Psalm 61 61 Psalms Book 2 Assamese Unlocked Literal Bible 1 ULB হে ঈশ্বৰ, মোৰ ক্রন্দন শুনা; মোৰ প্ৰাৰ্থনালৈ কাণ দিয়া। BSB BSB: For the choirmaster. With stringed instruments. Of David. Hear my cry, O God; attend to my prayer.
2 ULB মোৰ মন দুখত যেতিয়া ভাঙি পৰে, মই পৃথিবীৰ অন্তত থাকিলেও তাৰপৰা তোমাক মাতিম; তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা য’ত মোৰ নিৰাপত্তা আছে। BSB BSB: From the ends of the earth I call out to You whenever my heart is faint. Lead me to the rock that is higher than I.
3 ULB কিয়নো তুমি মোৰ আশ্ৰয়, শত্ৰুৰ পৰা ৰক্ষাকৰোতা দৃঢ় দুৰ্গ। BSB BSB: For You have been my refuge, a tower of strength against the enemy.
4 ULB মই যেন চিৰকাললৈকে তোমাৰ তম্বুত বাস কৰিবলৈ পাম; তোমাৰ ডেউকাৰ আঁৰত মই যেন আশ্ৰয় পাম। চেলা BSB BSB: Let me dwell in Your tent forever and take refuge in the shelter of Your wings. Selah
5 ULB কিয়নো হে ঈশ্বৰ, তুমিয়েই মোৰ সঙ্কল্পবোৰ শুনিলা। তোমাৰ নামলৈ শ্রদ্ধা কৰাসকলৰ আধিপত্য তুমি মোক দিলা। BSB BSB: For You have heard my vows, O God; You have given me the inheritance reserved for those who fear Your name.
6 ULB তুমি ৰজাৰ আয়ুস দীর্ঘাযু় কৰিবা; তেওঁ বয়স বহু পুৰুষলৈকে থাকিব। BSB BSB: Increase the days of the king’s life; may his years span many generations.
7 ULB তেওঁ ঈশ্বৰৰ সাক্ষাতে চিৰকাল বাস কৰিব; তেওঁৰ ৰক্ষাৰ অৰ্থে, দয়া আৰু সত্যতা ব্যৱহাৰ কৰা। BSB BSB: May he sit enthroned in God’s presence forever; appoint Your loving devotion and Your faithfulness to guard him.
8 ULB তাতে, মই চিৰকাললৈকে তোমাৰ প্ৰশংসাৰ গান কৰিম; প্রতিদিনে নিজৰ সঙ্কল্প সিদ্ধ কৰিম। BSB BSB: Then I will ever sing praise to Your name and fulfill my vows day by day.
Select verses for actions: Enter goes to them and Escape comes back.
Chapter complete
You’ve read Psalm 61
Make Opened yours A free account keeps your place, highlights and notes on every device. Add Plus to ask Study Help about Psalm 61, and keep Opened free for readers who can’t pay.