You made us drink.
4 ULB যি সকলে তোমালৈ ভয় কৰে তেওঁলোকক তুমি এখন পতকা দিছা; যাতে সেই পতকাখন সত্যৰপক্ষে তুলি ধৰা হয়। চেলা BSB BSB: You have raised a banner for those who fear You, that they may flee the bow. Selah
5 ULB তাতে তোমাৰ প্ৰিয়সকলে উদ্ধাৰ পাব; তুমি তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা আৰু আমাক উত্তৰ দিয়া। BSB BSB: Respond and save us with Your right hand, that Your beloved may be delivered.
6 ULB ঈশ্বৰে নিজৰ পবিত্ৰতাৰে ক’লে, “মই উল্লাস কৰিম; মই চিখিম ভাগ বাঁটি দিম, আৰু চূক্কোতৰ উপত্যকা জুখি দিম। BSB BSB: God has spoken from His sanctuary: “I will triumph! I will parcel out Shechem and apportion the Valley of Succoth.
7 ULB গিলিয়দ মোৰেই আৰু মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰ-দণ্ড; BSB BSB: Gilead is Mine, and Manasseh is Mine; Ephraim is My helmet, Judah is My scepter.
8 ULB মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; মই ইদোমলৈ মোৰ জোতা দলিয়াই দিম; হে ফিলিষ্টিয়া, তুমি মোৰ কাৰণে উচ্চ-ধ্বনি কৰা।” BSB BSB: Moab is My washbasin; upon Edom I toss My sandal; over Philistia I shout in triumph.”
9 ULB কোনে মোক সেই দৃঢ় নগৰৰ ভিতৰলৈ লৈ যাব? কোনে মোক ইদোমলৈ লৈ যাব?” BSB BSB: Who will bring me to the fortified city? Who will lead me to Edom?
10 ULB হে’ ঈশ্বৰ, তুমি আমাক ত্যাগ কৰা নাই নে? হে’ ঈশ্বৰ, তুমিতো আমাৰ সৈন্যসমূহৰ লগত যুদ্ধলৈ নোযোৱা। BSB BSB: Have You not rejected us, O God? Will You no longer march out, O God, with our armies?
11 ULB শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰা; কিয়নো মানুহৰ সহায় যে বৃথা। BSB BSB: Give us aid against the enemy, for the help of man is worthless.
12 ULB ঈশ্বৰৰ সহায়ৰ দ্বাৰাইহে আমি জয়জয়কাৰ কৰিম; কিয়নো তেৱেঁই আমাৰ শত্ৰুবোৰক বিদ্রুপ কৰিব। BSB BSB: With God we will perform with valor, and He will trample our enemies.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 60
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 60, and keep Opened free for readers who can’t pay.